গুৱাহাটীৰ বজাৰত উভৈনদী সোণালী আৰু কামৰূপা কুকুৰা। ২০০ টকীয়া কুকুৰা ৫০০ টকাত বিক্ৰী। ৰংচঙীয়া বাবেই দাম বেছি। বৃহৎ কেলেংকাৰিৰ আঁৰত কোন?