কৰ্কট ৰোগীৰ সুবিধাৰ বাবে বাজেটত কেইবাটাও ডাঙৰ ঘোষণা।
কৰ্কট ৰোগী বিশেষকৈ শিশুসকলৰ বাবে অত্যাধুনিক কৰ্কট চিকিৎসাৰ বাবে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান স্থাপন কৰা হব।
গুৱাহাটীত স্থাপন কৰা হব প্ৰটন থেৰাপী কেন্দ্ৰ।
পূব ভাৰতৰ প্ৰথমটো আৰু দেশৰ ভিতৰত তৃতীয়টো বৃহৎ প্ৰটন থেৰাপী কেন্দ্ৰ।
এই যন্ত্ৰটোৰ মূল্য হৈছে ৫৫০ কোটি টকা।
আগশাৰীৰ হাস্পতালতসমূহক ৰেহাই মূল্যত ভূমি আৰু আন সুবিধা প্ৰদানেৰে ভাৰতলৈ অনাৰ চেষ্টা কৰিব অসম চৰকাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ