• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উপ-ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশৰ বিৰুদ্ধে FIRৰ নিৰ্দেশ দিব পাৰেনে? কিয় ন্যায়ালয়ৰ বিৰুদ্ধে খং জগদীপ ধনখৰৰ

11 months ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

29 minutes ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

3 hours ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

4 hours ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

5 hours ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

6 hours ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

7 hours ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

8 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

9 hours ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

উপ-ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশৰ বিৰুদ্ধে FIRৰ নিৰ্দেশ দিব পাৰেনে? কিয় ন্যায়ালয়ৰ বিৰুদ্ধে খং জগদীপ ধনখৰৰ

editor by editor
April 19, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
উপ-ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশৰ বিৰুদ্ধে FIRৰ নিৰ্দেশ দিব পাৰেনে? কিয় ন্যায়ালয়ৰ বিৰুদ্ধে খং জগদীপ ধনখৰৰ
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উপ-ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশৰ বিৰুদ্ধে FIRৰ নিৰ্দেশ দিব পাৰেনে? কিয় ন্যায়ালয়ৰ বিৰুদ্ধে খং জগদীপ ধনখৰৰ

১৭ এপ্ৰিল তাৰিখে ন্যায়ালয়ে এক নিৰ্দেশনা জাৰি কৰি ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালক কোনো আইন পাছ কৰাৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰি দিয়াক লৈ খৰ্গহস্ত হৈ পৰে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কঠোৰ ভাষাৰে কয় যে আদালতে ৰাষ্ট্ৰপতিক নিৰ্দেশ দিব নোৱাৰে।
উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ইয়াকো কয় যে, সংবিধানৰ ১৪২ নং অনুচ্ছেদৰ অধীনত আদালতে লাভ কৰা বিশেষ ক্ষমতা গণতন্ত্ৰৰ ক্ষমতাৰ বিৰুদ্ধে পাৰমাণৱিক ক্ষেপণাস্ত্ৰ হিচাপে পৰিগণিত হৈছে। ন্যায়াধীশসকলে ছুপাৰ পাৰ্লিয়ামেণ্টৰ দৰে কাম কৰিবলৈ আৰম্ভ কৰিছে।

লগতে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে দিল্লী ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ যশৱন্ত ভাৰ্মাৰ ঘৰত উদ্ধাৰ হোৱা বহু টকাৰ গোচৰত কিয় বৰ্তমানলৈ এফআইআৰ ৰুজু হোৱা নাই বুলিও প্ৰশ্ন কৰে। পাছে বিচাৰক এজনৰ বিৰুদ্ধে এফআইআৰ পঞ্জীয়ন কৰিবলৈ কোনে আদেশ দিব পাৰে !

যেতিয়া ন্যায়াধীশ যশৱন্ত ভাৰ্মাৰ গোচৰ আহিছিল, তেতিয়াও প্ৰশ্ন উত্থাপন হৈছিল যে ন্যায়াধীশৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিব পৰা যাব নেকি? যদি সম্ভৱ তেন্তে কোনে পঞ্জীয়ন কৰিব পাৰে? নিয়ম অনুসৰি যদি ভাৰতৰ মুখ্য ন্যায়াধীশৰ এই অভিযোগ সঁচা যেন লাগে তেন্তে ভাৰতৰ ৰাষ্ট্ৰপতিক পৰামৰ্শ দিব পাৰে যে তেওঁ আৰক্ষীক এফআইআৰ ৰুজু কৰাৰ অনুমতি দিব পাৰে। এই প্ৰক্ৰিয়াটোক ইন-হাউছ প্ৰচেছ বোলা হয়। এই তদন্তৰ দায়িত্ব উচ্চতম ন্যায়ালয়ৰ।

উপ-ৰাষ্ট্ৰপতিৰ দ্বাৰা ন্যায়াধীশৰ বিৰুদ্ধে এফ আই আৰৰ আদেশ সন্দৰ্ভত ইমান স্পষ্ট নিয়ম নাই। কিন্তু যদি কোনো ন্যায়াধীশৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিব লাগে তেন্তে চিজেআইয়ে ৰাষ্ট্ৰপতিক পৰামৰ্শ নিদিয়ালৈকে ন্যায়াধীশৰ বিৰুদ্ধে কোনো এফআইআৰ দাখিল কৰিব নোৱাৰিব। আনহাতে ৰাষ্ট্ৰপতিয়ে চিজেআইৰ নিৰ্দেশ মানি চলিবলৈ বাধ্য নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CourtIndian LowIndian Presidentpresident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা
স্বাস্থ্য

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

March 18, 2026
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
বিজ্ঞান

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

March 18, 2026
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

March 18, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

Next Post
কেতিয়াৰে পৰা তীৰ্থযাত্ৰীৰ বাবে মুকলি হ’ব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ? জানি থওক সবিশেষ তথ্য

পুৰুষৰ জন্মনিয়ন্ত্ৰক ঔষধত ৯৯ শতাংশ সফলতা! বজাৰত কেতিয়াৰে পৰা উপলব্ধ হ’ব এই ঔষধ, ইয়াৰ ফলত পুৰুষত্বৰ ক্ষতি হ’ব নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন