• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পলায়নৰ চেষ্টা কৰোতেই অৱশেষত আৰক্ষীৰ জালত ছেইফৰ আক্ৰমণকাৰী

পলায়নৰ চেষ্টা কৰোতেই অৱশেষত আৰক্ষীৰ জালত ছেইফৰ আক্ৰমণকাৰী

2 years ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

6 hours ago
পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

6 hours ago
ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

6 hours ago
শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

7 hours ago
দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

7 hours ago
কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

8 hours ago
SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

9 hours ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

নৱেম্বৰৰ পূৰ্বেই ভাল খবৰ পাব ৩ ৰাশিৰ জাতকে! কেৰিয়াৰ, ধন-সম্পত্তি আৰু সম্পৰ্কৰ ক্ষেত্ৰত আহিব পাৰে সুখবৰ

10 hours ago
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

11 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

11 hours ago
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

12 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

পলায়নৰ চেষ্টা কৰোতেই অৱশেষত আৰক্ষীৰ জালত ছেইফৰ আক্ৰমণকাৰী

editor by editor
January 17, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
পলায়নৰ চেষ্টা কৰোতেই অৱশেষত আৰক্ষীৰ জালত ছেইফৰ আক্ৰমণকাৰী
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পলায়নৰ চেষ্টা কৰোতেই অৱশেষত আৰক্ষীৰ জালত ছেইফৰ আক্ৰমণকাৰী

বলীউডৰ অভিনেতা ছেইফ আলী খানৰ ওপৰত আক্ৰমণ কৰোতা অৱশেষত আৰক্ষীৰ জালত। চিচি টিভিত ধৰা পৰা চেহেৰাৰ সৈতে মিল থকা সন্দেহজনক ব্যক্তিক আটক কৰিছে মুম্বাই আৰক্ষীয়ে।

এই ব্যক্তিজনৰ চেহেৰা চিচিটিভিত দেখা অভিযুক্তৰ লগত বহু পৰিমাণে মিল আছে। কোনো সন্দেহ নোহোৱাকৈ মুম্বাই আৰক্ষীয়ে আটক কৰিছে অভিযুক্তক। আটকাধীন সেই ব্যক্তিক বৰ্তমানে আৰক্ষীয়ে জেৰা কৰি আছে।

মুম্বাইৰ ডিচিপিৰ মতে, আৰক্ষীয়ে আটক কৰি ৰখা ব্যক্তিজনক থানাত জেৰা অব্যাহত ৰাখিছে। প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে এই ব্যক্তিজনৰ বিৰুদ্ধে বিগত সময়তো বহু গোচৰ ৰুজু কৰা হৈছিল। আটকাধীন লোকৰ বিৰুদ্ধে ঘৰ ভাঙ পেলোৱাৰো গুৰুতৰ অভিযোগ।

ছেইফ আলী খানক আক্ৰমণ কৰা অভিযুক্তক ধৰিবলৈ সক্ৰিয় হৈ আছিল মুম্বাই আৰক্ষী আৰু মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ দল। অভিযুক্তৰ কাষ চাপিবলৈ আৰক্ষীয়ে ২০টা দল গঠন কৰিছে।

উল্লেখ্য যে, ১৬ জানুৱাৰীৰ নিশা ছেইফ আলী খানৰ ঘৰত এজন অচিনাকি ব্যক্তিয়ে চুৰি কৰাৰ উদ্দেশ্যেৰে প্ৰৱেশ কৰিছিল। কিন্তু হতাহতি হৈ শেষত অভিনেতাগৰাকীক ছুৰিৰে আক্ৰমণ কৰি দিছিল অভিযুক্তই।

তাকো এবাৰ দুবাৰ নহয় মুঠ ৬ বাৰকৈ ছুৰিৰে আক্ৰমণ কৰিছিল অভিযুক্তই। যাৰ ফলত বেয়াকৈ আঘাত পাইছিল অভিনেতাগৰাকীয়ে। ৰাজহাড়, ডিঙি, হাতত আঘাত পাইছিল । ছুৰিৰ এটা অংশ ছেইফৰ ৰাজহাড়তো লাগি ৰৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bollywood actorBollywood Actor Attacksaif ali khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

October 20, 2026
পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!
জীৱনশৈলী

পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

October 20, 2026
ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং
বিনোদন

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

October 20, 2026
শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব
জীৱনশৈলী

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

October 20, 2026
Next Post
মাতৃ ভিতালী দাসৰ পাছত কমলিকাক অকলশৰীয়া কৰি গললৈ পিতৃ ভূপেন দাস

মাতৃ ভিতালী দাসৰ পাছত কমলিকাক অকলশৰীয়া কৰি গললৈ পিতৃ ভূপেন দাস

ইমৰান খানক ১৪, পত্নীক ৭ বছৰ কাৰাবাস, লগতে মুঠ ১৫ লাখ টকাৰ জৰিমনা

ইমৰান খানক ১৪, পত্নীক ৭ বছৰ কাৰাবাস, লগতে মুঠ ১৫ লাখ টকাৰ জৰিমনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.