• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইউটিউবাৰ বা ছচিয়েল মিডিয়া ইনফ্লুয়েন্সাৰৰ বাবে ঐতিহাসিক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ! কনটেণ্টৰ নামত যি ইচ্ছা দেখুৱাব নোৱাৰিব, বাকস্বাধীনতাৰ দোহাই দি ক’ব নোৱাৰিব এনে কথা

ইউটিউবাৰ বা ছচিয়েল মিডিয়া ইনফ্লুয়েন্সাৰৰ বাবে ঐতিহাসিক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ! কনটেণ্টৰ নামত যি ইচ্ছা দেখুৱাব নোৱাৰিব, বাকস্বাধীনতাৰ দোহাই দি ক’ব নোৱাৰিব এনে কথা

10 months ago
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

1 hour ago
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

3 hours ago
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

3 hours ago
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

4 hours ago
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

4 hours ago
এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

5 hours ago
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

6 hours ago
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

7 hours ago
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

7 hours ago
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

8 hours ago
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

9 hours ago
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ইউটিউবাৰ বা ছচিয়েল মিডিয়া ইনফ্লুয়েন্সাৰৰ বাবে ঐতিহাসিক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ! কনটেণ্টৰ নামত যি ইচ্ছা দেখুৱাব নোৱাৰিব, বাকস্বাধীনতাৰ দোহাই দি ক’ব নোৱাৰিব এনে কথা

ইউটিউবাৰ বা ছচিয়েল মিডিয়া ইনফ্লুয়েন্সাৰৰ বাবে ঐতিহাসিক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ! কনটেণ্টৰ নামত যি ইচ্ছা দেখুৱাব নোৱাৰিব, বাকস্বাধীনতাৰ দোহাই দি ক’ব নোৱাৰিব এনে কথা

editor by editor
August 26, 2025
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত, লেখা
0
ইউটিউবাৰ বা ছচিয়েল মিডিয়া ইনফ্লুয়েন্সাৰৰ বাবে ঐতিহাসিক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ! কনটেণ্টৰ নামত যি ইচ্ছা দেখুৱাব নোৱাৰিব, বাকস্বাধীনতাৰ দোহাই দি ক’ব নোৱাৰিব এনে কথা
0
SHARES
514
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
কনটেণ্টৰ নামত এতিয়াৰে পৰা যি মন যায় তাকেই কৰিব নোৱাৰিব৷ ছুপ্ৰিম কৰ্টৰ পৰ্যবেক্ষণত এই কথা স্পষ্টকৈ জনোৱা হৈছে৷ কনটেণ্ট তৈয়াৰৰ নামেৰে বাকস্বাধীনতাক আৰু ৰক্ষাকৱচ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব ইনফ্লুয়েন্সাৰে৷ সোমবাৰে এই কথা জনাইছে ছুপ্ৰিম কৰ্টে৷
ছচিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ মানে যিয়ে নিজৰ বক্তৱ্যৰ বাণিজ্যিকীকৰণ কৰাৰ চেষ্টা কৰে৷ ফলত এতিয়াৰে পৰা কোনো কনটেণ্ট যদি নিষিদ্ধ বক্তৃতাৰ আওঁতাত আহে সেইক্ষেত্ৰত দেশৰ বাকস্বাধীনতাৰ অধিকাৰক অস্ত্ৰ কৰিব নোৱাৰিব বুলি জনাই দিছে শীৰ্ষ আদালতে৷
ৰণবীৰ এলাহবাদিয়াৰ এক অনলাইন অনুষ্ঠানক লৈ বিতৰ্ক আৰম্ভ হৈছিল৷ সমগ্ৰ দেশত সেই ঘটনাক লৈ সমালোচনাও হৈছিল৷ ক্ষমাও খুজিছিল ৰণবীৰ এলাহবাদিয়াই৷ ইয়াৰ পাছতেই গোচৰ পায়গৈ ছুপ্ৰিম কৰ্ট৷ সময় ৰায়না, বিপুল গয়াল, বলৰাজ পৰমজিৎ সিংহ ঘাই, সোনালী ঠাকুৰ আৰু নিশান্তজগদীশ তনোৱাৰৰ নামো জড়িত হৈ পৰিছিল এই ঘটনাৰ সৈতে৷ শীৰ্ষ আদালতৰ ওচৰত ইতিমধ্যেই ক্ষমাও খুজিছে এইসকল ইউটিউবাৰে৷ সোমবাৰে এই সমগ্ৰ ঘটনাক লৈ পৰ্যবেক্ষণ স্পষ্ট কৰিছে ছুপ্ৰিম কৰ্টে৷ পাঁচগৰাকী ইউটিউবাৰক ছুপ্ৰিম কৰ্টে জনাই দিছে যে তেওঁলোকে সাধাৰণ মানুহৰ ওচৰতো ক্ষমা খুজিব লাগিব৷
অনলাইনত বক্তব্য ৰখাৰ বাবে গাইডলাইনো আছে৷ ইতিমধ্যেই এই গাইডলাইন জনাই দিছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে৷ অনলাইনত কোনে কি বক্তব্য ৰাখিব তাৰ সৈতে বাকস্বাধীনতাৰ বিষয়টো সোমাই আছে৷ ফলত এই বিষয়টো খুবেই সংবেদনশীল হিচাপে ধৰিছে শীৰ্ষ আদালতে৷ শীৰ্ষ আদালতে বিষয়টো পৰ্যবেক্ষণ কৰি জনাই দিছে যে অনলাইন কনটেণ্ট তৈয়াৰৰ নামত বিশেষভাৱে সক্ষম ব্যক্তিক লৈয়ো কোনো ধেমালি কৰিব নোৱাৰিব৷ কাৰণ এই বিষয়টোৱে সমাজৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা
অপৰাধ

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

June 27, 2026
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?
ৰাজনীতি

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

June 27, 2026
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ
জীৱনশৈলী

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

June 27, 2026
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল
জীৱনশৈলী

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

June 27, 2026
Next Post
প্ৰথম ঋণগ্ৰহীতাৰ বাবে অত্যন্ত সুখবৰ! ছিবিল স্কোৰ নাথাকিলেও ঋণ দিব বেংকে

প্ৰথম ঋণগ্ৰহীতাৰ বাবে অত্যন্ত সুখবৰ! ছিবিল স্কোৰ নাথাকিলেও ঋণ দিব বেংকে

ফাষ্টটেগ বাৰ্ষিক পাছঃ এবছৰত ২০০ ট্ৰিপ শেষ নহ’লে বাকী টকা এডজাষ্ট হয়নে? ফাষ্টটেগ বাৰ্ষিক পাছৰ সুবিধা কি কি?

ফাষ্টটেগ বাৰ্ষিক পাছঃ এবছৰত ২০০ ট্ৰিপ শেষ নহ’লে বাকী টকা এডজাষ্ট হয়নে? ফাষ্টটেগ বাৰ্ষিক পাছৰ সুবিধা কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.