• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিমেণ্ট ফেক্টৰীৰ লোহাৰ গঠন ভাঙি ভয়ংকৰ দুৰ্ঘটনা, ৬৩ লোকক কোনোমতে উদ্ধাৰ

1 year ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

1 minute ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

20 minutes ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

18 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

19 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

20 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

21 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

23 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

24 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

1 day ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চিমেণ্ট ফেক্টৰীৰ লোহাৰ গঠন ভাঙি ভয়ংকৰ দুৰ্ঘটনা, ৬৩ লোকক কোনোমতে উদ্ধাৰ

editor by editor
January 17, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
চিমেণ্ট ফেক্টৰীৰ লোহাৰ গঠন ভাঙি ভয়ংকৰ দুৰ্ঘটনা, ৬৩ লোকক কোনোমতে উদ্ধাৰ
0
SHARES
326
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিমেণ্ট ফেক্টৰীৰ লোহাৰ গঠন ভাঙি ভয়ংকৰ দুৰ্ঘটনা, ৬৩ লোকক কোনোমতে উদ্ধাৰ

ওড়িশাৰ সুন্দৰগড় জিলাৰ পৰা আহিছে এক অতিকে ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ। ডালমিয়া চিমেণ্ট ফেক্টৰীৰ লোহাৰ গঠন ভাঙি পৰাৰ ফলত আৱদ্ধ হৈ পৰে বহু লোক। কোনোমতে উদ্ধাৰ ৬৩ গৰাকী লোকক। এতিয়াও আৱদ্ধ বহু লোকক।

ডালমিয়াৰ এটা চিমেণ্ট কাৰখানাত সংঘটিত হৈছে এক বৃহৎ দুৰ্ঘটনা। কোৱা হৈছে যে কাৰখানাটোৰ ভিতৰত থকা লোহাৰ গঠন ভাঙি গৈছে। যাৰ তলত এতিয়াও আবদ্ধ হৈ আছে ৮ জন শ্ৰমিক। এই পৰ্যন্ত ৬৩ জন লোকক উদ্ধাৰ কৰা হৈছে।

প্ৰাণ ৰক্ষা পৰা শ্ৰমিকে দিয়া শিহৰণকাৰী তথ্য অনুসৰি, চিমেণ্টৰ কাৰখানাত যেতিয়া এই লোহাৰ গঠন ভাঙি পৰি ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল, তেতিয়া ঘটনাস্থলীত বহু লোকে কাম কৰি আছিল। যাৰ ফলতে বহু লোক আৱদ্ধ হৈ পৰে।

বৰ্তমানেও উদ্ধাৰৰ কাম চলি আছে, যাতে আৱদ্ধ হৈ থকা লোকসকলক অতি সোনকালে উদ্ধাৰ কৰিব পৰা যায়। উদ্ধাৰ হোৱ সকলো লোকৰ কোনোমতে প্ৰাণ ৰক্ষা পৰিলেও কম বেছি পৰিমাণে আহত হৈছে।

আৱদ্ধ শ্ৰমিক সকলক উদ্ধাৰৰ বাবে ক্ৰেন আৰু এম্বুলেন্স কাৰখানাটোত উপস্থিত হৈছে। তথ্য লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ ধ্বংসাৱশেষ আঁতৰোৱাত সহায় কৰি আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Cement FactoryCement factory CollapsDalmia Cement Factoryodisha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?
জীৱনশৈলী

January 17, 2026
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে
জীৱনশৈলী

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

January 17, 2026
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?
জীৱনশৈলী

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

January 16, 2026
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি
জীৱনশৈলী

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

January 16, 2026
Next Post
পলায়নৰ চেষ্টা কৰোতেই অৱশেষত আৰক্ষীৰ জালত ছেইফৰ আক্ৰমণকাৰী

মাতৃ ভিতালী দাসৰ পাছত কমলিকাক অকলশৰীয়া কৰি গললৈ পিতৃ ভূপেন দাস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন