• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সিদ্ধাৰ্থ-কিয়াৰাৰ বিবাহৰ বাবে তৈয়াৰ কৰা হৈছে এশৰো অধিক পোছাক৷ কোনে ডিজাইন কৰা পোছাক পিন্ধিব সিদ্ধাৰ্থ-কিয়াৰাই?

সিদ্ধাৰ্থ-কিয়াৰাৰ বিবাহৰ বাবে তৈয়াৰ কৰা হৈছে এশৰো অধিক পোছাক৷ কোনে ডিজাইন কৰা পোছাক পিন্ধিব সিদ্ধাৰ্থ-কিয়াৰাই?

4 years ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

7 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

8 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

8 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

9 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

9 hours ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

11 hours ago
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

12 hours ago
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

12 hours ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

13 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

14 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সিদ্ধাৰ্থ-কিয়াৰাৰ বিবাহৰ বাবে তৈয়াৰ কৰা হৈছে এশৰো অধিক পোছাক৷ কোনে ডিজাইন কৰা পোছাক পিন্ধিব সিদ্ধাৰ্থ-কিয়াৰাই?

editor by editor
February 5, 2023
in জীৱনশৈলী, বিনোদন, ভাৰত
0
সিদ্ধাৰ্থ-কিয়াৰাৰ বিবাহৰ বাবে তৈয়াৰ কৰা হৈছে এশৰো অধিক পোছাক৷ কোনে ডিজাইন কৰা পোছাক পিন্ধিব সিদ্ধাৰ্থ-কিয়াৰাই?
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সকলোৰে দৃষ্টি এতিয়া কিয়াৰা-সিদ্ধাৰ্থৰ বিবাহ অনুষ্ঠানলৈ৷ সূৰ্যগড় প্ৰাসাদত বিবাহৰ অনুষ্ঠান সম্পন্ন হ’ব সিদ-কিয়াৰাৰ৷ ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ লগতে পৰিয়ালৰ সদস্যৰ উপস্থিতিত বিবাহৰ অনুষ্ঠান সম্পন্ন হ’ব কিয়াৰা-সিদৰ৷

অতিথিসকলেও এই বিবাহ অনুষ্ঠানত মানি চলিব লাগিব কিছু নিৰ্দেশনা৷ এই অনুষ্ঠানত উপস্থিত থকাসকলে মোবাইল কেমেৰাৰে তুলিব নোৱাৰিব ফটো৷ কোনো সাংবাদিকেও এই অনুষ্ঠানৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব৷ সুৰ্যগড় প্ৰাসাদত ভিতৰত থাকিব কিছু বিলাসী সা-সুবিধাও৷ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থকাসকলেও লাভ কৰিব এই সুবিধা৷

ঘনিষ্ঠ সূত্ৰই জনোৱা অনুসৰি বিবাহ অনুষ্ঠানত পৰিধান কৰিবৰ বাবেও বনোৱা হৈছে ১৫০যোৰ পোছাক৷ বিয়াৰ অনুষ্ঠান ইতিমধ্যে আৰম্ভ হৈছে৷ ৪ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানত দেওবাৰে হালধি ঘঁহা অনুষ্ঠান৷ বিয়াখন পাঞ্জাৱী নিয়ম মানিয়েই হ’ব বুলি জনাইছে সূত্ৰটোৱে৷ প্ৰত্যেকটো অনুষ্ঠানৰ বাবেই আছে ভিন্ন পোছাক৷ মনীষ মলহোত্ৰাৰ ডিজাইনৰেই হ’ব সকলো পোছাক বুলিও জানিব পৰা গৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

September 13, 2026
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

September 13, 2026
social media
জীৱনশৈলী

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

September 13, 2026
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!
বিনোদন

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

September 13, 2026
Next Post
বলৎকাৰৰ গোচৰত কাৰাগাৰতেই দীৰ্ঘদিনে বন্দী বাবা আছৰাম! অনুপস্থিতিত কোনে পৰিচালনা কৰিছে আছৰাম বাবাৰ ১০ হাজাৰ কোটি টকাৰ সাম্ৰাজ্য?

বলৎকাৰৰ গোচৰত কাৰাগাৰতেই দীৰ্ঘদিনে বন্দী বাবা আছৰাম! অনুপস্থিতিত কোনে পৰিচালনা কৰিছে আছৰাম বাবাৰ ১০ হাজাৰ কোটি টকাৰ সাম্ৰাজ্য?

এগৰাকী-দুগৰাকী নহয়! একাধিক নাৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক CR7ৰ, বলীউডৰ কোন অভিনেত্ৰী আছে তালিকাত?

এগৰাকী-দুগৰাকী নহয়! একাধিক নাৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক CR7ৰ, বলীউডৰ কোন অভিনেত্ৰী আছে তালিকাত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.