• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নগ্ন ফ’টোশ্বুট, ৰণবীৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ, গ্ৰেপ্তাৰ নিশ্চিত নেকি ৰণবীৰৰ?

নগ্ন ফ’টোশ্বুট, ৰণবীৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ, গ্ৰেপ্তাৰ নিশ্চিত নেকি ৰণবীৰৰ?

4 years ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

23 minutes ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

2 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

2 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

4 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

4 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

5 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

6 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

6 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

7 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

1 day ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

1 day ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নগ্ন ফ’টোশ্বুট, ৰণবীৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ, গ্ৰেপ্তাৰ নিশ্চিত নেকি ৰণবীৰৰ?

editor by editor
July 26, 2022
in চিনেমা, বিবিধ, ভাৰত
0
নগ্ন ফ’টোশ্বুট, ৰণবীৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ, গ্ৰেপ্তাৰ নিশ্চিত নেকি ৰণবীৰৰ?
0
SHARES
5.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ অভিনেতা ৰণবীৰ সিঙৰ সাহসী ফ’টোশ্বুটৰ বাবেই ছ’চিয়েল মিডিয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ফ’টোসমূহ ভাইৰেল হোৱাৰ পিছৰে পৰা ছ’চিয়েল মিডিয়াত মানুহে অভিনেতাজনক ট্ৰ’লিং কৰি আহিছে যদিও চেলিব্ৰিটিসকলে বিভিন্ন যুক্তি দি তেওঁক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে।

কিন্তু ৰণবীৰ সিঙৰ ফ’টো বা চেলিব্ৰিটিৰ সমৰ্থনক কোনো নেট-নাগৰিকে আঁকোৱালি লোৱা নাই। এই কাৰণেই সোমবাৰে তেওঁৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হৈছিল আৰু এতিয়া মুম্বাইৰ চেম্বুৰ থানাত অভিনেতাগৰাকীৰ বিৰুদ্ধে ‘মহিলাৰ আৱেগক আঘাত দিয়া’ৰ বাবে গোচৰ ৰুজু কৰিছে।

ইয়াৰ পাছতে নেট-নাগৰিকে ৰণবীৰ সিঙক গ্ৰেপ্তাৰ কৰাৰো দাবী উত্থাপন কৰিছে।

লগতে পঢ়ক পৱিত্ৰ শাওণ মাহ আৰম্ভ; সম্পূৰ্ণৰূপে নিষিদ্ধ হ’ব মাছ-মাংস-কণীসহ আমিষ খাদ্যৰ বিক্ৰী!

সংবাদ সংস্থা এএনআই-এ দিয়া তথ্য অনুসৰি অভিনেতা ৰণবীৰ সিঙৰ বিৰুদ্ধে আই পি চিৰ ২৯২, ২৯৩, ৫০৯ আৰু আই টি আইনৰ ধাৰাত এফ আই আৰ ৰুজু কৰা হৈছে।

মুম্বাইৰ চেম্বুৰ থানাত অভিনেতাগৰাকীৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰিছে এটা বেচৰকাৰী সংস্থা চমুকৈ এন জি অ’ পৰিচালনা কৰা ললিত শ্যামে। তেওঁ অভিযোগ কৰি কয় যে ৰণবীৰ সিঙৰ এনে সাহসী ছবি দেখাৰ পিছত মহিলাৰ অনুভূতিত আঘাত লাগিছে। এই কাৰণতে তেওঁ টুইটাৰ আৰু ইনষ্টাগ্ৰামৰ পৰা ৰণবীৰৰ বল্ড ছবি আঁতৰোৱাৰো দাবী জনাইছে।

ইফালে অধিবক্তাই কয় যে যদি ৰণবীৰ সিং গ্ৰেপ্তাৰ হৈ দোষী সাব্যস্ত হয় তেনে ভাৰতীয় দণ্ডবিধি আইনৰ ২৯২ ধাৰা অনুসৰি ৫ বছৰৰ কাৰাদণ্ড আৰু ২৯৩ ধাৰাত ৩ বছৰ কাৰাদণ্ডৰ ব্যৱস্থা আছে। ইফালে আই টি আইন ৬৭ আৰু ৫ বছৰৰ কাৰাদণ্ডৰ শাস্তি আছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Actor Ranveer Singhasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBollywoodbollywood actorRanveer Singh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
Next Post
প্ৰেমিকে কৰিলে প্ৰতাৰণা! প্ৰেমিকৰ পিতৃৰে বিয়াত বহিল প্ৰেমিকা, ইয়াৰ পিছত কি হ’ল?

প্ৰেমিকে কৰিলে প্ৰতাৰণা! প্ৰেমিকৰ পিতৃৰে বিয়াত বহিল প্ৰেমিকা, ইয়াৰ পিছত কি হ’ল?

‘মই বহু দিন যৌন সম্পৰ্কই কৰা নাই’, কিয় ক’লে বিশ্বৰ ধনাৰ্ঢ্য ব্যক্তি এল’ন মাস্কে?

‘মই বহু দিন যৌন সম্পৰ্কই কৰা নাই’, কিয় ক’লে বিশ্বৰ ধনাৰ্ঢ্য ব্যক্তি এল’ন মাস্কে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.