ছন্দ ওভতাই পালে মন্ত্ৰী চন্দ্ৰমোহনে। এফালৰ পৰা মোহাৰি নিছে মাজুলীৰ ঘাটৰ সমস্যা। প্ৰতিদিনেই পাটোৱাৰীৰ নতুন ঘোষণা। বিফলতা ঢাকিবলৈ প্ৰতিশ্ৰুতিৰ বন্যা।