• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
CBSEৰ পাঠ্যক্ৰমত বৃহৎ পৰিৱৰ্তন : আঁতৰিল মোগল ইতিহাসসহ কে’বটাও অধ্যায়

CBSEৰ পাঠ্যক্ৰমত বৃহৎ পৰিৱৰ্তন : আঁতৰিল মোগল ইতিহাসসহ কে’বটাও অধ্যায়

4 years ago
পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

13 minutes ago
বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

57 minutes ago
৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

1 hour ago
প্ৰতিকী ছবি

বিমানৰ উৰণৰ পাছতেই যাত্ৰীৰ মৃত্যু, ১৩ ঘণ্টা মৃ**তকক লৈ আকাশপথত যাত্ৰী, ভয়াৱহ অভিজ্ঞতা বৰ্ণনা কৰিছে যাত্ৰীয়ে, ক’ত এই ঘটনা?

2 hours ago
বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

2 hours ago
৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

3 hours ago
এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

4 hours ago
SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

4 hours ago
এপ্ৰিলৰ আৰম্ভণিতেই ত্ৰিগ্ৰহী যোগ, ৰজা হোৱাৰ সুযোগ পাব ৩ৰাশিৰ জাতকে

এপ্ৰিলৰ আৰম্ভণিতেই ত্ৰিগ্ৰহী যোগ, ৰজা হোৱাৰ সুযোগ পাব ৩ৰাশিৰ জাতকে

5 hours ago
ৰামৰ আশীৰ্বাদ থাকে এই ৫ৰাশিত, এওঁলোকৰ সকলো সমস্যা দূৰ কৰে ৰঘুপতিয়ে

ৰামৰ আশীৰ্বাদ থাকে এই ৫ৰাশিত, এওঁলোকৰ সকলো সমস্যা দূৰ কৰে ৰঘুপতিয়ে

5 hours ago
ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত

ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত

5 hours ago
LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?

LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

CBSEৰ পাঠ্যক্ৰমত বৃহৎ পৰিৱৰ্তন : আঁতৰিল মোগল ইতিহাসসহ কে’বটাও অধ্যায়

editor by editor
April 23, 2022
in অসম, ভাৰত, শিক্ষা
0
CBSEৰ পাঠ্যক্ৰমত বৃহৎ পৰিৱৰ্তন : আঁতৰিল মোগল ইতিহাসসহ কে’বটাও অধ্যায়
0
SHARES
173
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদে পাঠ্যক্ৰমত ব্যাপক পৰিৱৰ্তন সাধন কৰিছে৷ সংসদে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰ্যন্ত পাঠ্যক্ৰমৰ পৰা বহু অধ্যায় আঁতৰাই দিছে৷

শনিবাৰে সংসদে প্ৰকাশ কৰা অনুসৰি দশম শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা খাদ্য সুৰক্ষা, কৃষি ওপৰত বিশ্বায়নৰ প্ৰভাৱ, ধর্ম সাম্প্ৰদায়িকতা আৰু ৰাজনীতি, ৰাজনীতি-সাম্প্ৰদায়িকতা ধৰ্ম নিৰপেক্ষ ৰাজ্য আদি কে’বাটাও অধ্যায় বিলোপ কৰিছে৷

ইমানেই নহয়, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰা গোষ্ঠী নিৰপেক্ষ আন্দোলন, শীতল যুদ্ধৰ যুগ, এফ্ৰো-এছিয়াৰ অঞ্লত ইছলামিক সাম্ৰাজ্যৰ উত্থান, মোগল সাম্ৰাজ্যৰ ইতিহাস আৰু শিল্প বিপ্লৱ সম্পৰ্কীয় অধ্যায়সমূহ আঁতৰাই দিয়া হৈছে৷

লগতে  পঢ়ক শচীন টেণ্ডুলকাৰৰ পৰা বিৰাট কোহলীলৈকে কোনকেইজন ক্ৰিকেটাৰ পত্নীসকল ধনী পৰিয়ালৰ?

ইয়াৰ লগতে চিবিএছইয়ে পাঠ্যক্ৰমৰ পৰা ‘গণতন্ত্ৰ আৰু বৈচিত্ৰ্য’ শীৰ্ষক অধ্যায়বোৰো আঁতৰাই দিছে। ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ (এনচিইআৰটি) পৰামৰ্শ অনুসৰি এই বিষয় তথা  অধ্যায় আঁতৰোৱাৰ  আঁতৰাই দিয়া বুলি প্ৰকাশ কৰিছে সংসদে।

উল্লেখ্য যে একাদশ শ্ৰেণীৰ ইতিহাস পাঠ্যক্ৰমৰ পৰা আঁতৰোৱা ‘চেণ্ট্ৰেল ইছলামিক লেণ্ডছ’ অধ্যায়টোত আফ্ৰিকান-এছিয়া অঞ্চলত ইছলামিক সাম্ৰাজ্যৰ উত্থান আৰু অৰ্থনীতি আৰু সমাজৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা হৈছে।

একেদৰে, ‘দ্য মোগল কোৰ্ট: ৰিমেকভাৰিং হিষ্ট্ৰিজ থ্ৰু ক্ৰনিকলছ’ শীৰ্ষক দ্বাদশ শ্ৰেণীৰ ইতিহাস পাঠ্যক্ৰমৰ অধ্যায়টোৱে মোগলৰ সামাজিক, ধৰ্মীয় আৰু সাংস্কৃতিক ইতিহাসৰ পুনৰ নিৰ্মাণৰ সম্পৰ্কীয় মোগল আদালতৰ ইতিহাস বিষয়ে আলোকপাত কৰা হৈছে৷

লগতে পঢ়ক গৃহমন্ত্ৰী অমিত শ্বাহৰ মূৰত ফুল ছটিয়ালে মুছলমান মহিলাই, কিন্তু কিয়?

ব’ৰ্ডৰ এজন জ্যেষ্ঠ বিষয়াই এই সন্দৰ্ভত কয়, ‘‘চিবিএছইয়ে ৯ৰ পৰা ১২ শ্ৰেণীৰ বাবে বাৰ্ষিক পাঠ্যক্ৰম আগবঢ়ায় য’ত অন্তৰ্ভুক্ত থাকে শৈক্ষিক সমল, শিক্ষণ ফলাফলৰ সৈতে পৰীক্ষাৰ পাঠ্যক্ৰম, শৈক্ষিক অনুশীলন আৰু মূল্যায়ন নিৰ্দেশনা। অংশীদাৰ আৰু অন্যান্য বিদ্যমান চৰ্তসমূহৰ বিবেচনাৰ প্ৰতি লক্ষ্য ৰাখি ব’ৰ্ডে ২০২২-২৩ শৈক্ষিক বৰ্ষৰ শেষত মূল্যাঙ্কনৰ বাৰ্ষিক পৰিকল্পনা পৰিচালনা কৰাৰ পক্ষপাতী আৰু সেই অনুসৰি পাঠ্যক্ৰম প্ৰস্তুত কৰা হৈছে।’’

অৱশ্যে, সংসদে প্ৰথমবাৰৰ বাবে পাঠ্যক্ৰমৰ পৰা অধ্যায় আঁতৰাই দিয়া নাই৷ ইয়াৰ পূৰ্বেও সংসদে এনে সিদ্ধান্ত গ্ৰহণ কৰি কিছুমান অধ্যায় আঁতৰাই আহিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamCBSE
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?
বাণিজ্য

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

March 26, 2026
৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?
জীৱনশৈলী

৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

March 26, 2026
বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ
জীৱনশৈলী

বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

March 26, 2026
SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ
জীৱনশৈলী

SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

March 26, 2026
Next Post
জম্মুলৈ প্ৰধানমন্ত্ৰী। মোদীৰ সভাৰ কাষতে কোনে ঘটালে বিস্ফোৰণ?

জম্মুলৈ প্ৰধানমন্ত্ৰী। মোদীৰ সভাৰ কাষতে কোনে ঘটালে বিস্ফোৰণ?

ক’ত পলাবি…এইবাৰ ৰক্ষা নাই ইছলামিক জেহাদীৰ!

ক'ত পলাবি...এইবাৰ ৰক্ষা নাই ইছলামিক জেহাদীৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.