• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইমাহতেই বছৰৰ শেষ চন্দ্ৰগ্ৰহণ! জানি থওক চন্দ্ৰগ্ৰহণৰ তাৰিখ, সময় আৰু সূতক কাল?

এইমাহতেই বছৰৰ শেষ চন্দ্ৰগ্ৰহণ! জানি থওক চন্দ্ৰগ্ৰহণৰ তাৰিখ, সময় আৰু সূতক কাল?

2 years ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

15 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

17 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

17 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

18 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

19 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

20 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

21 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

21 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

22 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

2 days ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

2 days ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এইমাহতেই বছৰৰ শেষ চন্দ্ৰগ্ৰহণ! জানি থওক চন্দ্ৰগ্ৰহণৰ তাৰিখ, সময় আৰু সূতক কাল?

এইমাহতেই বছৰৰ শেষ চন্দ্ৰগ্ৰহণ! জানি থওক চন্দ্ৰগ্ৰহণৰ তাৰিখ, সময় আৰু সূতক কাল?

editor by editor
September 5, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
এইমাহতেই বছৰৰ শেষ চন্দ্ৰগ্ৰহণ! জানি থওক চন্দ্ৰগ্ৰহণৰ তাৰিখ, সময় আৰু সূতক কাল?
0
SHARES
208
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চন্দ্ৰগ্ৰহণৰ গুৰুত্ব কেৱল বিজ্ঞানতে নহয় জ্যোতিষতো যথেষ্ট আছে৷ হিন্দু পঞ্জিকা অনুসৰি ২০২৪ চনত দুটাকৈ চন্দ্ৰগ্ৰহণ আছে। ২৫ মাৰ্চ অৰ্থাৎ হোলীৰ দিনটোত প্ৰথমটো চন্দ্ৰগ্ৰহণ হৈছিল। বছৰৰ দ্বিতীয় আৰু শেষ চন্দ্ৰগ্ৰহণ ছেপ্টেম্বৰ মাহতেই হ’ব। জ্যোতিষৰ মতে বছৰৰ এই চন্দ্ৰগ্ৰহণ অতি বিশেষ হ’ব পাৰে। বছৰৰ শেষ চন্দ্ৰগ্ৰহণ কেতিয়া হ’ব? লগতে সুতক কাল কি? কোন কোন ৰাশিৰ জাতকৰ ওপৰত অধিক প্ৰভাৱ পৰিব?

২০২৪ চনৰ দ্বিতীয় চন্দ্ৰগ্ৰহণ কেতিয়া?

চন্দ্ৰগ্ৰহণ সদায় পূৰ্ণিমাৰত হয়। এইবাৰ ভাদ মাহৰ পূৰ্ণিমাৰ তাৰিখ ১৮ ছেপ্টেম্বৰত৷ ১৮ ছেপ্টেম্বৰত হ’ব দ্বিতীয় চন্দ্ৰগ্ৰহণ। এই চন্দ্ৰগ্ৰহণ ২০২৪ চনৰ ১৮ ছেপ্টেম্বৰৰ পুৱা ৬:১১ বজাৰ পৰা আৰম্ভ হৈ শেষ হ’ব পুৱা ১০:১৭ বজাত। এই চন্দ্ৰগ্ৰহণৰ মুঠ সময় হ’ব ৪ ঘন্টা ৬ মিনিট।

ভাৰতত এই চন্দ্ৰগ্ৰহণ দৃশ্যমান হ’বনে?

ভাদ মাহৰ পূৰ্ণিমাৰ দিনাই চন্দ্ৰগ্ৰহণ হ’ব। চন্দ্ৰগ্ৰহণ আৰম্ভ হোৱাৰ সময়ত সমগ্ৰ ভাৰততে চন্দ্ৰ অস্ত যাব। সেয়ে ভাৰতৰ পৰা এই গ্ৰহণ দৃশ্যমান নহয়৷ যেতিয়া চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব তেতিয়া উত্তৰ পশ্চিম আৰু উত্তৰ দক্ষিণ ভাৰতৰ চহৰত চন্দ্ৰ অস্ত যাব। গতিকে কিছু সময়ৰ বাবে এই অঞ্চলবোৰত চন্দ্ৰৰ পোহৰ ম্লান হৈ থাকিব৷

চন্দ্ৰগ্ৰহণৰ সুতক সময় ২০২৪

হিন্দু ধৰ্মৰ বিশ্বাস অনুযায়ী সূৰ্যগ্ৰহণৰ পূৰ্বে বা সূৰ্যগ্ৰহণৰ সময়ত আৰু তাৰ পিছৰ সময়ছোৱা অতিশয় অশুভ বুলি গণ্য কৰা হয়। ইয়াক সুতক কাল বুলি কোৱা হয়। জ্যোতিষৰ মতে চন্দ্ৰগ্ৰহণৰ সুতক সময় সূৰ্যগ্ৰহণ আৰম্ভ হোৱাৰ প্ৰায় ৯ ঘণ্টা আগতেই আৰম্ভ হয়। কেৱল সূৰ্যগ্ৰহণৰহে সুতক সময় থাকে।  যিহেতু ছেপ্টেম্বৰ মাহত হোৱা চন্দ্ৰগ্ৰহণ চন্দ্ৰ অস্ত আৰু সূৰ্য্য উদয়ৰ পিছত অৰ্থাৎ দিনত হোৱাৰ বাবে ভাৰতত দেখা নাযায়, সেয়েহে ইয়াৰ কোনো সুতক কাল নাথাকে।

কোন কোন ৰাশিৰ ওপৰত পৰিব চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ?

চন্দ্ৰগ্ৰহণৰ সময়ত চন্দ্ৰ মেষ ৰাশিত থাকিব৷ সুতক কাল  নাই যদিও এই চন্দ্ৰগ্ৰহণে কম বেছি পৰিমাণে সকলো ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব। এই ৰাশিৰ লোক সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে৷ আনহাতে কিছুমান মানুহৰ বাবে সেয়া শুভ বুলি প্ৰমাণিত হ’ব পাৰে। এই চন্দ্ৰগ্ৰহণ মেষ, মিথুন ৰাশি, কৰ্কট, কন্যা, বৃশ্চিক, কুম্ভ আৰু মীন ৰাশিৰ লোকৰ বাবে ঋণাত্মক বুলি প্ৰমাণিত হ’ব যদিও বৃষ, সিংহ, ধনু আৰু মকৰ ৰাশিৰ লোকৰ বাবে ই ধনাত্মক প্ৰমাণিত হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
Next Post
সন্মুখৰ বছৰত উন্নতিয়েই উন্নতি এই ৫ৰাশিৰ জাতকৰ, ২৫ত সৌভাগ্যৰ শীৰ্ষত থাকিব এই ৫ৰাশি

সন্মুখৰ বছৰত উন্নতিয়েই উন্নতি এই ৫ৰাশিৰ জাতকৰ, ২৫ত সৌভাগ্যৰ শীৰ্ষত থাকিব এই ৫ৰাশি

আয় কোটি কোটি, ৰোহিত-বিৰাটে বাৰ্ষিক কিমান কোটি টেক্স দিয়ে?

আয় কোটি কোটি, ৰোহিত-বিৰাটে বাৰ্ষিক কিমান কোটি টেক্স দিয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.