অসম লাইভ২৪ঃ
বাল্য বিবাহ বিৰোধী অভিযানক লৈ শংকিত এতিয়া বহু স্বামী
ধিঙৰ যুৱক অংকুৰ নাথৰ শহুৰেকৰ ঘৰত আত্মহত্যাৰ চেষ্টা৷
মহানগৰীৰ বশিষ্ঠৰ বৰপথাৰত সংঘটিত এই ঘটনা৷
যুৱকজনৰ বয়স ১৮ বছৰ আৰু পত্নীৰ বয়স ১৬ বছৰ৷
সংকটজনক অৱস্থাত অংকুৰক হেলথ চিটী হাস্পতালত ভৰ্তি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ