• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাতৃ ভিতালী দাসৰ পাছত কমলিকাক অকলশৰীয়া কৰি গললৈ পিতৃ ভূপেন দাস

মাতৃ ভিতালী দাসৰ পাছত কমলিকাক অকলশৰীয়া কৰি গললৈ পিতৃ ভূপেন দাস

1 year ago
বন্ধ লালকিল্লা! কেতিয়া পাব পৰ্যটকে প্ৰৱেশৰ অনুমতি?

বন্ধ লালকিল্লা! কেতিয়া পাব পৰ্যটকে প্ৰৱেশৰ অনুমতি?

1 hour ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

কষ্ট কৰিলেও হাতত ধনৰ অভাৱ? তেন্তে নকৰিব এইবোৰ ভুল!

2 hours ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

EPFO New Rules 2026: PF ৰ ৮ টা ডাঙৰ নিয়ম সলনি, জানক আপোনাৰ বাবে কি কি নতুন নিয়ম আছে

2 hours ago
কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

3 hours ago
পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

3 hours ago
আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

4 hours ago
কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

5 hours ago
স্বাস্থ্যৰ অৱনতি ঘটিছে Sonam Wangchukৰ, NEETৰ প্ৰশ্নকাকত ফাদিলকলৈ কৰিছিল প্ৰতিবাদ

স্বাস্থ্যৰ অৱনতি ঘটিছে Sonam Wangchukৰ, NEETৰ প্ৰশ্নকাকত ফাদিলকলৈ কৰিছিল প্ৰতিবাদ

6 hours ago
কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত

কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত

7 hours ago
আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

8 hours ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

20 hours ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মাতৃ ভিতালী দাসৰ পাছত কমলিকাক অকলশৰীয়া কৰি গললৈ পিতৃ ভূপেন দাস

editor by editor
January 17, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
মাতৃ ভিতালী দাসৰ পাছত কমলিকাক অকলশৰীয়া কৰি গললৈ পিতৃ ভূপেন দাস
0
SHARES
4.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাতৃ ভিতালী দাসৰ পাছত কমলিকাক অকলশৰীয়া কৰি গললৈ পিতৃ ভূপেন দাস

নিয়তিৰ নিষ্ঠুৰ পৰিহাস, মাতৃৰ বিয়োগৰ পাছত আজি বিয়োগ ঘটে পিতৃৰো। কনমানি কমলিকাক অকলশৰীয়া কৰি ইহ সংসাৰৰ পৰা চিৰ বিদায় দলে ভিতালীৰ স্বামী ভূপেন দাস।

২০২১ চনত বহাগ মাহত কভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল অসমৰ সুকণ্ঠী গায়িকা ভিতালী দাসৰ। তাৰ পাছতে একমাত্ৰ কন্যা কমলিকাক এৰি আজি শিল্পী দিৱসৰ দিনাই ভোগালী বিহুৰ সময়ত মৃত্যু হয় ভূপেন দাসৰ।

আজি ১৭ জানুৱাৰী শিল্পী দিৱসৰ দিনা উত্তৰ গুৱাহাটী স্থিত জি এন আৰ চি হাস্পতালত মৃত্যু হয় বিশিষ্ট তবলা বাদক গৰাকীৰ।

বহুদিন ধৰি বহুমূত্ৰ ৰোগৰ লগতে বৃক্ক জনিত ৰোগত আক্ৰান্ত হৈ আছিল ভূপেন দাস। পত্নী ভিতালীৰ কভিডত মৃত্যু হোৱাৰ সময়ত দুখ মনেৰে ভূপেন দাসে কৈছিল- মইহে যাব লগিছিল, ইমান ৰোগেৰে সৈতে জীয়াই আছো, কিন্তু গলগৈ ভিটালী।

সেই ভূপেন দাসৰেই এইবাৰ কন্যাক ইহ সংসাৰত অকলশৰীয়া কৰি গলগৈ চিৰকাললৈ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bhupen DasKamalika KashyapVitali Das
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন
অসম

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

July 13, 2026
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!
অসম

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

July 13, 2026
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?
অসম

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

July 13, 2026
আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 
অসম

আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

July 13, 2026
Next Post
ইমৰান খানক ১৪, পত্নীক ৭ বছৰ কাৰাবাস, লগতে মুঠ ১৫ লাখ টকাৰ জৰিমনা

ইমৰান খানক ১৪, পত্নীক ৭ বছৰ কাৰাবাস, লগতে মুঠ ১৫ লাখ টকাৰ জৰিমনা

শনিৰ নক্ষত্ৰমণ্ডলত শুক্ৰৰ ট্ৰেনজিটে ৩ ৰাশিৰ সমস্যা বৃদ্ধি কৰিব

শনিৰ নক্ষত্ৰমণ্ডলত শুক্ৰৰ ট্ৰেনজিটে ৩ ৰাশিৰ সমস্যা বৃদ্ধি কৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.