• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মধ্যাকৰ্ষণ অবিহনে যৌন মিলন সম্ভৱনে? পৰীক্ষাৰ বাবে মহাকাশলৈ চীনে পঠিয়াব বান্দৰ

মধ্যাকৰ্ষণ অবিহনে যৌন মিলন সম্ভৱনে? পৰীক্ষাৰ বাবে মহাকাশলৈ চীনে পঠিয়াব বান্দৰ

3 years ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

15 minutes ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

44 minutes ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

2 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

2 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

3 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

3 hours ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 weeks ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

2 weeks ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

2 weeks ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

2 weeks ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মধ্যাকৰ্ষণ অবিহনে যৌন মিলন সম্ভৱনে? পৰীক্ষাৰ বাবে মহাকাশলৈ চীনে পঠিয়াব বান্দৰ

editor by editor
November 12, 2022
in জীৱনশৈলী, বিজ্ঞান, বিশ্ব, স্বাস্থ্য
0
মধ্যাকৰ্ষণ অবিহনে যৌন মিলন সম্ভৱনে? পৰীক্ষাৰ বাবে মহাকাশলৈ চীনে পঠিয়াব বান্দৰ
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২ঃ পৃথিৱীৰ বাহিৰত মধ্যাকৰ্ষণ নাই৷ মধ্যাকৰ্ষণ শক্তি নথকা স্থানত প্ৰাণীয়ে যৌন সম্ভোগ ল’ব পাৰিবনে? এই পৰীক্ষাৰ দিশত এখোজ আগবাঢ়িছে ৰঙা চীন৷ পৰীক্ষাৰ বাবে চীনে মহাকাশলৈ পঠিয়াবলৈ সাজু কৰিছে বান্দৰ৷ মহাকাশত বান্দৰ পঠিওৱাৰ সকলো যাৱতীয় ব্যৱস্থা ইতিমধ্যেই সম্পন্ন কৰিছে চীনে৷ মাছ, শামুকৰ দৰে সৰু প্ৰাণীক লৈ গৱেষণা কৰিলেও অন্যান্য ডাঙৰ প্ৰাণীৰে কোনোৱে বৰ্তমানলৈ গৱেষণা কৰা নাই৷ চীনৰ এক সংবাদ মাধ্যে প্ৰকাশ কৰা অনুযায়ী মহাশূন্যলৈ পঠিয়াই বান্দৰকেইটাৰ শাৰীৰিক বৃদ্ধি আৰু প্ৰজনন প্ৰক্ৰিয়া স্বাভাৱিকভাৱেই সম্ভৱনে সেই কথা পৰীক্ষা কৰা হ’ব৷

এই পৰীক্ষা ইমান সহজো নহয় বুলি জনাইছে বিজ্ঞানীসকলে৷ ইয়াৰ পূৰ্বেও ৰুছ বিজ্ঞানীয়ে মহাকাশলৈ এন্দুৰ পঠিয়াই প্ৰজনন কৰাইছিল৷ কিন্তু মহাশূন্যত মিলিত হোৱা এন্দুৰকেইটাই বংশবৃদ্ধি কৰিব পৰা নাছিল৷ আনকি ১৮ দিন মহাকাশত থাকি উভতি অহাৰ পাছত এন্দুৰ কেইটাই জীৱনকালত আৰু সন্তান জন্ম দিব নোৱাৰিলে৷ বন্ধ্যাত্বই জীৱনকালত লগ নেৰিলে দুই এন্দুৰক৷ অৱশ্যে এইবাৰ চীনৰ বান্দৰকেইটাৰ কি হ’ব সেয়া সময়েহে ক’ব৷

উল্লেখ্য যে মহাকাশ গৱেষণাত ৰাছিয়া আৰু আমেৰিকাক টক্কৰ দিবলৈ উঠিপৰি লাগিছে চীন৷ বিগত বৰ্ষত মঙলৰ কক্ষপথত মহাকাশ ষ্টেচন নিৰ্মাণ কৰিছে চীনে৷ ইতিমধ্যে মহাকাশত মানুহ পঠিওৱা, চন্দ্ৰত অভিযানত সাৰ্থক হৈছে চীন৷ অদূৰ ভৱিষ্যতে চন্দ্ৰৰ কক্ষপথত এটা লুনাৰ ষ্টেচন নিৰ্মাণৰ পৰিকল্পনা কৰিছে চীনে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?
জীৱনশৈলী

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

February 21, 2026
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?
জীৱনশৈলী

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

February 21, 2026
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?
জীৱনশৈলী

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

February 21, 2026
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

February 21, 2026
Next Post
কৰণে বিচাৰিছিল কন্যা সন্তানেই হওক, কৰণ-বিপাশাৰ কোলালৈ আহিল কন্যা সন্তান

কৰণে বিচাৰিছিল কন্যা সন্তানেই হওক, কৰণ-বিপাশাৰ কোলালৈ আহিল কন্যা সন্তান

ৰাধাৰ প্ৰেমত বাউলী হ’লেও শ্ৰীকৃষ্ণই কিয় বিয়া কৰোৱা নাছিল প্ৰিয়তমা ৰাধাক?

ৰাধাৰ প্ৰেমত বাউলী হ’লেও শ্ৰীকৃষ্ণই কিয় বিয়া কৰোৱা নাছিল প্ৰিয়তমা ৰাধাক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.