• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আঘাত দিছো যদি ক্ষমা কৰিব…! বিদায়ী ভাষণত সকলোকে ধন্যবাদ জনাই কি বাৰ্তা দিলে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে

আঘাত দিছো যদি ক্ষমা কৰিব…! বিদায়ী ভাষণত সকলোকে ধন্যবাদ জনাই কি বাৰ্তা দিলে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে

2 years ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

2 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

2 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

3 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

4 hours ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

5 hours ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

6 hours ago
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

6 hours ago
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

7 hours ago
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

8 hours ago
এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

9 hours ago
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

10 hours ago
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আঘাত দিছো যদি ক্ষমা কৰিব…! বিদায়ী ভাষণত সকলোকে ধন্যবাদ জনাই কি বাৰ্তা দিলে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে

আঘাত দিছো যদি ক্ষমা কৰিব...! বিদায়ী ভাষণত সকলোকে ধন্যবাদ জনাই কি বাৰ্তা দিলে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে

editor by editor
November 8, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আঘাত দিছো যদি ক্ষমা কৰিব…! বিদায়ী ভাষণত সকলোকে ধন্যবাদ জনাই কি বাৰ্তা দিলে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে
0
SHARES
290
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিয়েই শেষ দিন৷ অৱসৰ লৈছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে৷ অৱসৰৰ পূৰ্বে আজি অৰ্থাৎ শুকুৰবাৰে তেওঁক বিদায় সম্বৰ্ধনা জনালে উচ্চতম ন্যায়ালয়ে৷ বিদায় সম্ভাষণত হাতযোৰ কৰি সকলোকে নমস্কাৰ জনাইছে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে৷ হাতযোৰ কৰি তেওঁ সকলোকে উদ্দেশ্য কৰি কয়, ‘যদি কোনোৱে মোৰ সিদ্ধান্তসমূহক লৈ আঘাত পাইছে তেওঁলোকৰ ওচৰত মই ক্ষমাপ্ৰাৰ্থী৷’

চেৰিমনিয়েল বেঞ্চৰ অধিবক্তাসকলে বিদায়ী মুখ্য ন্যায়াধীশত সম্বোধন কৰি কয়, ‘দেশৰ বিচাৰ বিভাগে অনাদি কাললৈ তেওঁৰ অৱদানৰ কথা মনত ৰাখিব৷’ এই বিদায় অনুষ্ঠানত উপস্থিত আছিল অভিষেক মনু সিংভি আৰু কপিল ছিব্বলো৷ সিংভিসহ কেইবাজনো অধিবক্তাই মুখ্য ন্যায়াধীশক কয়, ‘আপোনাৰ যৌৱনৰ ৰহস্য শেষ সময়ত আমাকো কৈ যাওক৷’

তেওঁলোকৰ এই দাবীৰ পাছতেই কৰ্মজীৱনৰ আৰম্ভণিৰ দিনসমূহৰ কথা স্মৰণ কৰে৷ তেওঁ কয়, ‘তৰুণ বয়সত এই আদালতলৈ আহিছিলো৷ খুটি নাটি চাইছিলো এই আদালতক৷’ ইয়াৰ সৈতে যোগ দিছিল, ‘নিশাবোৰত ভাৱিছিলো, দুপৰীয়া ২বজাত আদালত খালি থাকে তেতিয়া মই নিজকে স্ক্ৰিণত চাম৷ আপোনালোকৰ সকলোৰে উপস্থিতিত মই অভিভূত৷ মই ইয়ালৈ তীৰ্থযাত্ৰীৰ দৰেই আহিছো৷ চৰাইৰ দৰে অলপমান সময়ৰ বাবে আমি কাম কৰো আকৌ উৰা মাৰো৷ বিভিন্ন দৃষ্টিভংগীৰ ভিন্ন মানুহে এই প্ৰতিষ্ঠানৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিব৷’

ইতিমধ্যেই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে সঞ্জীৱ খান্নাৰ নাম প্ৰস্তাৱ কৰিছে বিদায়ী মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে৷ বিদায়ী ভাষণত সঞ্জীৱ খান্নাৰো নাম লৈছে চন্দ্ৰচূড়ে৷ তেওঁ কয়, ‘মই জানো, মোৰ পাছত যি এই আসনত বহিব তেওঁ অত্যন্ত স্থিতধী, দৃঢ়, ন্যায়াধীশ খান্না অত্যন্ত অমায়িক এজন ব্যক্তি৷ আদালতক লৈ তেওঁ খুবেই সচেতন হোৱাৰ ওপৰিও ঐতিহাসিক দৃষ্টিভংগীৰে সমৃদ্ধ ব্যক্তি৷ বিচাৰ ব্যৱস্থা আৰু ন্যায়বিচাৰৰ প্ৰতি তেওঁ প্ৰতিশ্ৰুতিবদ্ধ৷’

চেৰিমোনিয়েল বেঞ্চত তালিকাভুক্ত হোৱাৰ পূৰ্বে তেওঁ যিমান পাৰে সিমান গোচৰৰ পৃষ্ঠা লুটিয়াই চাই গৈছে৷ যাৰ বাবে চন্দ্ৰচূড়ৰ বিদায় ক্ষণটোকো মনত ৰাখিব প্ৰায়সংখ্যকেই৷ উচ্চতম ন্যায়ালয়ত তেওঁ দিয়া শেষ ভাষণত কয়, ‘বিগত সময়ত আদালতৰ কৰ্মীয়ে মোক সুধিছিল, ছেৰিমনিয়েল বেঞ্চত কেতিয়া তালিকাভুক্ত হ’ব আপুনি? তেতিয়া মই তেওঁলোকক কৈছিলো, যিমান বেছি সম্ভৱ তাৰপূৰ্বে মই গোচৰ শুনিম৷ শেষ সময় পৰ্যন্ত মই ন্যায়বিচাৰ কৰি যাব খুজিছো৷ এই আদালতে মোক আগুৱাই লৈ গৈছে৷ মোক চালনা কৰিছে৷ এনে মানুহৰ  সৈতে মোৰ অহৰহ দেখা হয় যাক মই চিনিয়েই নাপাও৷ আপোনালোক সকলোকে ধন্যবাদ জনাই মোৰ কাৰ্যকাল শেষ কৰিছো৷ জীৱনত বহু কথা শিকিছো, বুজিছো৷ কোনো গোচৰেই এটা আনটো গোচৰৰ সৈতে মিল নাই৷ যদি কেতিয়াবা আঘাত কৰিছো ক্ষমা কৰিব৷ বিপুল উপস্থিতিৰ বাবে আপোনালোক সকলোকে ধন্যবাদ৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?
বিনোদন

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

July 13, 2026
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা
জীৱনশৈলী

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

July 13, 2026
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’
বিনোদন

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

July 13, 2026
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি
বিশ্ব

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

July 13, 2026
Next Post
মাহত কিমান টকা দৰমহা হ’লে  SBIৰ পৰা ৩০ লাখৰ গৃহ ঋণ পাব? জানি থওক হিচাপ

মাহত কিমান টকা দৰমহা হ’লে SBIৰ পৰা ৩০ লাখৰ গৃহ ঋণ পাব? জানি থওক হিচাপ

নৱেম্বৰত বুধাদিত্য ৰাজযোগ, সাফল্যৰ শিখৰত ৪ৰাশি! বাঢ়িব ধন, দূৰ হ’ব সকলো বাধা

নৱেম্বৰত বুধাদিত্য ৰাজযোগ, সাফল্যৰ শিখৰত ৪ৰাশি! বাঢ়িব ধন, দূৰ হ’ব সকলো বাধা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.