• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিচি টিভিত নাই একো বিশেষ, সহায়িকাৰ ওপৰত সন্দেহ, ছেইফৰ আক্ৰমণৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্য সদৰি

চিচি টিভিত নাই একো বিশেষ, সহায়িকাৰ ওপৰত সন্দেহ, ছেইফৰ আক্ৰমণৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্য সদৰি

2 years ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

11 hours ago
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

11 hours ago
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

11 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

13 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

13 hours ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

14 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

15 hours ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

15 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

16 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

17 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

18 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

চিচি টিভিত নাই একো বিশেষ, সহায়িকাৰ ওপৰত সন্দেহ, ছেইফৰ আক্ৰমণৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্য সদৰি

editor by editor
January 16, 2025
in চিনেমা, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
চিচি টিভিত নাই একো বিশেষ, সহায়িকাৰ ওপৰত সন্দেহ, ছেইফৰ আক্ৰমণৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্য সদৰি
0
SHARES
373
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিচি টিভিত নাই একো বিশেষ, সহায়িকাৰ ওপৰত সন্দেহ, ছেইফৰ আক্ৰমণৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্য সদৰি

বলীউডৰ অভিনেতা ছেইফ আলী খানৰ ঘৰত প্ৰৱেশ কৰি দুৰ্বৃত্তই ছুৰীৰে আক্ৰমণ কৰে, য’ত অভিনেতাগৰাকী গুৰুতৰভাৱে আহত হয়। বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ মান বজাত ছেইফক মুম্বাইৰ লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই সন্দৰ্ভত তদন্তৰ বাবে আৰক্ষী আৰু ফৰেনছিক দল ছাইফৰ ঘৰত উপস্থিত হৈছে।

এতিয়ালৈকে পাঁচটা ডাঙৰ আপডেট প্ৰকাশ পাইছে-

১/ সূত্ৰ অনুসৰি চিচিটিভি ফুটেজৰ তদন্তৰ সময়ত আৰক্ষীয়ে দুজন সন্দেহযুক্ত লোকক উদ্ধাৰ কৰে। কোৱা হৈছে যে ইয়াৰে এজন আক্ৰমণকাৰী হ’ব পাৰে। এতিয়াও অব্যাহত আছে চিচিটিভিৰ তদন্ত। বৰ্তমান আৰক্ষীয়ে ঘটনাস্থলীৰ আশে-পাশে থকা অট্টালিকা আৰু অন্যান্য ফ্লেটত কাম কৰা কৰ্মচাৰীৰ তথ্য সংগ্ৰহ কৰি আছে।

২/ লীলাৱতী হাস্পতালত ছেইফ আলী খানৰ অস্ত্ৰোপচাৰ সম্পূৰ্ণ হৈছে। ডাক্তৰৰ অনুমতিৰ পিছত আৰক্ষীয়ে ল’ব ছেইফৰ বক্তব্য। এই আক্ৰমণৰ পিছত ছেইফৰ জ্যেষ্ঠ পুত্ৰ আব্ৰাহাম, নিৰাপত্তাৰক্ষী আৰু তেওঁৰ ড্ৰাইভাৰে তেওঁক চিকিৎসালয়লৈ লৈ যায়। ইয়াৰ পিছত অভিনেত্ৰী পত্নী কৰীণা কাপুৰ আৰু কৰিশ্মা কাপুৰো একেলগে চিকিৎসালয়ত উপস্থিত হয়।

৩/ এই গোচৰত সহায়িকাৰ ভূমিকাক লৈও আৰক্ষীৰ সন্দেহ আছে। প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে সন্দেহ কৰিছে যে সহায়িকাই হয়তো আক্ৰমণকাৰীক ভিতৰলৈ আহিবলৈ দিছিল। প্ৰথমে আক্ৰমণকাৰীয়ে সাহয়িকাগৰাকীক আক্ৰমণ কৰাৰ পিছত দুয়োৰে মাজত কাজিয়া আৰম্ভ হৈছিল। আনহাতে যোৱা দুই-তিনিদিন ধৰি ছেইফৰ ঘৰত চলি আছে ফ্ল’ৰ পলিচিঙৰ কাম। আৰক্ষীয়ে এই শ্ৰমিকসকলকো জেৰা অব্যাহত ৰাখিছে। আৰক্ষীয়ে যেতিয়া ছৈফ আলী খানৰ ঘৰৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰে তেতিয়া তাত কোনো লোক অহা-যোৱা কৰা দেখা নাযায়।

৪/ ছেইফ আলী খানৰ ওপৰত আক্ৰমণৰ গোচৰত আৰক্ষীয়ে তেওঁৰ ঘৰত কৰ্মৰত তিনিজন লোকক আটক কৰিছে। তেওঁক থানালৈ লৈ যোৱা হৈছে, য’ত তেওঁক জেৰা অব্যাহত ৰখা হৈছে। এই আক্ৰমণৰ তদন্তৰ বাবে ক্ৰাইম ব্ৰাঞ্চে ৭টা দল গঠন কৰিছে। ইয়াৰে এটা দলে চিচিটিভিৰ ফুটেজ স্কেন কৰি আছে। ফৰেনছিক দলটোৱে ছৈফৰ ঘৰৰ পৰাও বহু আঙুলিৰ ছাপ উদ্ধাৰ কৰি তদন্তৰ বাবে প্ৰেৰণ কৰিছে।

৫/ এআইচিডব্লিউএৰ সভাপতি সুৰেশ শ্যামলাল গুপ্তাই কয় যে, বলীউডৰ অভিনেতা ছাইফ আলী খানৰ ওপৰত হোৱা চাঞ্চল্যকৰ আক্ৰমণৰ পিছত তেওঁৰ বাসগৃহত ডকাইতিৰ চেষ্টাই উদ্যোগটোত ভয়ৰ পৰিৱেশৰ সৃষ্টি কৰিছে। এইটো কেৱল ডকাইতি আছিল নে বলীউডত ভয়ৰ সৃষ্টি কৰিবলৈ কৰা হৈছিল, যাৰ ফলত বৃহৎ পৰিসৰৰ ধন দাবীৰ পথ মুকলি হ’ব পাৰে, সেই সন্দৰ্ভতো তদন্ত আৰম্ভ হৈছে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bollywood actorMubai AttackSaif Ali Khan AttackSaif Kahn Attack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

September 20, 2026
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক
জীৱনশৈলী

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

September 20, 2026
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত
বিনোদন

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

September 20, 2026
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা
বাণিজ্য

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

September 20, 2026
Next Post
টুচু পূজাৰ দিনাই চেঁচা নৈত আদিবাসী যুৱতীৰ নিথৰ দেহ উদ্ধাৰ, সন্তান সম্ভৱা আছিল যুৱতী

টুচু পূজাৰ দিনাই চেঁচা নৈত আদিবাসী যুৱতীৰ নিথৰ দেহ উদ্ধাৰ, সন্তান সম্ভৱা আছিল যুৱতী

মহাকাশত ইছৰোৰ অলৌকিকতা, বিশ্বৰ চতুৰ্থ মহাশক্তি হিচাপে পৰিগণিত ভাৰত

মহাকাশত ইছৰোৰ অলৌকিকতা, বিশ্বৰ চতুৰ্থ মহাশক্তি হিচাপে পৰিগণিত ভাৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.