• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়া পাতি শেষ কেৰিয়াৰ, দুটি সন্তান জন্মৰ পাছত স্বামীৰ পৰা বিচ্ছেদ হৈ পুনৰ সফলতাৰে উভতে বলীউডলৈ, কোন এই অভিনেত্ৰী

বিয়া পাতি শেষ কেৰিয়াৰ, দুটি সন্তান জন্মৰ পাছত স্বামীৰ পৰা বিচ্ছেদ হৈ পুনৰ সফলতাৰে উভতে বলীউডলৈ, কোন এই অভিনেত্ৰী

2 years ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

2 minutes ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

32 minutes ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

2 hours ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

2 hours ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

3 hours ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

3 hours ago
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

4 hours ago
UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

5 hours ago
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

7 hours ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

7 hours ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

8 hours ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বিয়া পাতি শেষ কেৰিয়াৰ, দুটি সন্তান জন্মৰ পাছত স্বামীৰ পৰা বিচ্ছেদ হৈ পুনৰ সফলতাৰে উভতে বলীউডলৈ, কোন এই অভিনেত্ৰী

editor by editor
May 6, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন
0
বিয়া পাতি শেষ কেৰিয়াৰ, দুটি সন্তান জন্মৰ পাছত স্বামীৰ পৰা বিচ্ছেদ হৈ পুনৰ সফলতাৰে উভতে বলীউডলৈ, কোন এই অভিনেত্ৰী
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিয়া পাতি শেষ কেৰিয়াৰ, দুটি সন্তান জন্মৰ পাছত স্বামীৰ পৰা বিচ্ছেদ হৈ পুনৰ সফলতাৰে উভতে বলীউডলৈ, কোন এই অভিনেত্ৰী

বলীউডৰ এগৰাকী এনে অভিনেত্ৰী, যিয়ে জীৱনৰ প্ৰথমখন চিনেমাতেই ব্লকব্লাষ্টাৰ উপহাৰ দিয়ে দৰ্শকক। পাছে এগৰাকী ছুপাৰষ্টাৰৰ সৈতে প্ৰেম হৈ একেবাৰে কম বয়সতে বিয়া হৈ শেষ কৰি পেলাই নিজেই নিজৰ কেৰিয়াৰ। পাছত দুটি সন্তান জন্ম হৈ স্বামীৰ পৰা বিচ্ছেদ লৈ পুনৰ উভতে বলীউডলৈ।

উভতিয়ে পুনৰ হিট ছবি উপহাৰ দিয়ে দৰ্শকক। বলীউডেও আঁকোৱালী লয় দুটি সন্তানৰ মাতৃগৰাকীক। দৰ্শককো দিয়ে এখনৰ পাছত আন এখন সফল ছবি।

মাত্ৰ ১৬ বছৰ বয়সতে বিবাহ বান্ধোনত সোমাই পৰি ১৭ বছৰ বয়সতে জন্ম দিয়ে প্ৰথমটো সন্তান। তাৰ পাছতে জন্ম দিয়ে আন এটি সন্তানো। পাছত বিয়াৰ ৯ বছৰ একেলগে থকাৰ অন্তত বিবাহ বিচ্ছেদ লৈ পুনৰ উভতে বলীউডলৈ।

কিন্তু পাছলৈ আৰু কোনোদিনে উভতি চাবলগা নহয়। বলীউডত দি যায় এখনৰ পাছত এখন সফল ছবি। সেই অভিনেত্ৰীগৰাকীয়েই হৈছে ডিম্পল কাপাডিয়া।

১৪ বছৰ বয়সত প্ৰথমখন ছুপাৰ হিট ছবি দি ১৬ বছৰ বয়সত নিজতকৈ ১৬ বছৰে ডাঙৰ বলীউডৰ ছুপাৰষ্টাৰ ৰাজেশ খান্নাৰ সৈতে বিয়া, ১৭ বছৰত প্ৰথম সন্তান টুইংকল খান্নাৰ জন্ম, ১৯ বছৰত ৰিংকি খান্নাৰ জন্ম, ২৫ ত বিবাহ বিচ্ছেদ।

অতি কম বয়সতে মাতৃত্ব লাভ কৰি বিচ্ছেদো হৈ যায় ডিম্পল কাপাডিয়াৰ। অৱশ্যে সেই বিচ্ছেদ কোনো আইনৰ অধীনত নহয়, কেৱল বেলেগে থাকিবলৈ লয় ডিম্পল কাপাডিয়া আৰু ৰাজেশ খান্না।

স্বামীৰ পৰা আঁতৰি আহিয়ে পুনৰ বলীউডত ঋষি কাপুৰ আৰপ কমল হাছানৰ সাতে ‘সাগৰ’ ছবি কৰি সফলতা লাভ কৰে। তাৰ পাছত ৰুডালী, দৃষ্টি, ইনছাফ, জখমী ঔৰত, আল্লা ৰাখা, ইনছাফ আদি বহুতো ছবিত কাম কৰে। বৰ্তমানও বহু কেইখন হিট ছবিত কাম কৰিছে ডিম্পল কাপাডিয়াই। নাম গঢ়িছে এগৰাকী সফল অভিনেত্ৰী হিচাপে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bollywoodbollywood actressBollywood CarrierBollywood StoryChildhood ImageDimple Kapadia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?
বিনোদন

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

October 8, 2026
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?
জীৱনশৈলী

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

October 8, 2026
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!
জীৱনশৈলী

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

October 8, 2026
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?
বিনোদন

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

October 8, 2026
Next Post
কেতিয়া হ’বলৈ গৈ আছে মোহিনী একাদশী, হ’ব অদ্ভুদ সংযোগ, এই ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখৰ জোৱাৰ

কেতিয়া হ'বলৈ গৈ আছে মোহিনী একাদশী, হ'ব অদ্ভুদ সংযোগ, এই ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখৰ জোৱাৰ

তৃতীয় পৰ্যায়ৰ ভোটলৈ সাজু ৰাজ্য, কোন সমষ্টিত কোন কোন প্ৰাৰ্থী পঢ়ক সবিশেষ

তৃতীয় পৰ্যায়ৰ ভোটলৈ সাজু ৰাজ্য, কোন সমষ্টিত কোন কোন প্ৰাৰ্থী পঢ়ক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.