• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৃতপ্ৰায় অৱস্থাৰ পৰা আকৌ সক্ৰিয় হ’ল লেণ্ডাৰ বিক্ৰম… বিশ্বক আকৌ এবাৰ চমক দি ISROই শ্বেয়াৰ কৰিলে বিশেষ ভিডিঅ’

মৃতপ্ৰায় অৱস্থাৰ পৰা আকৌ সক্ৰিয় হ’ল লেণ্ডাৰ বিক্ৰম… বিশ্বক আকৌ এবাৰ চমক দি ISROই শ্বেয়াৰ কৰিলে বিশেষ ভিডিঅ’

2 years ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

16 minutes ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

37 minutes ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

1 hour ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

2 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

3 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

3 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

4 hours ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 weeks ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

2 weeks ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

2 weeks ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

মৃতপ্ৰায় অৱস্থাৰ পৰা আকৌ সক্ৰিয় হ’ল লেণ্ডাৰ বিক্ৰম… বিশ্বক আকৌ এবাৰ চমক দি ISROই শ্বেয়াৰ কৰিলে বিশেষ ভিডিঅ’

editor by editor
September 4, 2023
in বিজ্ঞান, ভাৰত
0
মৃতপ্ৰায় অৱস্থাৰ পৰা আকৌ সক্ৰিয় হ’ল লেণ্ডাৰ বিক্ৰম… বিশ্বক আকৌ এবাৰ চমক দি ISROই শ্বেয়াৰ কৰিলে বিশেষ ভিডিঅ’
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ইছৰোৰ দলে চন্দ্ৰযান-৩ ৰোভাৰ বিক্ৰমকলৈ লিখিছিল আৱেগিক প’ষ্ট। তেওঁলোকে কৈছিল, ‘আমাৰ সন্তানৰ আয়ুস মাত্ৰ ১৪ দিন।’ কিন্তু ১৪ দিন সম্পূৰ্ণ হোৱাৰ পাছতো জীয়াই আছে ৰোভাৰ প্ৰজ্ঞান। সোমবাৰে ইছৰোৰ টুইটাৰ অৰ্থাৎ এক্স হেণ্ডেলত শ্বেয়াৰ হৈছে বিশেষ প’ষ্ট। তেওঁলোকে প’ষ্টযোগে জনাইছে যে চন্দ্ৰযান-৩ ৰ লেণ্ডাৰ বিক্ৰমে আকৌ এবাৰ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছে। অৰ্থাৎ দুবাৰকৈ লেণ্ডাৰখনে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছে। শুনিবলৈ আচৰিত যেন লাগিয়েও এয়াই সত্য। এই বৃহৎ আপডেট নিজেই শ্বেয়াৰ কৰিছে ভাৰতীয় মহাকাশ সংস্থাই। কেনেকৈ পুনৰ লেণ্ডিং কৰিছে বিক্ৰমে?

চন্দ্ৰযান-৩ অভিযানত ভাৰতীয় মহাকাশ সংস্থা ইছৰোৱে গঢ়িছে বৃহৎ অভিলেখ। ভাৰতীয় মহাকাশ সংস্থাটোৱে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰৰ সকলোবোৰ তথ্য নিজৰ হাতৰ মুঠিলৈ আনিবলৈ যত্নপৰ হৈছে। ২৩ আগষ্টত চন্দ্ৰৰ কুমেৰুত বিজয় ধ্বজা উৰুৱাই লেণ্ডিং কৰিছিল ভাৰতীয় লেণ্ডাৰ বিক্ৰমে। সেই সময়ৰ পৰা ১৩ দিন পাৰ হৈছে। ১৩ দিনত এটাৰ পাছত আনটো তথ্য পঠিয়াই আছে লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞানে। ছালফাৰৰ উপস্থিতি, চন্দ্ৰত ভূমিকম্পৰ দৰে একাধিক কোনেও লাভ নকৰা তথ্য পঠিয়াইছে ৰোভাৰ প্ৰজ্ঞানে। অভিযান সামৰিবৰ সময় হৈছে প্ৰজ্ঞানৰ। কাৰণ চন্দ্ৰত আকৌ অন্ধকাৰ নমাৰ সময় নিচেই চমু চাপিছে। যিমানদূৰ সম্ভৱ সকলো গৱেষণা সামৰাৰ সময় হৈছে প্ৰজ্ঞানৰ। ৰিন্তু ইয়াৰ মাজত সকলোৱে ভাৱিছিল যে আজিয়েই হয়তো প্ৰজ্ঞানৰ জীৱনৰ শেষ দিন।

https://twitter.com/isro/status/1698570774385205621?s=20

কিন্তু সকলোৰে ধাৰণা সলাই পেলালে ইছৰোই। সকলোকে আচৰিত কৰি ইছৰোই দিলে আন এক খবৰ। এক্স হেণ্ডেলত তেওঁলোকে লিখিছে, ‘আকৌ এবাৰ চন্দ্ৰৰ বুকুত লেণ্ডাৰ বিক্ৰমে অৱতৰণ কৰিছে। মিছনৰ উদ্দেশ্যত সকলোবোৰতেই লেণ্ডাৰ বিক্ৰমে আমাৰ সহায় কৰিছে। এইবাৰ বিক্ৰমে এটা হপ পৰীক্ষা চলাব। কামাণ্ড লাভ কৰিয়েই বিক্ৰম আকৌ সক্ৰিয় হৈছে। বিক্ৰমে আমি আশা কৰাধৰণে আকৌ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছে। আমি আশা কৰিছো এই কিক -ষ্টাৰ্টে ভৱিষ্যতে মানৱ মিছন প্ৰক্ৰিয়াক সহজ কৰি তুলিব। এই পৰীক্ষা আমি সফলভাৱে কৰিব পাৰিছো। নিষ্ক্ৰিয় হ’ব ধৰা বিক্ৰমৰ ইঞ্জিন সক্ৰিয় হোৱাৰ ওপৰিও ChaSTE আৰু ILSAও পুনৰ সক্ৰিয় হৈ উঠিছে। অৰ্থাৎ এই পুনৰ সক্ৰিয় প্ৰক্ৰিয়াই প্ৰমাণ কৰিছে যে ভৱিষ্যতে চন্দ্ৰলৈ মানুহ গ’লে বা মহাকাশযান গ’লে সেই যান পুনৰ পৃথিৱীলৈ সুকলমে উভতাই আনিব পৰা যাব।’

উল্লেখ্য যে, চন্দ্ৰপৃষ্ঠত অক্সিজেনৰ উৎসও লাভ কৰিছে ৰোভাৰ প্ৰজ্ঞানে। ৰোভাৰত থকা লেজাৰ ইণ্ডিউষ্ট ব্ৰেকডাউন স্পেকট্ৰোস্কপি(LIBS) যন্ত্ৰৰ সহায়ত অক্সিজেনৰ উপস্থিতি নিশ্চিত কৰিছে প্ৰজ্ঞানে। প্ৰজ্ঞানে চন্দ্ৰৰ মাটিত লেজাৰ ৰশ্মি নিক্ষেপ কৰি প্ৰতিফলত আৰু বিশ্লেষণৰ মাধ্যমেৰে অক্সিজেনৰ সন্ধান পাইছে। ইলমেনাইট(FeTiO3) আকাৰত অক্সিজেনৰ উপস্থিতি লাভ কৰিছে প্ৰজ্ঞানে। প্ৰজ্ঞানে পঠোৱা এই তথ্যৰ পৰাই বিজ্ঞানীয়ে অনুমান কৰিছে যে চন্দ্ৰত অদূৰ ভৱিষ্যতে মানুহ থাকিব পৰা ব্যৱস্থা গঢ়ি তুলিব পৰা হ’ব। ইয়াৰোপৰি চন্দ্ৰপৃষ্ঠত পোৱা গৈছে ছালফাৰ, কেলছিয়াম, লো, ক্ৰমিয়াম, টাইটেনিয়াম, মেংগানিজ আৰু এলুুমিনিয়ামৰ দৰে যৌগৰো সন্ধান পোৱা গৈছে চন্দ্ৰপৃষ্ঠত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

February 21, 2026
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে
জীৱনশৈলী

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

February 21, 2026
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

February 21, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
Next Post
বৃহস্পতি আৰু শুক্ৰই সলাব স্থান! গ্ৰহৰ স্থান সলনিত উন্নতিৰ পথ মুকলি হ’ব এই ৫ ৰাশিৰ জাতকৰ

বৃহস্পতি আৰু শুক্ৰই সলাব স্থান! গ্ৰহৰ স্থান সলনিত উন্নতিৰ পথ মুকলি হ’ব এই ৫ ৰাশিৰ জাতকৰ

৩,২,১…, তেওঁৰ কণ্ঠতেই বিশ্বই জানিছিল বিক্ৰমৰ সফল লেণ্ডিঙৰ কথা, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল’লে জ্যেষ্ঠ বিজ্ঞানী ভালাৰমতিয়ে

৩,২,১..., তেওঁৰ কণ্ঠতেই বিশ্বই জানিছিল বিক্ৰমৰ সফল লেণ্ডিঙৰ কথা, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল’লে জ্যেষ্ঠ বিজ্ঞানী ভালাৰমতিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.