• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫ ঘণ্টাতকৈ কম শুৱা ব্যক্তিসকল সাৱধান হওক! হঠাতেই হ’ব পাৰে মৃত্যু…

৫ ঘণ্টাতকৈ কম শুৱা ব্যক্তিসকল সাৱধান হওক! হঠাতেই হ’ব পাৰে মৃত্যু…

4 years ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

25 minutes ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

48 minutes ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

2 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

2 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

2 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

3 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

3 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

4 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

6 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

6 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

7 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫ ঘণ্টাতকৈ কম শুৱা ব্যক্তিসকল সাৱধান হওক! হঠাতেই হ’ব পাৰে মৃত্যু…

editor by editor
March 22, 2023
in জীৱনশৈলী, স্বাস্থ্য
0
৫ ঘণ্টাতকৈ কম শুৱা ব্যক্তিসকল সাৱধান হওক! হঠাতেই হ’ব পাৰে মৃত্যু…
0
SHARES
810
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দিনে ৫ ঘণ্টাতকৈ কম টোপনি হোৱা লোকসকল সাৱধান হওক৷ টোপনি কম হোৱা লোকৰ কাৰ্ডিঅ’ভাস্কুলাৰ ৰোগৰ আশংকা বৃদ্ধি পায়৷ ইউৰোপিয়ান হাৰ্ট জাৰ্নেলত প্ৰকাশিত এক অধ্যয়নত কোৱা অনুসৰি দিনে ৫ ঘণ্টতকৈ কম টোপনি হোৱা ব্যক্তিৰ হৃদৰোগৰ আশংকা বাঢ়ি যায়৷ টোপনি কম হোৱাৰ ফলত উচ্চ ৰক্তচাপ, ডায়বেটিছ, মেদবহুলতাকে ধৰি বহুকেইটা ৰোগে আক্ৰমণ কৰিব পাৰে৷

পেৰিফেৰেল ধমনী ৰোগ কি?
এই ৰোগত আক্ৰান্ত ব্যক্তিৰ ধমনীত চৰ্বি জমা হয়৷ চৰ্বিৰ ফলত ভৰি আৰু হাতলৈ তেজৰ প্ৰবাহ ব্যাহত হৈ পৰে৷ প্ৰান্তীয় ধমনী ৰোগৰ লক্ষণ হৈছে ভৰিৰ তলুৱাত জঠৰতা, কঁকালৰ বিষ, ভৰিৰ ছালৰ ৰং সলনি হোৱা, ভৰিৰ নোম সৰি যোৱা আদি লক্ষণে দেখা দিয়ে৷ ৬.৫০ লাখ লোকৰ ওপৰত কৰা গৱেষণাত পোহৰলৈ অহা তথ্য অনুসৰি ধমনী ৰোগত আক্ৰান্ত ৰোগীৰ বেছিভাগেই টোপনি কমৰ বাবে আক্ৰান্ত হৈছে৷ নিশাৰ ভাগত টোপনি কম হোৱাৰ বাবেই এই ৰোগ হয়৷

উচ্চৰক্তচাপ আৰু ডায়বেটিছৰ আশংকা

অধ্যয়নত পোৱা অনুসৰি ৫ ঘণ্টাতকৈ কম টোপনি হোৱা লোকৰ উচ্চৰক্তচাপ, ডায়বেটিছ আৰু মেদবহুলতাৰ আশংকা বেছি৷ অপৰ্যাপ্ত টোপনিৰ ফলত শৰীৰত প্ৰদাহ হ’ব পাৰে, যি ৰক্তনলীবোৰ ক্ষতিগ্ৰস্ত কৰিব পাৰে আৰু হৃদৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে। স্বাস্থ্য ভালে ৰাখিবলৈ এজন সুস্থলোকে কমেও ৮ ঘণ্টা শুব লাগে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!
জীৱনশৈলী

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

October 3, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

October 3, 2026
কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

October 3, 2026
ছবিখন AI ৰ সৌজন্যত।
জীৱনশৈলী

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

October 3, 2026
Next Post
৬.৬ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল ভাৰত, পাকিস্তান, আফগানিস্তানৰ কেইবাখনো চহৰক! মৃতকৰ সংখ্যা ১৩ লৈ বৃদ্ধি

৬.৬ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল ভাৰত, পাকিস্তান, আফগানিস্তানৰ কেইবাখনো চহৰক! মৃতকৰ সংখ্যা ১৩ লৈ বৃদ্ধি

কল্পনা নহয়, বুঢ়া ডাঙৰীয়া, পিশাচ, বাক সকলোবোৰেই জীৱন্ত…আইতা-ককাৰ মুখে মুখে চলি অহা বাক, বিৰা, বুঢ়াডাঙৰীয়া কেনেকৈ আমাৰ সন্মুখত?

কল্পনা নহয়, বুঢ়া ডাঙৰীয়া, পিশাচ, বাক সকলোবোৰেই জীৱন্ত...আইতা-ককাৰ মুখে মুখে চলি অহা বাক, বিৰা, বুঢ়াডাঙৰীয়া কেনেকৈ আমাৰ সন্মুখত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.