• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

2 months ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

5 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

7 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

7 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

8 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

8 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

9 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

10 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

11 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

12 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

12 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

12 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

CJPৰ প্ৰতিষ্ঠাপক অভিজিতৰ মাতৃৰ বিস্ফোৰণ

editor by editor
July 30, 2026
in বিবিধ, ভাৰত, ৰাজনীতি
0
‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’
0
SHARES
269
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘ককৰোচ জনতা পাৰ্টি’ৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ পিতৃ-মাতৃয়ে অভিযোগ কৰিছে যে ‘তেওঁলোকৰ পুত্ৰক বিজেপিত যোগ দিবলৈ হেঁচা দিয়া হৈছিল আৰু বিজেপিত যোগ নিদিলে তেওঁৰ পৰিয়ালে গুৰুতৰ পৰিণাম ভুগিব লাগিব বুলি ধমকি দিয়া হৈছিল।’ এই ধমকিৰ পিছত মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজী নগৰত বাস কৰা দীপকেৰ পিতৃ-মাতৃয়ে কিছু সময়ৰ বাবে নিজৰ ঘৰ এৰি আত্মীয়ৰ ঘৰত আশ্ৰয় ল’বলগীয়া হৈছিল। ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি, দীপকেৰ মাতৃ অনীতা দীপকেই এটা সাক্ষাৎকাৰত এই অভিযোগ উত্থাপন কৰে।

উল্লেখ্য যে অভিজিৎ দীপকেই আন্দোলন আৰম্ভ কৰাৰ কিছুদিন পিছতে এটা ভিডিঅ’ৰ জৰিয়তে পোৱা ধমকিৰ বিষয়ে পৰিয়ালক অৱগত কৰিছিল। অনীতা দীপকেৰ মতে, সেই ভিডিঅ’ত অভিজিতক বিজেপিত যোগ দিবলৈ কোৱা হৈছিল আৰু সেয়া নকৰিলে তেওঁৰ পিতৃ-মাতৃক লক্ষ্য কৰি লোৱাৰ ধমকি দিয়া হৈছিল। অনীতা দীপকেই লগতে কয় যে-অভিজিতে প্ৰথমে এই বিষয়টো পৰিয়ালক জনোৱা নাছিল। পিছত পিতৃ-মাতৃৰ নিৰাপত্তাৰ কথা চিন্তা কৰি কিছুদিন আত্মগোপন কৰাৰ পৰামৰ্শ দিয়ে। অভিজিতৰ পৰামৰ্শ মতেই কিছুদিনৰ বাবে পিতৃ-মাতৃয়ে ঘৰ এৰি অন্য ঠাইত আত্মগোপন কৰে বুলি মাতৃ অনীতাই কয়।

অভিজিতৰ মাতৃ অনীতা দীপকেৰ মতে, অভিজিতে কোনো ধমকিত ভয় নকৰে, কিন্তু পিতৃ-মাতৃয়ে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হোৱাটো নিবিচাৰে। সেয়ে পিতৃ-মাতৃয়ে কোকণ অঞ্চলৰ এজন আত্মীয়ৰ ঘৰত প্ৰায় ১৬ দিন ধৰি আশ্ৰয় লৈ আছিল। পিতৃ ভগৱান দীপকেৰ ৰক্তচাপ কম থকাৰ বাবে তেওঁ পিতৃ-মাতৃৰ সুৰক্ষাক লৈ বিশেষভাৱে চিন্তিত আছিল। অভিজিৎ দীপকে বিভিন্ন পৰীক্ষাত সংঘটিত হোৱা অনিয়মৰ বিৰুদ্ধে দিল্লীত ৩৬ দিন ধৰি চলোৱা আন্দোলনৰ নেতৃত্ব দি গৃহ চহৰ ছত্ৰপতি সম্ভাজীনগৰলৈ উভতি অহাৰ পিছতে পোহৰলৈ আহিছে এই মন্তব্য।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: abhijeet dipkeasom live 24cjp protest
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে
অসম

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

October 2, 2026
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
Next Post
ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.