• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৪ মাহৰ পাছত ৪গ্ৰহৰ মেলা, চতুৰ্গ্ৰহী যোগত জানুৱাৰীত অৰ্থবৃষ্টি এই ৫ৰাশিত

২৪ মাহৰ পাছত ৪গ্ৰহৰ মেলা, চতুৰ্গ্ৰহী যোগত জানুৱাৰীত অৰ্থবৃষ্টি এই ৫ৰাশিত

3 months ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

5 minutes ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

9 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

10 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

10 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

11 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

11 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

11 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

12 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

12 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

13 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

13 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৪ মাহৰ পাছত ৪গ্ৰহৰ মেলা, চতুৰ্গ্ৰহী যোগত জানুৱাৰীত অৰ্থবৃষ্টি এই ৫ৰাশিত

২৪ মাহৰ পাছত ৪গ্ৰহৰ মেলা, চতুৰ্গ্ৰহী যোগত জানুৱাৰীত অৰ্থবৃষ্টি এই ৫ৰাশিত

editor by editor
January 8, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
২৪ মাহৰ পাছত ৪গ্ৰহৰ মেলা, চতুৰ্গ্ৰহী যোগত জানুৱাৰীত অৰ্থবৃষ্টি এই ৫ৰাশিত
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৬ চনৰ প্ৰথম মাহত গ্ৰহৰ বিৰল যোগ গঠিত হ’ব চলিছে৷ ২৪ মাহৰ পাছত মকৰ ৰাশিত গঠিত হ’ব চতুৰ্গ্ৰহী যোগ৷ আগন্তুক ১৪ জানুৱাৰী মকৰ সংক্ৰান্তি পালনৰ পাছতেই এই বিৰল শুভ যোগ গঠিত হব৷ মকৰ ৰাশিত ইয়াৰোপৰি আহিব সূৰ্য, শুক্ৰ, বুধ আৰু মঙ্গল৷ ইয়াৰ পূৰ্বে ২০২৪ ৰ ফেব্ৰুৱাৰী মাহত এই চাৰি গ্ৰহই শেষবাৰ এক ৰাশিত গোচৰ কৰিছিল৷ এই চাৰি গ্ৰহৰ মিলনৰ ফলত চতুৰ্গ্ৰহী যোগৰ ওপৰিও গঠিত হব লক্ষ্মী নাৰায়ণ যোগ, বুধাদিত্য ৰাজযোগ আৰু ৰুচক ৰাজযোগ৷ জানি থওক এই শুভ যোগৰ প্ৰভাৱত ১৭ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীৰ ভিতৰত দুৰ্দান্তভাৱে লাভৱান হ’ব কোন কোন?

মেষ ৰাশি

মেষ ৰাশিৰ দশম ঘৰত এই শুভ যোগ গঠিত হব৷ এই সময়ত কেৰিয়াৰত কিছু পজিটিভ পৰিবৰ্তন আহিব মেষ ৰাশিৰ জাতকৰ৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ বিশেষ কিছু অৰ্জন কৰিব পাৰে৷ চৰকাৰী প্ৰকল্পৰ পৰা লাভৱান হব৷ যিসকলে চৰকাৰী চাকৰিৰ প্ৰস্তুতি চলাই আছে তেওঁলোকে সুফল পাব৷

বৃষ ৰাশি

বৃষ ৰাশিৰ নৱম ঘৰত চতুৰ্গ্ৰহী যোগ গঠিত হব৷ এই সময়ত সকলো কামত সৌভাগ্যক কাষত পাব বৃষ ৰাশিৰ জাতকে৷ দূৰ ভ্ৰমণ কৰিব পাৰে৷ বিদেশলৈ যোৱাৰ পৰিকল্পনা কৰিলে এয়া সপোন পূৰণ হোৱাৰ সময়৷ পিতৃৰ সহায়তা পাব আৰু কোনো জৰুৰী কাম সম্পূৰ্ণ কৰিব পাৰে৷ ধৰ্মীয় বিষয়ৰ প্ৰতিও আগ্ৰহ বাঢ়িব৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ সপ্তম ঘৰত গঠিত হ’ব চতুৰ্গ্ৰহী যোগ৷ এই সময়ত চাৰি গ্ৰহৰ শুভ দৃষ্টি থাকিব কৰ্কট ৰাশিত৷ দাম্পত্য জীৱনত সুখ থাকিব৷ অংশীদাৰীৰ ব্যৱসায়ত বৃহৎ সাফল্য পাব৷ সন্মান আৰু জনপ্ৰিয়তা বাঢ়িব এই ৰাশিৰ জাতকৰ৷ দীৰ্ঘদিন ধৰি কোনো অসুখত ভূগি থাকিলে এই সময়ত আৰোগ্য লাভ কৰিব৷ নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবেও এই সময় লাভজনক৷

কন্যা ৰাশি

কন্যা ৰাশিৰ পঞ্চম ঘৰত গঠিত হব চতুৰ্গ্ৰহী যোগ৷ এই সময়ত আপুনি পূৰ্বে কৰা কামৰ সুফল লাভ কৰিব৷ উচ্চশিক্ষাত সাফল্য পাব পাৰে৷ সন্তানৰ বিষয়ে সুখবৰ পাব পাৰে৷ কন্যা ৰাশিৰ জাতকৰ সৃজনশীলতাই নজৰ কাঢ়িব৷ মনত শান্তি থাকিব৷ বৈদেশিক বাণিজ্যত বৃহৎ মুনাফা লাভ কৰিব পাৰে৷
মকৰ ৰাশি
মকৰ ৰাশিতেই গঠিত হ’ব চতুৰ্গ্ৰহী যোগ৷ এই শুভ যোগৰ প্ৰভাৱ সকলোতকৈ বেছি  পাব মকৰ ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব৷ নানান দিশৰ পৰা লাভৱান হব৷ জনপ্ৰিয়তা বাঢ়িব৷ কেৰিয়াৰত আপোনাৰ উন্নতিৰ গ্ৰাফ শিখৰলৈ উঠিব৷ বহু দিন ৰৈ থকা কাম সম্পূৰ্ণ কৰিব পাৰিব৷ আৰ্থিকভাৱে লাভৱান হোৱাৰ একাধিক সুযোগ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

April 7, 2026
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল
জীৱনশৈলী

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

April 6, 2026
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ
জীৱনশৈলী

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

April 6, 2026
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?
জীৱনশৈলী

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

April 6, 2026
Next Post
লক্ষ্মীবাৰে লক্ষ্মীলাভ, বৃহস্পতিবাৰে গজকেশৰী যোগত দুৰ্দান্ত লাভ ৫ৰাশিৰ

লক্ষ্মীবাৰে লক্ষ্মীলাভ, বৃহস্পতিবাৰে গজকেশৰী যোগত দুৰ্দান্ত লাভ ৫ৰাশিৰ

অষ্টম পে কমিছনত কিমান বাঢ়িব দৰমহা? কি ৫ ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰি বাঢ়িব দৰমহা? জানি থওক আজিয়েই

অষ্টম পে কমিছনত কিমান বাঢ়িব দৰমহা? কি ৫ ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰি বাঢ়িব দৰমহা? জানি থওক আজিয়েই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.