• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হঠাৎ আপোনাৰ WhatsApp বন্ধ হৈ পৰিছে নেকি? এই ৫ভুল কেতিয়াও নকৰিব

হঠাৎ আপোনাৰ WhatsApp বন্ধ হৈ পৰিছে নেকি? এই ৫ভুল কেতিয়াও নকৰিব

2 years ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

2 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

2 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

3 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

4 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

4 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

5 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

5 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

6 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

7 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

8 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হঠাৎ আপোনাৰ WhatsApp বন্ধ হৈ পৰিছে নেকি? এই ৫ভুল কেতিয়াও নকৰিব

হঠাৎ আপোনাৰ WhatsApp বন্ধ হৈ পৰিছে নেকি? এই ৫ভুল কেতিয়াও নকৰিব

editor by editor
April 27, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
হঠাৎ আপোনাৰ WhatsApp বন্ধ হৈ পৰিছে নেকি? এই ৫ভুল কেতিয়াও নকৰিব
0
SHARES
482
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ যোগাযোগ বা মেছেজ পঠিওৱাৰ ক্ষেত্ৰত বহুল ব্য়ৱহৃত এপ হৈছে ৱাটচএপ৷ বিশ্বজুৰি বহুল প্ৰচলিত এই এপ্লিকেশ্বন৷ ভাৰততো ৱাটছএপৰ কেইবাশ কোটি গ্ৰাহক আছে৷ দিনে ৰাতিয়ে এই এপ ব্যৱহাৰ কৰে গ্ৰাহকে৷ কিন্তু এই এপ ব্যৱহাৰত সামান্যতম ভুল হ’লেও বন্ধ হৈ পৰিব এই ৱাটছএপ একাউণ্ট৷ গ্ৰাহকৰ কি কি ভুলৰ বাবে বন্ধ হৈ পৰে ৱাটছএপ একাউণ্ট?

এই ভুল কাহানিও নকৰিব

১. আপুনি যদি ৱাটছএপ চলাবৰ বাবে থাৰ্ড পাৰ্টী এপ ব্য়ৱহাৰ কৰে তেন্তে কোম্পানীয়ে আপোনাৰ বিৰুদ্ধে বিহিত ব্য়ৱস্থা ল’ব পাৰে৷ জিবি ৱাটছএপ, ৱাটছএপ প্লাছ, ৱাটছএপ ডেল্টাৰ দৰে এপত যিকোনো মুহূৰ্ততে আপোনাৰ একাউণ্ট বন্ধ হৈ পৰিব পাৰে৷

২. অন্য় কোনো নম্বৰৰ তথ্য দি ৱাটছএপ একাউণ্ট তৈয়াৰ কৰিলেও কোম্পানীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে৷ এই ধৰণৰ ৱাটছএপ একাউণ্ট তৈয়াৰ কৰিলে স্থায়ীভাৱে নিষিদ্ধ কৰা হ’ব পাৰে আপোনাৰ একাউণ্ট? অন্য কাৰো তথ্যৰে ৱাটছএপ একাউণ্ট তৈয়াৰ কৰাটো নিষিদ্ধ৷

৩. আপুনি যদি ক্ৰমাগতভাৱে কোনো অচিনাকি ব্য়ক্তিক বাৰ্তা পঠিয়াই থাকে তেন্তে আপোনাৰ একাউণ্ট বন্ধ হ’ব পাৰে৷ আপোনাৰ পৰিচিত তালিকাত নথকা নাম্বাৰত বাৰে বাৰে মেছেজ দি থকাটো ৱাটছএপৰ সংবিধানত নিষিদ্ধ৷ সেয়ে এনে কামৰ পৰা বিৰত থাকক৷

৪. যদি বহু লোকে আপোনাৰ ৱাটছএপ একাউণ্টত ৰিপৰ্ট বা ব্লক মাৰে তেন্তে বুজিব আপোনাৰ একাউণ্ট বিপদত৷

৫. আপুনি যদি আপোনাৰ ৱাটছএপ একাউণ্টৰ মাধ্যমেৰে নিষিদ্ধ, অশ্লীল বিষয়বস্তু প্ৰেৰণ কৰে বা ধমকিসূচক বাৰ্তা পঠিয়াই তেন্তে আপোনাৰ ৱাটছএপ একাউণ্ট বন্ধ হৈ পৰিব পাৰে৷ কোম্পানীৰ নিয়মৰ বিৰুদ্ধে গ’লেই বন্ধ কৰিব পাৰে আপোনাৰ একাউণ্ট৷

ৱাটছএপ একাউণ্ট বন্ধ কৰিলে কি কৰিব?

আপুনি যদি ভাৱে আপোনাৰ একাউণ্টটো  কাৰণবিহীনভাৱেই বন্ধ হৈছে তেন্তে আপুনি এই একাউণ্ট খুলিবৰ বাবে অনুৰোধ কৰিব পাৰে৷ ইয়াৰ বাবে ৱাটছএপলৈ গৈ ৰিকুৱেষ্ট এ ৰিভিউ অপশ্ব্যনত ক্লিক কৰিব৷ ৱাটছএপে আপোনাৰ সেই ৰিকুৱেষ্ট পৰীক্ষা কৰি একাউণ্টটো খুলিবনে সেই বিবেচনা কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ
অপৰাধ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

October 7, 2026
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং
বিনোদন

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

October 7, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

October 7, 2026
Next Post
ৰবিবাৰে শিৱ যোগ, সূৰ্য দেৱতাৰ আশীৰ্বাদ থাকিব ৫ৰাশিৰ জাতকৰ ওপৰত

ৰবিবাৰে শিৱ যোগ, সূৰ্য দেৱতাৰ আশীৰ্বাদ থাকিব ৫ৰাশিৰ জাতকৰ ওপৰত

কেতিয়াৰে পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰা? এই স্থানলৈ যাবলৈ মহাদেৱেও ত্যাগ কৰিছিল সৰ্বস্ব, কিয় বিশেষ অমৰনাথ? জানি থওক সবিশেষ

কেতিয়াৰে পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰা? এই স্থানলৈ যাবলৈ মহাদেৱেও ত্যাগ কৰিছিল সৰ্বস্ব, কিয় বিশেষ অমৰনাথ? জানি থওক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.