• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খৰচ বাঢ়িলেও হাতত ধন থাকিবই, নৱৰাত্ৰীৰ প্ৰথম দিনাই কৰক এইকেইটা কাম…

খৰচ বাঢ়িলেও হাতত ধন থাকিবই, নৱৰাত্ৰীৰ প্ৰথম দিনাই কৰক এইকেইটা কাম…

3 years ago
সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

6 hours ago
কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

7 hours ago
নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

7 hours ago
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

8 hours ago
‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

10 hours ago
আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

11 hours ago
NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

11 hours ago
লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

12 hours ago
দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

14 hours ago
আজি আপোনাৰ দিনটো কেনে যাব?

আজি আপোনাৰ দিনটো কেনে যাব?

14 hours ago
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

1 day ago
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

খৰচ বাঢ়িলেও হাতত ধন থাকিবই, নৱৰাত্ৰীৰ প্ৰথম দিনাই কৰক এইকেইটা কাম…

editor by editor
March 22, 2023
in অসম, জীৱনশৈলী, বিবিধ, ভাৰত
0
খৰচ বাঢ়িলেও হাতত ধন থাকিবই, নৱৰাত্ৰীৰ প্ৰথম দিনাই কৰক এইকেইটা কাম…
0
SHARES
13.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজিৰে পৰা আৰম্ভ হৈছে নৱৰাত্ৰি পূজা৷
জ্যোতিষশাস্ত্ৰ অনুসৰি নৱৰাত্ৰিৰ প্ৰথম দিনটো বিশেষ হয়৷
নৱৰাত্ৰিৰ প্রথম দিনটোত এই কেইটামান বিশেষ কাম কৰিলে মা দূৰ্গাৰ বিশেষ কৃপা লাভ কৰিব পাৰি৷
জ্যোতিষ শাস্ত্ৰ অনুসৰি, আৰ্থিকভাৱে উন্নতি কৰিবলৈ নৱৰাত্ৰিত মা দুৰ্গাৰ সৈতে দেৱী লক্ষ্মীকো উপাসনা কৰিব লাগে৷
আজিৰ দিনটোত, স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ দেৱী দুৰ্গাৰ সৈতে হনুমানক উপাসনা কৰিব৷
কাৰোবাৰ সৈতে সম্পৰ্কত মধুৰতা বজাই ৰখাৰ বাবে নৱৰাত্ৰিত শ্ৰী কৃষ্ণকো মা দুৰ্গাৰ সৈতে উপাসনা কৰিব।
ব্যৱসায়ত সফলতা লাভ কৰিবলৈ, নৱৰাত্ৰিৰ ৯ দিনত মা দুৰ্গাৰ সৈতে গণেশৰ উপাসনা কৰাটো লাভজনক।
বিবাহিত জীৱনৰ সমস্যাবোৰ দূৰ কৰিবলৈ আৰু জীৱনত সুখ-শান্তি অটুত ৰাখিবলৈ ভগৱান শ্ৰী ৰামক মাতৃ ভাগৱতীৰ সৈতে উপাসনা কৰা উচিত।
জীৱনত চলিত বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ মা দুৰ্গাৰ সৈতে ভগৱান শিৱক উপাসনা কৰিব৷
সৌন্দৰ্য আৰু গৌৰৱ প্ৰাপ্তিৰ বাবে মা আম্বেৰ সৈতে ভগৱান বিষ্ণুৰ উপাসনা গুৰুত্বপূৰ্ণ।
মা দুৰ্গাৰ সৈতে শনি দেৱক কৰা উপাসনাই এজন ব্যক্তিক শত্ৰুৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে।
ব্যক্তিত্বত নেতৃত্বৰ গুণাগুণ আনিবলৈ দুৰ্গাৰ সৈতে ভগৱান কাৰ্তিকক উপাসনা কৰা উচিত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?
বিজ্ঞান

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

July 23, 2026
কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য
বিবিধ

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

July 23, 2026
নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?
জীৱনশৈলী

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

July 23, 2026
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু
জীৱনশৈলী

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

July 23, 2026
Next Post
৫ ঘণ্টাতকৈ কম শুৱা ব্যক্তিসকল সাৱধান হওক! হঠাতেই হ’ব পাৰে মৃত্যু…

৫ ঘণ্টাতকৈ কম শুৱা ব্যক্তিসকল সাৱধান হওক! হঠাতেই হ’ব পাৰে মৃত্যু...

৬.৬ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল ভাৰত, পাকিস্তান, আফগানিস্তানৰ কেইবাখনো চহৰক! মৃতকৰ সংখ্যা ১৩ লৈ বৃদ্ধি

৬.৬ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল ভাৰত, পাকিস্তান, আফগানিস্তানৰ কেইবাখনো চহৰক! মৃতকৰ সংখ্যা ১৩ লৈ বৃদ্ধি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.