• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তৃতীয় পৰ্যায়ৰ ভোটলৈ সাজু ৰাজ্য, কোন সমষ্টিত কোন কোন প্ৰাৰ্থী পঢ়ক সবিশেষ

তৃতীয় পৰ্যায়ৰ ভোটলৈ সাজু ৰাজ্য, কোন সমষ্টিত কোন কোন প্ৰাৰ্থী পঢ়ক সবিশেষ

2 years ago
দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

1 hour ago
বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

2 hours ago
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

2 hours ago
আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

2 hours ago
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

3 hours ago
দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

3 hours ago
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

4 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

4 hours ago
বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

6 hours ago
এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

7 hours ago
বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

8 hours ago
এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

তৃতীয় পৰ্যায়ৰ ভোটলৈ সাজু ৰাজ্য, কোন সমষ্টিত কোন কোন প্ৰাৰ্থী পঢ়ক সবিশেষ

editor by editor
May 7, 2024
in অপৰাধ, অসম, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
তৃতীয় পৰ্যায়ৰ ভোটলৈ সাজু ৰাজ্য, কোন সমষ্টিত কোন কোন প্ৰাৰ্থী পঢ়ক সবিশেষ
0
SHARES
131
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ৭মে’ মঙলবাৰ। দেশৰ ৯৫টা লোকসভা সমষ্টিত পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। মুঠ ১৩৫২গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত।

অসমৰ ৪০টা বিধানসভা সমষ্টি আগুৰি থকা ৪টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব লগা এই নিৰ্বাচনত ৪৭গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’বলৈ গৈ আছে। আজিৰ ৪ সমষ্টিৰ ভিতৰত আছে গুৱাহাটীয়ো।

অসমৰ কোন সমষ্টিত কেইজন প্ৰাৰ্থীঃ-

গুৱাহাটী-

এই সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়োৱা প্ৰাৰ্থীৰ সংখ্যা- ৮গৰাকী

* বিজুলী কলিতা মেধি- বিজেপি

* মীৰা বৰঠাকুৰ গোস্বামী- কংগ্ৰেছ

* অমিতাভ শৰ্মা- একমত সনাতন ভাৰত দল

* ছিজন গয়াৰী- বহুজন মহা পাৰ্টি

* দিলীপ কুমাৰ বড়ো- ভোটাৰছ পাৰ্টি ইণ্টাৰনেচনেল

* ছামাদ চৌধুৰী- ভাৰতীয় গণ পৰিষদ

* কাজি নেকিব আহমেদ- নিদৰ্লীয়

* গকুল চন্দ্ৰ সিনহা- নিদৰ্লীয়

বৰপেটা

এই সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়োৱা প্ৰাৰ্থীৰ সংখ্যা- ১৪গৰাকী

* দীপ বায়ন- কংগ্ৰেছ

* ফণীভূষণ চৌধৰী- অসম গণ পৰিষদ

* মনোৰঞ্জন তালুকদাৰ- চি পি আই এম

* হামিজ উদ্দিন- বি পি এফ

* আবু বক্কৰ চিদ্দিকী- ৰাষ্ট্ৰীয় ওলেমা কাউন্সিল

* আবুল কৰিম আজাদ- তৃণমূল কংগ্ৰেছ

* আমজাদ আলী- ৰিপ্লাবিকান পাৰ্টি অৱ ইণ্ডিয়া

* চিত্ৰলেখা দাস –ছচিয়েলিষ্ট চেন্টাৰ অৱ ইণ্ডিয়া

* শ্বাহজাহান আলী খান- ভোটাৰছ পাৰ্টি ইণ্টাৰনেচনেল

* আইনুল হক- নিৰ্দলীয়

* জগন্নাথ ৰয়- নিদৰ্লীয়

* দুলু আহমেদ- নিদৰ্লীয়

* দেৱান মহিবুল ইছলাম- নিদৰ্লীয়

* মাতিৱাৰ ৰহমান- নিদৰ্লীয়

কোকৰাঝাৰ

এই সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা মুঠ প্ৰাৰ্থীৰ সংখ্যা- ১২গৰাকী

* খাম্ফা বৰগৰায়ী- বিপিএফ

* গৰ্জন মুছাহাৰী- কংগ্ৰেছ

* জয়ন্ত বসুমতাৰী- ই পি পি এল

* গৌৰীশংকৰ শৰণীয়া- তৃণমূল কংগ্ৰেছ

* বিনীতা ডেকা- গণ সুৰক্ষা পাৰ্টি

* ললিত পেগু- ভোটাৰছ পাৰ্টি ইন্টাৰনেচনেল

* অজয় নাৰ্জাৰী- নিদৰ্লীয়

* জ্যোতিষ কুমাৰ দাস- নিদৰ্লীয়

* তিপ্তীনা ৰাভা- নিদৰ্লীয়

* পংকজ ইছলাৰী- নিদৰ্লীয়

* পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ- নিদৰ্লীয়

* ৰণজয় কুমাৰ ব্ৰহ্ম- নিদৰ্লীয়

ধুবুৰী

এই সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা মুঠ প্ৰাৰ্থীৰ সংখ্যা- ১৩গৰাকী

* জাবেদ ইছলাম- অসম গণ পৰিষদ

* মহম্মদ বদৰুদ্দিন আজমল- এ আই ইউ ডি এফ

* ৰকিবুল হুচেইন- কংগ্ৰেছ

* এছ এম জাইৰুল হক- ভাৰতীয় গণ পৰিষদ

* সুৰত জামান মণ্ডল- চচিয়েলিষ্ট ইউনিটী চেন্টাৰ অৱ ইণ্ডিয়া

* তাহিদুৰ ৰহমান- ভোটাৰছ পাৰ্টি ইন্টাৰনেচনেল

* ৰাধাৰাণী বিশ্বাস- হিন্দু সমাজ পাৰ্টি

* ৰেজাওল কৰিম- ৰিপ্লাবিকান পাৰ্টি অৱ ইণ্ডিয়া

* হুকুৰ আলী- অসম গণ মৰ্চা

* হাফিজ বুৰহানুদ্দিন- দ্য নেচনেল ৰোড মেপ পাৰ্টি অৱ ইণ্ডিয়া

* অলকেশ ৰয়- নিদৰ্লীয়

* ফাৰুক খান- নিদৰ্লীয়

* বিশ্বজিত ৰয়- নিদৰ্লীয়

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 3rd Phase Electionassamelectionguwahatilok sabha electionlok sabha election 2024Voting
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ
বিনোদন

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

September 7, 2026
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ
ভাৰত

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

September 7, 2026
দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক
বিনোদন

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

September 7, 2026
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’
ভাৰত

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

September 7, 2026
Next Post
দৈনিক ৰাশিফল-  কেনে যাব আজিৰ মঙলবাৰৰ দিনটো , স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান এই সকল লোক

দৈনিক ৰাশিফল-  কেনে যাব আজিৰ মঙলবাৰৰ দিনটো , স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান এই সকল লোক

আজি ৯৩ আসনত, ১৩৫১ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা, ভোটদান সম্পন্ন মোদী-শ্বাহৰ

আজি ৯৩ আসনত, ১৩৫১ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা, ভোটদান সম্পন্ন মোদী-শ্বাহৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.