• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চীন এৰিছে ধনী লোকে, অৰ্থ লৈ দেশৰ পৰা কেনেকৈ উধাও হৈছে চীনৰ ধনবানসকল? 

চীন এৰিছে ধনী লোকে, অৰ্থ লৈ দেশৰ পৰা কেনেকৈ উধাও হৈছে চীনৰ ধনবানসকল? 

2 years ago
নিজৰ নিজৰ ঘৰলৈ আহিছে শনি-ৰাহু-কেতু, বিপুল অৰ্থলাভ, সোণালী সময় আহিছে ৫ৰাশিৰ জীৱনত

নিজৰ নিজৰ ঘৰলৈ আহিছে শনি-ৰাহু-কেতু, বিপুল অৰ্থলাভ, সোণালী সময় আহিছে ৫ৰাশিৰ জীৱনত

7 minutes ago
লোকসভাত Finance Bill 2026 গৃহীত! কেনেকৈ প্ৰভাৱ পৰিব আপোনাৰ জেপত আৰু কৰত?

লোকসভাত Finance Bill 2026 গৃহীত! কেনেকৈ প্ৰভাৱ পৰিব আপোনাৰ জেপত আৰু কৰত?

2 hours ago
দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!

দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!

2 hours ago
উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

3 hours ago
২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট

২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট

4 hours ago
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

হত্যা হোৱা নাছিল জুবিন গাৰ্গৰ, ছিংগাপুৰৰ কৰ’নাৰ্ছ কৰ্টৰ চূড়ান্ত ৰায়দান

5 hours ago
ইমৰাণ হাছমীৰ সৈতে চুম্বনৰ দৃশ্যত উচপ খাই উঠিল তনুশ্ৰী, তাৰ পিছত…

ইমৰাণ হাছমীৰ সৈতে চুম্বনৰ দৃশ্যত উচপ খাই উঠিল তনুশ্ৰী, তাৰ পিছত…

5 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

6 hours ago
UPI পিন পাহৰিলেও চিন্তা নাই, আহিছে নতুন ফিচাৰ!

UPI পিন পাহৰিলেও চিন্তা নাই, আহিছে নতুন ফিচাৰ!

6 hours ago
আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!

আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!

7 hours ago
ODI World Cup 2027 খেলিব নোৱাৰে ৫ জন খেলুৱৈয়ে, টিম ইণ্ডিয়াত দেখিব নতুন মুখ!

ODI World Cup 2027 খেলিব নোৱাৰে ৫ জন খেলুৱৈয়ে, টিম ইণ্ডিয়াত দেখিব নতুন মুখ!

8 hours ago
ভাগ্য হ’ব সলনি, পাকঘৰৰ এটা ভুলে পেলাব বিপদত!

ভাগ্য হ’ব সলনি, পাকঘৰৰ এটা ভুলে পেলাব বিপদত!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চীন এৰিছে ধনী লোকে, অৰ্থ লৈ দেশৰ পৰা কেনেকৈ উধাও হৈছে চীনৰ ধনবানসকল? 

চীন এৰিছে ধনী লোকে, অৰ্থ লৈ দেশৰ পৰা কেনেকৈ উধাও হৈছে চীনৰ ধনবানসকল? 

editor by editor
July 19, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
চীন এৰিছে ধনী লোকে, অৰ্থ লৈ দেশৰ পৰা কেনেকৈ উধাও হৈছে চীনৰ ধনবানসকল? 
0
SHARES
702
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চীনৰ পৰা লাহে লাহে আঁতৰিব ধৰিছে বিত্তশালীলোকসকল৷ কমিছে ধনবান লোকৰ সংখ্যা৷ ৰহস্যময়ভাৱে কমি গৈছে ধনী লোকৰ সংখ্যা৷ অৰ্থাৎ ধনবান লোকসকলে ত্যাগ কৰিছে চীন৷ চীনৰ ধনবান লোকসকলে বিগত দুবছৰৰ পৰা দেশ এৰিবলৈ আৰম্ভ কৰিছে৷ বিগত বৰ্ষতো একাধিক ডাঙৰ ডাঙৰ ব্যৱসায়ীয়ে চীন এৰিছে৷

২০২২ চনৰ হিচাপ অনুসৰি, বিশ্বৰ প্ৰায় ২৭০০ শতকোটিপতিসকলৰ মাজত ৬০০ জনতকৈ বেছি চীনৰ বাসিন্দা আছিল৷ ফোৰ্বছ পত্ৰিকা অনুসৰি বিগত বছৰত সেই সংখ্যা কমি ৫৬২ লৈ কমিছে৷ কিন্তু কিয় এই বিত্তশালীসকল চীন বিমুখ হৈছে? আন্তৰ্জাতিক কূটনৈতিক আৰু অৰ্থনৈতিক বিশেষজ্ঞসকলৰ একাংশৰ দাবী যে ব্যৱসায়ীসকলৰ বিৰুদ্ধে কাঢ়া পদক্ষেপ আৰু সেই দেশৰ উত্তপ্ত ৰাজনৈতিক পৰিবেশৰ কাৰণেই দেশ এৰিছে এইসকল ব্যৱসায়ীয়ে৷ লগত লৈ গৈছে ধনো৷

দীৰ্ঘ দিন ধৰি নিজৰ অৰ্থ বিদেশত লৈ যোৱাৰ উপায় বিচাৰি আছে চীনৰ অভিজাত লোকসকলে৷ যাৰ কাৰণে চাপৰ মুখত পৰিছে চি জিনপিং চৰকাৰ৷ বৰ্তমান চীনৰ চৰকাৰে নিয়ম কৰি দিছে যে কোনো ব্যক্তিয়ে বছৰত কেৱল ৫০ হাজাৰ ডলাৰ দেশৰ বাহিৰলৈ পঠাব পাৰে৷ চীনৰ ধনী ব্যক্তিয়ে তেওঁলোকৰ ধন দেশৰ বাহিৰলৈ পঠিয়াবলৈ উঠিপৰি লাগিছে৷ কেতিয়াবা কেতিয়াবা বেআইনীভাৱেও ধন পঠিয়াইছে চীনৰ ধনবান ব্যক্তিয়ে৷ এই কথা আমি কোৱা নাই, এই দাবী কৰিছে বিভিন্ন সংবাদসংস্থাই৷ বিগত বছৰৰ আগষ্ট ছাংহাইৰ আৰক্ষীয়ে ১১০ লাখ পাউণ্ডতকৈ বেছি অবৈধ বৈদেশিক মুদ্ৰা লেনদেনৰ অভিযোগত ৫গৰাকীক গ্ৰেপ্তাৰ কৰিছিল৷ কৰ’না মহামাৰীৰ পূৰ্বে চীনৰ পৰা প্ৰতি বছৰে ১৫ হাজাৰ কোটি ডলাৰ স্ৰেফ পৰ্যটকসকলৰ হাতত ধৰি বিদেশত ভৰি দিছে বুলি দাবী কৰিছে ফৰাছী বেংক গোষ্ঠী নাটিক্সিছে৷

কৰ’নাৰ পৰবৰ্তী আন্তৰ্জাতিক পৰ্যটন পূৰ্বৰ দৰে নাই৷ আমেৰিকাৰ উচ্চ সুদ আৰু দুৰ্বল ইউয়েনৰ ফলত বিত্তবান চীনা ব্যক্তিয়ে তেওঁলোকৰ অৰ্থ অন্য দেশলৈ পঠিয়াই দিছে৷ এই দাবী কৰিছে অৰ্থনীতিবিদৰ একাংশই৷ ২০২৩ চনৰ প্ৰথমাৰ্ধত চীনৰ অৰ্থ আদানপ্ৰদানৰ ভাৰসাম্য ১৯৫০ কোটি ডলাৰৰ ঘাটি আছিল৷ এই সূচকৰ মাধ্যমেৰে দেশৰ অৰ্থ আদানপ্ৰদানৰ হিচাপ ৰাখে চৰকাৰে৷ অৰ্থনীতিবিদৰ দাবী যে চীনৰ টকা বাহিৰলৈ যোৱাৰ কাৰণেই আৰু কঠোৰ হৈছে চীনা চৰকাৰ৷ একাংশৰ মতে আকৌ চীনৰ ভৱিষ্যতৰ অৰ্থনৈতিক নীতি আৰু ব্যৱসায়ৰ সুযোগ সম্পৰ্কে অনিশ্চয়তা তৈয়াৰ হোৱাৰ কাৰণেই নিজৰ সঞ্চয় দেশৰ বাহিৰলৈ নিব বিচাৰিছে সেই দেশৰ বিত্তশালীসকলে৷ ২০২১ চনত জিনপিং চৰকাৰে চীনৰ বিত্তশালীসকলে দেশৰ স্বাৰ্থত তেওঁলোকৰ সম্পদ আৰু বেছিকৈ ভাগ কৰি লবলৈ আহ্বান জনাইছিল৷ ২০১৫ চনত চীনৰ মুদ্ৰ ইউয়েনৰ দাম পৰি যোৱাৰ পাছতেই হাজাৰ হাজাৰ কোটিৰ ক্ষতিৰ মুখত পৰিছে চীন৷ তাৰপাছতেই দেশৰ সম্পদৰ ওপৰত নজৰ ৰখা আৰম্ভ কৰিছে বেইজিঙে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিজৰ নিজৰ ঘৰলৈ আহিছে শনি-ৰাহু-কেতু, বিপুল অৰ্থলাভ, সোণালী সময় আহিছে ৫ৰাশিৰ জীৱনত
জীৱনশৈলী

নিজৰ নিজৰ ঘৰলৈ আহিছে শনি-ৰাহু-কেতু, বিপুল অৰ্থলাভ, সোণালী সময় আহিছে ৫ৰাশিৰ জীৱনত

March 25, 2026
লোকসভাত Finance Bill 2026 গৃহীত! কেনেকৈ প্ৰভাৱ পৰিব আপোনাৰ জেপত আৰু কৰত?
বাণিজ্য

লোকসভাত Finance Bill 2026 গৃহীত! কেনেকৈ প্ৰভাৱ পৰিব আপোনাৰ জেপত আৰু কৰত?

March 25, 2026
দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!
জীৱনশৈলী

দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!

March 25, 2026
উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ
অসম

উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

March 25, 2026
Next Post
শ্ৰীলংকা চিৰিজৰ দল ঘোষণা, বাদ পৰিল দুই বিশ্বজয়ী, আহিল ৰিয়ানকে ধৰি নতুন ৬খেলুৱৈ, তেওঁলোক কোন কোন?

শ্ৰীলংকা চিৰিজৰ দল ঘোষণা, বাদ পৰিল দুই বিশ্বজয়ী, আহিল ৰিয়ানকে ধৰি নতুন ৬খেলুৱৈ, তেওঁলোক কোন কোন?

শ্ৰীলংকাৰ বিৰুদ্ধে চিৰিজৰ মূল একাদশত নাথাকিব নেকি ৰিয়ান পৰাগ? মূল একাদশৰ সম্ভাৱনাময় খেলুৱৈৰ লিষ্ট

শ্ৰীলংকাৰ বিৰুদ্ধে চিৰিজৰ মূল একাদশত নাথাকিব নেকি ৰিয়ান পৰাগ? মূল একাদশৰ সম্ভাৱনাময় খেলুৱৈৰ লিষ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.