• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নগদ লেনদেনৰ পৰা চেক বহী, HDFC বেংকৰ কেইবাটাও নিয়ম সলনি, জানি থওক সবিশেষ সালসলনিৰ তথ্য

নগদ লেনদেনৰ পৰা চেক বহী, HDFC বেংকৰ কেইবাটাও নিয়ম সলনি, জানি থওক সবিশেষ সালসলনিৰ তথ্য

12 months ago
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

2 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

2 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

3 hours ago
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

3 hours ago
PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

4 hours ago
কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

4 hours ago
আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

5 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

6 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

ভুলতো মাহেকীয়াত নাখাব এইবোৰ বস্তু, বাঢ়িব পেটৰ বিষ!

7 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কাইলৈৰ পৰা বুধে সলাব গতি, সলনি হ’ব ৬ ৰাশিৰ ভাগ্য!

7 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

মাহেকীয়া পলম হোৱাৰ সমস্যা, সহজে নল’ব এইবোৰ লক্ষণ!

8 hours ago
ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নগদ লেনদেনৰ পৰা চেক বহী, HDFC বেংকৰ কেইবাটাও নিয়ম সলনি, জানি থওক সবিশেষ সালসলনিৰ তথ্য

নগদ লেনদেনৰ পৰা চেক বহী, HDFC বেংকৰ কেইবাটাও নিয়ম সলনি, জানি থওক সবিশেষ সালসলনিৰ তথ্য

editor by editor
August 26, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
নগদ লেনদেনৰ পৰা চেক বহী, HDFC বেংকৰ কেইবাটাও নিয়ম সলনি, জানি থওক সবিশেষ সালসলনিৰ তথ্য
0
SHARES
250
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

HDFC বেংকৰ একাউণ্টধাৰীৰ বাবে ডাঙৰ খবৰ৷ দেশৰ শীৰ্ষ বেচৰকাৰী ঋণদাতা HDFC বেংকে তেওঁলোকৰ লাখ লাখ গ্ৰাহকৰ বাবে কেইবাটাও পৰিসেৱাৰ চাৰ্জ কমাইছে৷ কেইটামান চাৰ্জ আকৌ বঢ়াইয়ো দিছে৷ গ্ৰাহক পৰিসেৱা উন্নত আৰু সুবিন্যস্ত কৰাৰ বাবে এই পৰিবৰ্তনসমূহ কৰা হৈছে৷ ইয়াৰ অৰ্থ হৈছে নগদ লেনদেন, চেক বহী আৰু শাখা ভিত্তিক স্থানান্তৰৰ ক্ষেত্ৰত আপুনি পূৰ্বৰে পৰাই আৰু সতৰ্ক থাকিব লাগিব৷ ১৫.২৬লাখ কোটি টকাৰ বজাৰ মূলধনৰ এই বেংকৰ নতুন নিয়মসমূহৰ সৈতে গ্ৰাহক সম্পৰ্কিত নীতি আপডেট কৰিছে৷

নগদ লেনদেনৰ সীমা পৰিবৰ্তন কমাই ১ লাখ টকা কৰা হৈছে৷ এই সীমাৰ পাছত প্ৰতি ১০০০ টকাৰ ৫ টকা চাৰ্জ কটা হব৷ মাহত মাত্ৰ ৪ টাহে বিনামূলীয়া নগদ লেনদেন পোৱা যাব তাৰপিছতেই প্ৰতিটো লেনদেনৰ বাবে ১৫০ টকা দিব লাগিব৷ তৃতীয় পক্ষৰ নগদ লেনদেনৰ দৈনিক সীমা ২৫০০০ টকাৰ বেছি লেনদেন অনুমোদিত নহব৷

আই এম পি এছ ট্ৰেন্সফাৰৰ ক্ষেত্ৰত কম পৰিমাণৰ ফি হ্ৰাস কৰা হৈছে৷ ১০০০ টকা পৰ্যন্ত অনলাইন আই এম পি এছ ট্ৰান্সফাৰৰ বাবে এতিয়া নিয়মিত গ্ৰাহকৰ বাবে ২.৫ টকা আৰু প্ৰবীণ নাগৰিকৰ ২.২৫ টকা খৰচ হব৷ ১ লাখতকৈ বেছি ট্ৰান্সফাৰত এতিয়া ১৩.৫ টকা পূৰ্বে ১৫ টকা আছিল৷

এনই এফ টি শাখাৰ লেনদেনৰ বাবেও নতুন হাৰ

১০০০০ টকা পৰ্যন্ত ট্ৰেন্সফাৰৰ ক্ষেত্ৰত নিয়মিত গ্ৰাহকৰ বাবে ২ টকা, প্ৰবীণ নাগৰিকৰ বাবে ১.৮ টকা চাৰ্জ কৰা হব৷ ১ লাখৰ পৰা ২ লাখ টকাৰ মাজত ১৪ টকা আৰু ১২.৬ টকা চাৰ্জ কৰা হব৷ ২ লাখ টকাতকৈ বেছি লেনদেনৰ বাবে চাৰ্জ যথাক্ৰমে ২৪ টকা আৰু ২১.৬টকা৷

চেক বহী এতিয়া পূৰ্বৰ তুলনাত বহু দামী

এতিয়া ছেভিংছ একাউণ্ট হোল্ডাৰে বছৰি মাত্ৰ ১০ পৃষ্ঠাৰ এখন চেক বহী বিনামূলীয়াকৈ পাব৷ পূৰ্বে ২৫ পৃষ্ঠাৰ চেক বহী বিনামূলীয়াকৈ দিয়া হৈছিল৷ অতিৰিক্ত চেক বহীৰ বাবে প্ৰতি পৃষ্ঠাত ৪ টকাকৈ দিব লাগিব৷ প্ৰবীণ নাগৰিকসকলৰ বাবে এই হাৰ কিছু কম ৰখা হৈছে৷

এই অতিৰিক্ত চাৰ্জ কেনেকৈ কমাব?

আপুনি যদি এইছডিএফচি বেংকৰ গ্ৰাহক হয় তেতিয়া এই পৰিবৰ্তিত নিয়মৰ পাছতেই কিছু স্মাৰ্ট অভ্যাস গ্ৰহণ কৰি আপুনি সহজতেই অতিৰিক্ত ফি কমাব পাৰে৷ ইয়াত কিছু সহজ আৰু কাৰ্যকৰ সমাধান দিয়া হ’ল৷

১. ডিজিটেল লেনদেন পছন্দ কৰক

আই এম পি এছ আৰু এন ই এফ টিৰ ডিজিটেল ট্ৰেন্সফাৰ এতিয়া শাখা লেনদেনৰ তুলনাত সস্তা৷ মোবাইল এপ বা নেটবেংকিং ব্যৱহাৰ কৰি টকা পঠিওৱা কেৱল সময় সাশ্ৰয়েই নহয় বৰং চাৰ্জো কমিব৷

২. ইউ পি আই আৰু কিউআৰ কোড গ্ৰহণ কৰক

ইউপিআই আৰু কিউআৰ কোড স্কেনিং সৰু বা ঘন ঘন পেমেণ্ট কৰাৰ বেষ্ট উপায়৷ ই সম্পূৰ্ণ বিনামূলীয়া আৰু ২৪ ঘণ্টাৰ বাবেই উপলব্ধ৷ দোকান, বন্ধুবান্ধৱ, ভাড়া, সকলোতে আপুনি এই পেমেণ্ট চিষ্টেমেৰে পেমেণ্ট কৰিব পাৰে৷

৩. নগদ লেনদেন বঢ়াওক

প্ৰতিমাহৰ আৰম্ভণিতেই আপুনি কিমান নগদ টকা তুলিব সেয়া ঠিক কৰক৷ ধন ওলিওৱাৰ পাছত প্ৰয়োজনতকৈ বেছি বেংক লেনদেন নকৰিব৷ সম্ভৱ হলে মাহত মাত্ৰ এক বা দুইবাৰতেই ধন উঠাওক৷

৪.থাৰ্ড পাৰ্টি কেছ ডিপজিট এৰাই চলক

২৫০০০ টকাতকৈ বেছি থাৰ্ড পাৰ্টি কেছ লেনদেন আৰু সম্ভৱ হলে নকৰাই ভাল৷ সেয়ে যিমান সম্ভৱ টকা নিজে জমা বা তোলাৰ চেষ্টা কৰক অথৱা ডিজিটেল উপায় ব্যৱহাৰ কৰক৷

৫. চেক বহীও যধেমধে ব্যৱহাৰ নকৰিব

এতিয়া প্ৰতিবছৰে মাত্ৰ ১০ পৃষ্ঠাৰ চেক বহীহে বিনামূলীয়াকৈ পোৱা যাব সেয়ে বিচক্ষণতাৰ সৈতে চেক ব্যৱহাৰ কৰক৷ যত ইউপিআই বা ট্ৰেন্সফাৰ সম্ভৱ, চেকৰ পৰিবৰ্তে ডিজিটেল বিকল্প ব্যৱহাৰ কৰক৷

৬. প্ৰবীণ নাগৰিকৰ বাবে বিশেষ সুবিধা

আপুনি বা আপোনাৰ ঘৰত কোনোবা যদি প্ৰবীণ নাগৰিক আছে তেন্তে বেংকে তেওঁলোকক কম ফিসহ বহু সুবিধাই প্ৰদান কৰে৷ তেওঁলোকৰ একাউণ্ট সক্ৰিয় ৰাখক আৰু সেই একাউণ্টেৰেই প্ৰয়োজনীয় কাম কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!
জীৱনশৈলী

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

August 21, 2026
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক
জীৱনশৈলী

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

August 21, 2026
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক
বাণিজ্য

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

August 21, 2026
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!
বাণিজ্য

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

August 21, 2026
Next Post
ইউটিউবাৰ বা ছচিয়েল মিডিয়া ইনফ্লুয়েন্সাৰৰ বাবে ঐতিহাসিক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ! কনটেণ্টৰ নামত যি ইচ্ছা দেখুৱাব নোৱাৰিব, বাকস্বাধীনতাৰ দোহাই দি ক’ব নোৱাৰিব এনে কথা

ইউটিউবাৰ বা ছচিয়েল মিডিয়া ইনফ্লুয়েন্সাৰৰ বাবে ঐতিহাসিক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ! কনটেণ্টৰ নামত যি ইচ্ছা দেখুৱাব নোৱাৰিব, বাকস্বাধীনতাৰ দোহাই দি ক’ব নোৱাৰিব এনে কথা

প্ৰথম ঋণগ্ৰহীতাৰ বাবে অত্যন্ত সুখবৰ! ছিবিল স্কোৰ নাথাকিলেও ঋণ দিব বেংকে

প্ৰথম ঋণগ্ৰহীতাৰ বাবে অত্যন্ত সুখবৰ! ছিবিল স্কোৰ নাথাকিলেও ঋণ দিব বেংকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.