• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজেপিৰ হাততেই সুৰক্ষিত নহয় মহিলা, ২ বছৰ পূৰ্বৰ ঘটনা অৱশেষত পোহৰলৈ

বিজেপিৰ হাততেই সুৰক্ষিত নহয় মহিলা, ২ বছৰ পূৰ্বৰ ঘটনা অৱশেষত পোহৰলৈ

1 year ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 day ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

1 day ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

1 day ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

1 day ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

3 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, February 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিজেপিৰ হাততেই সুৰক্ষিত নহয় মহিলা, ২ বছৰ পূৰ্বৰ ঘটনা অৱশেষত পোহৰলৈ

editor by editor
January 16, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
বিজেপিৰ হাততেই সুৰক্ষিত নহয় মহিলা, ২ বছৰ পূৰ্বৰ ঘটনা অৱশেষত পোহৰলৈ
0
SHARES
133
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিজেপিৰ হাততেই সুৰক্ষিত নহয় মহিলা, ২ বছৰ পূৰ্বৰ ঘটনা অৱশেষত পোহৰলৈ

বিজেপিৰ হাততেই সুৰক্ষিত নহয় দেশৰ মহিলা। যি বিজেপিয়ে বেটি বচাও বেটি পঢ়াও শ্লোগান দিয়ে, সেই বিজেপিৰ হাততেই ধৰ্ষিতা হ’ল এগৰাকী মহিলা। তাকো দলবদ্ধ ধৰ্ষণৰ বলি বিধৱা মহিলাগৰাকী।

বিধৱা মহিলাক হোটেলৰ কোঠালৈ মাতি বলপূৰ্বক ধৰ্ষণ বিজেপি নেতাৰ। দেশ কঁপাই যোৱা দলবদ্ধ ধৰ্ষণ কাণ্ডত নাম সাঙোৰ খালে গেৰুৱা দলৰ।

মহিলাক প্ৰলোভনেৰে ৩ বিজেপি নেতাই সংঘটিত কৰে এই ভয়ংকৰ কাণ্ড। বিৰোধীৰ চাপত বিজেপিৰ সভাপতিৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ।

উল্লেখ্য যে, এই দেশ তোলপাৰ লগোৱা ধৰ্ষণ কাণ্ড চলিত বৰ্ষত নহয়, বৰঞ্চ আজিৰ পৰা ২ বছৰ পূৰ্বে ২০২৩চনত সংঘটিত হৈছিল, যি এতিয়াহে আহিছে পোহৰলৈ ।

২০২৩ চনৰ ৩ জুলাইত এগৰাকী বিধৱা মহিলাক চাকৰি দিম বুলি এই কাণ্ড কৰিছিল মোহনলালে। ঘটনাত নাম সাঙোৰ খাইছে জনপ্ৰিয় গায়ক জয় ভগৱান ওৰফে ৰকিৰো। হিমাচল প্ৰদেশৰ কচৌলীৰ এখন হোটেলত সংঘটিত কৰিছিল এই কাণ্ড।

২টা বছৰ পূৰ্বে সংঘটিত হোৱা এই ঘটনা চলিত ২০২৫ বৰ্ষৰ ১৪ জানুৱাৰী তাৰিখেৰে গোচৰ ৰুজু কৰা হৈছে । হিমাচল আৰক্ষীয়ে জামিনবিহীন গোচৰ ৰুজু কৰিছে বিজেপি সভাপতি আৰু আন ২জনৰ বিৰুদ্ধে।

অভিযুক্ত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকী হাৰিয়ানাৰ মোহনলাল বাদোলী। ঘটনা সংঘটিত কৰি মহিলাক প্ৰাণে মৰাৰ ভাবুকি দিছিল ৩ লম্পট ধৰ্ষণকাৰীয়ে। ঘটনা পোহৰলৈ অহাৰ পাছতেই বিৰোধীৰ সমালোচনাৰ সন্মুখীন এতিয়া গেৰুৱা দল।

আনহাতে ঘটনাৰ পাছতে মহিলা শূণ্য হ’বলৈ গৈ আছে হাৰিয়ানাৰ বিজেপি দল। বিজেপি সভাপতিৰ ধৰ্ষণ কাণ্ড পোহৰলৈ অহাৰ পিছতে পদত্যাগৰ জোৱাৰ। বিজেপিত নাৰীৰ সুৰক্ষা নাই বুলি মহিলাই ত্যাগ কৰিছে বিজেপি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BJP Rape CaseHimachal KassualiHimachal Pradesh Rape Caserape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
কাইলৈ ১৭ জানুৱাৰীৰ পৰা উত্তৰ দিশে গতি কৰিব শুক্ৰ গ্ৰহ, চাকৰি-ব্যৱসায়ত বিশেষ প্ৰভাৱ

কাইলৈ ১৭ জানুৱাৰীৰ পৰা উত্তৰ দিশে গতি কৰিব শুক্ৰ গ্ৰহ, চাকৰি-ব্যৱসায়ত বিশেষ প্ৰভাৱ

চিচি টিভিত নাই একো বিশেষ, সহায়িকাৰ ওপৰত সন্দেহ, ছেইফৰ আক্ৰমণৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্য সদৰি

চিচি টিভিত নাই একো বিশেষ, সহায়িকাৰ ওপৰত সন্দেহ, ছেইফৰ আক্ৰমণৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্য সদৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.