• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্মুখৰ বছৰত উন্নতিয়েই উন্নতি এই ৫ৰাশিৰ জাতকৰ, ২৫ত সৌভাগ্যৰ শীৰ্ষত থাকিব এই ৫ৰাশি

সন্মুখৰ বছৰত উন্নতিয়েই উন্নতি এই ৫ৰাশিৰ জাতকৰ, ২৫ত সৌভাগ্যৰ শীৰ্ষত থাকিব এই ৫ৰাশি

2 years ago
১৩ নৱেম্বৰত ধ্বংস হ’ব নেকি পৃথিৱী? বিজ্ঞানীৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি চৰ্চা

১৩ নৱেম্বৰত ধ্বংস হ’ব নেকি পৃথিৱী? বিজ্ঞানীৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি চৰ্চা

19 minutes ago
দৰিদ্ৰমুক্ত হ’ল প্ৰায় ৫০ কোটি ভাৰতীয়, তথাপিও উদ্বেগজনক ধনী-দুখীয়াৰ আয়ৰ ব্যৱধান

দৰিদ্ৰমুক্ত হ’ল প্ৰায় ৫০ কোটি ভাৰতীয়, তথাপিও উদ্বেগজনক ধনী-দুখীয়াৰ আয়ৰ ব্যৱধান

54 minutes ago
ৰাশিফল আনুযায়ী জানক কেনে যাব আজিৰ দিনটো

ৰাশিফল আনুযায়ী জানক কেনে যাব আজিৰ দিনটো

2 hours ago
বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

13 hours ago
যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

14 hours ago
এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

15 hours ago
এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

16 hours ago
ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

16 hours ago
পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

17 hours ago
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

18 hours ago
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

18 hours ago
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সন্মুখৰ বছৰত উন্নতিয়েই উন্নতি এই ৫ৰাশিৰ জাতকৰ, ২৫ত সৌভাগ্যৰ শীৰ্ষত থাকিব এই ৫ৰাশি

সন্মুখৰ বছৰত উন্নতিয়েই উন্নতি এই ৫ৰাশিৰ জাতকৰ, ২৫ত সৌভাগ্যৰ শীৰ্ষত থাকিব এই ৫ৰাশি

editor by editor
September 5, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
সন্মুখৰ বছৰত উন্নতিয়েই উন্নতি এই ৫ৰাশিৰ জাতকৰ, ২৫ত সৌভাগ্যৰ শীৰ্ষত থাকিব এই ৫ৰাশি
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৪ চনৰ বেছিভাগ  পথেই আমি পাৰ হৈ আহিছো৷ নতুন বছৰ ২০২৫চনত আৰম্ভ হ’বলৈ মাত্ৰ চাৰি মাহ বাকী৷ বৈদিক জ্যোতিষ শাস্ত্ৰই কৈছে যে ২৫চনত ৫ ৰাশিৰ জাতকৰ প্ৰচুৰ সুখ সৌভাগ্য লাভ হ’ব৷ জানি থওক জ্যোতিষ অনুসৰি সন্মুখৰ বছৰটো কোন কোন ৰাশিৰ জাতকৰ বাবে শুভ?

বৃষ ৰাশি

২০২৫ চন ভাল হ’ব বৃষ ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ সংগীৰ সৈতে সম্পৰ্কৰ মধুৰতা থাকিব৷ সন্তানহীন দম্পত্তিৰ কোলালৈ সন্তান আহিব পাৰে৷ আৰ্থিকভাৱেও ২৫ চনতো লাভজনক হ’ব বৃষ ৰাশিৰ জাতকৰ৷ আগন্তুক বছৰত প্ৰচুৰ সম্পত্তি লাভ কৰাৰ সুযোগ পাব আপুনি৷

সিংহ ৰাশি

২০২৫ চনত সকলো কামতে ভাগ্যৰ সহায় পাব সিংহ ৰাশিৰ জাতকে৷ ব্যৱসায়িক সম্পৰ্কসমূহ মজবুত হ’ব৷ ইয়াৰ ফলত আপুনি আৰ্থিকভাৱেও লাভৱান হ’ব৷ যিসকলে ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাৱিছে তেওঁলোকে বিদেশত নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ কথা যিসকলে ভাৱিছে তেওঁলোকে বিদেশত নিজৰ ব্যৱসায় বঢ়োৱাৰ সুযোগ পাব৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ বলত আপুনি সকলোৰে প্ৰশংসা বুটলিব৷

কন্যা ৰাশি

২৫ চনত সৌভাগ্যক নিজৰ কাষত পাব কন্য ৰাশিৰ জাতকে৷ চাকৰিয়াল জাতকে আগন্তুক বৰ্ষত কেৰিয়াৰত উন্নতি কৰাৰ বহু সুযোগ লাভ কৰিব৷ যিসকলে চৰকাৰী চাকৰিৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈছে তেওঁলোকে আগন্তুক বৰ্ষত সাফল্য পাব৷

তুলা ৰাশি

পেছাগতভাৱে আগন্তুক বছৰত উন্নতিৰ এটাৰ পাছত আনটো সুযোগ আহিব৷ কাৰ্যালয়ত চিনিয়ৰসকলে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷ কৰ্মক্ষেত্ৰত প্ৰতিপত্তি বৃদ্ধি পাব৷ ব্যৱসায়ীসকলে উন্নতি কৰিব পাৰিব৷ সন্মুখৰ বছৰত আপোনাৰ আয় বাঢ়িব৷ ধৰ্মীয় যাত্ৰাত যাব পাৰে তুলা ৰাশিৰ জাতক৷

বৃশ্চিক ৰাশি

২০২৫ স্পেচিয়েল হ’ব বৃশ্চিক ৰাশিৰ জাতকৰ বাবে৷ আগন্তুক বছৰত আপোনাৰ মাজত সৃজনশীলতা বৃদ্ধি পাব৷ নিজৰ চেঞ্চ অফ হিউমাৰেৰে বহুতৰে মন জয় কৰিব৷ কাৰ্যালয়ত পজিটিভ পৰিবেশ বৰ্তি থাকিব৷ আপোনাৰ উপাৰ্জন আৰু সঞ্চয় দুয়োটাই বাঢ়িব৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৩ নৱেম্বৰত ধ্বংস হ’ব নেকি পৃথিৱী? বিজ্ঞানীৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি চৰ্চা
বিশ্ব

১৩ নৱেম্বৰত ধ্বংস হ’ব নেকি পৃথিৱী? বিজ্ঞানীৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি চৰ্চা

October 31, 2026
দৰিদ্ৰমুক্ত হ’ল প্ৰায় ৫০ কোটি ভাৰতীয়, তথাপিও উদ্বেগজনক ধনী-দুখীয়াৰ আয়ৰ ব্যৱধান
ভাৰত

দৰিদ্ৰমুক্ত হ’ল প্ৰায় ৫০ কোটি ভাৰতীয়, তথাপিও উদ্বেগজনক ধনী-দুখীয়াৰ আয়ৰ ব্যৱধান

October 31, 2026
ৰাশিফল আনুযায়ী জানক কেনে যাব আজিৰ দিনটো
জীৱনশৈলী

ৰাশিফল আনুযায়ী জানক কেনে যাব আজিৰ দিনটো

October 31, 2026
এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা
বাণিজ্য

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

October 30, 2026
Next Post
আয় কোটি কোটি, ৰোহিত-বিৰাটে বাৰ্ষিক কিমান কোটি টেক্স দিয়ে?

আয় কোটি কোটি, ৰোহিত-বিৰাটে বাৰ্ষিক কিমান কোটি টেক্স দিয়ে?

ৰিজাৰ্ভ বেংকৰ অনুমোদন নোহোৱাকৈ ট্ৰেডিং কৰা সকলো ঠগ আটক হ’ব- মুখ্যমন্ত্ৰী শৰ্মা

ৰিজাৰ্ভ বেংকৰ অনুমোদন নোহোৱাকৈ ট্ৰেডিং কৰা সকলো ঠগ আটক হ'ব- মুখ্যমন্ত্ৰী শৰ্মা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.