• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চন্দ্ৰৰ দক্ষিণ মেৰুত এইবাৰ চীনে তৈয়াৰ কৰিব গৱেষণাগাৰ! চীনে মুকলি কৰিলে বিশেষ ভিডিঅ’

চন্দ্ৰৰ দক্ষিণ মেৰুত এইবাৰ চীনে তৈয়াৰ কৰিব গৱেষণাগাৰ! চীনে মুকলি কৰিলে বিশেষ ভিডিঅ’

2 years ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

47 seconds ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

3 hours ago
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

4 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

4 hours ago
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

4 hours ago
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

5 hours ago
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

5 hours ago
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

6 hours ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

8 hours ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

8 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

10 hours ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

চন্দ্ৰৰ দক্ষিণ মেৰুত এইবাৰ চীনে তৈয়াৰ কৰিব গৱেষণাগাৰ! চীনে মুকলি কৰিলে বিশেষ ভিডিঅ’

চন্দ্ৰৰ দক্ষিণ মেৰুত এইবাৰ চীনে তৈয়াৰ কৰিব গৱেষণাগাৰ! চীনে মুকলি কৰিলে বিশেষ ভিডিঅ’

editor by editor
April 27, 2024
in প্ৰযুক্তি, বিজ্ঞান, বিশ্ব, লেখা
0
চন্দ্ৰৰ দক্ষিণ মেৰুত এইবাৰ চীনে তৈয়াৰ কৰিব গৱেষণাগাৰ! চীনে মুকলি কৰিলে বিশেষ ভিডিঅ’
0
SHARES
131
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চন্দ্ৰৰ দক্ষিণ মেৰুত এইবাৰ গৱেষণাগাৰ তৈয়াৰৰ পৰিকল্পনা কৰিছে চীনে৷ ২০৪৫ চনৰ ভিতৰত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হ’ব বুলিও জনাইছে চীনৰ বিজ্ঞানীয়ে৷ প্ৰকল্পৰ কাম ইতিমধ্যেই আৰম্ভ কৰিছে বেইজিঙে৷ পৰিকল্পনা অনুসৰি ২০৪৫ চনৰ ভিতৰত চন্দ্ৰত বহুস্তৰীয় গৱেষণাৰ প্লেটফৰ্ম তৈয়াৰ কৰি উলিয়াব বুলি দাবী কৰিছে চীনে৷

চন্দ্ৰত যি গৱেষণাগাৰ তৈয়াৰৰ কথা কোৱা হৈছে সেই গৱেষণাগাৰৰ নামো ঠিক কৰিছে বেইজিঙে৷ এই গৱেষণাগাৰৰ নাম হ’ব ইণ্টাৰনেশ্ব্যনেল লুনাৰ ৰিচাৰ্ছ ষ্টেচন৷ মূলত দুটি ধাপত এই প্ৰকল্প বাস্তবায়নৰ পৰিকল্পনা আছে চীনৰ৷ প্ৰথম ঢাপটো ২০৩৫ চনৰ ভিতৰতেই সম্পন্ন হ’ব৷ চীনৰ পৰিকল্পনা অনুসৰি প্ৰথম ঢাপত চন্দ্ৰৰ দক্ষিণ মেৰুত গৱেষণাৰ প্ৰাথমিক কিছু আয়োজন কৰা হ’ব৷

নিয়মিত বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা আৰু সীমিত সম্পদ ব্যৱহাৰৰ ভিত্তি তৈয়াৰ হ’ব প্ৰথম ঢাপৰ মূল লক্ষ্য৷ দ্বিতীয় ঢাপত আয়োজন আৰু কিছু আগুৱাই যাব৷ ২০৪৫ চনৰ ভিতৰত বিস্তৃত আৰু শক্তিশালী কৰি তোলা হ’ব চন্দ্ৰৰ গৱেষণাগাৰ৷ এই পৰ্যায়ত এটা মহাকাশ ষ্টেচনৰ পৰিকল্পনাও কৰিছে চীনে৷ ৷ যিয়ে চন্দ্ৰক প্ৰদক্ষিণ কৰিব আৰু চেন্ট্ৰেল হাব হিচাপে গৱেষণাত সহায় কৰিব৷ চন্দ্ৰত বিশেষ কেন্দ্ৰটো স্থাপনৰ এক ভিডিঅ’ শ্বেয়াৰ কৰিছে চীনে৷  দক্ষিণ মেৰুত তেওঁলোকৰ গৱেষণাগাৰৰ কাল্পনিক অৱস্থান আৰু কাৰ্যপ্ৰণালী দেখুওৱা হৈছে ভিডিঅ’টোত৷

দীৰ্ঘদিন ধৰি চীনৰ নজৰত আছে চন্দ্ৰ৷ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত পৃথিৱীৰ এই উপগ্ৰহটোৰ ওপৰতেই বেছি জোৰ দি আহিছে তেওঁলোকে৷ ইতিমধ্যে চন্দ্ৰলৈ তেওঁলোকে মহাকাশযান পঠিয়াইছে৷ চন্দ্ৰৰ চাৰিওফালে চীনৰ একাধিক কৃত্ৰিম উপগ্ৰহো আছে৷ বৰ্তমান পৰ্যন্ত চন্দ্ৰত মুঠ ৫খন দেশে মহাকাশযান পঠিয়াইছে৷ চন্দ্ৰৰ চাৰিওফালে চীনৰ একাধিক সক্ৰিয়  কৃত্ৰিম উপগ্ৰহ আছে৷

বৰ্তমান পৰ্যন্ত চন্দ্ৰত মুঠ ৫খন দেশে মহাকাশযান পঠিয়াইছে৷ সেই দেশ কেইখন হৈছে ৰাছিয়া, আমেৰিকা, চীন, জাপান, ভাৰত৷ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱশ্যে চীনে কৃতিত্ব লাভ কৰিব পৰা নাই৷ সেই অংশ খুবেই দুৰ্গম যাৰ বাবে এতিয়ালৈকে চীনে দক্ষিণ মেৰু জয় কৰিব পৰা নাই৷ সূৰ্যৰ পোহৰো সেই অংশত ভালদৰে নপৰে৷ ফলত সকলো সময়তে আন্ধাৰেই হৈ থাকে সেই অঞ্চলত৷ চন্দ্ৰৰ এই অংশত পানী থকাৰো সম্ভাৱনা আছে৷ সম্ভাৱনাময় দক্ষিণ মেৰুত সেয়ে ভাৰতেও যান পঠিয়াইছে৷ অৱশেষত ভাৰতত পাছে পাছেই আগবাঢ়িছে চীন৷ চীনেও চন্দ্ৰত নিজৰ আধিপত্য় বিস্তাৰৰ বাবে সকলো প্ৰকাৰেই এতিয়া সাঁজু হৈ উঠিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabarassam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন
ভাৰত

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

August 24, 2026
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম
বাণিজ্য

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

August 24, 2026
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ
জীৱনশৈলী

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

August 24, 2026
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!
বাণিজ্য

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

August 24, 2026
Next Post
হঠাৎ আপোনাৰ WhatsApp বন্ধ হৈ পৰিছে নেকি? এই ৫ভুল কেতিয়াও নকৰিব

হঠাৎ আপোনাৰ WhatsApp বন্ধ হৈ পৰিছে নেকি? এই ৫ভুল কেতিয়াও নকৰিব

ৰবিবাৰে শিৱ যোগ, সূৰ্য দেৱতাৰ আশীৰ্বাদ থাকিব ৫ৰাশিৰ জাতকৰ ওপৰত

ৰবিবাৰে শিৱ যোগ, সূৰ্য দেৱতাৰ আশীৰ্বাদ থাকিব ৫ৰাশিৰ জাতকৰ ওপৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.