• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

3 weeks ago
কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

48 minutes ago
‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

1 hour ago
অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

2 hours ago
বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

3 hours ago
‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

4 hours ago
জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

5 hours ago
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

5 hours ago
আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

6 hours ago
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

19 hours ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

19 hours ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

20 hours ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

প্ৰহ্লাদ যোশীক শিক্ষামন্ত্ৰীৰ দায়িত্ব দিয়াক লৈও সমালোচনা অভিজিৎ দীপকেৰ

editor by editor
July 30, 2026
in বিবিধ, ভাৰত, ৰাজনীতি
0
ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ
0
SHARES
274
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধৰ্মেন্দ্ৰ প্ৰধানে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদ ত্যাগ কৰাৰ পিছতে এইবাৰ CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেই দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে। দীপকেই অভিযোগ কৰে যে-২০ জুলাই অনুষ্ঠিত “সংসদ চলো” সমদলত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীয়ে কৰা কঠোৰ ব্যৱস্থা কেৱল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশতেই হ’ব পাৰে। তেওঁ এই ঘটনাৰ দায় স্বীকাৰ কৰি অমিত শ্বাহে পদত্যাগ কৰিব লাগে বুলি দাবী জনায়। উল্লেখ্য যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ অমিত শ্বাহৰ পদত্যাগৰ দাবীক সমৰ্থন জনাই দীপকেই কয় যে-প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত বল প্ৰয়োগৰ নিৰ্দেশ দিয়াৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়েই দায়ী।

অভিজিৎ দীপকেই লগতে কয়, “তেওঁলোকে অভিযোগ কৰিছে যে ককৰোচ জনতা পাৰ্টীয়ে বিদেশৰ পৰা ধন লাভ কৰিছে অথবা এই আন্দোলন বিদেশৰ পৰা পৰিচালিত হৈছে। যদি সঁচাকৈয়ে তেনে হৈছে, তেন্তে ই অমিত শ্বাহৰ দৰে এজন গৃহমন্ত্ৰীৰ ব্যৰ্থতাৰেই পৰিচয় দিয়ে।”

কেন্দ্ৰীয় তদন্ত সংস্থাসমূহৰ কথা উল্লেখ কৰি দীপকেই অভিযোগ কৰে যে-এই সংস্থাসমূহক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰা হৈছে। তেওঁ কয়, “ন্যায়পালিকাৰ ওপৰতো এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। আমি সকলোৱে দেখিছোঁ যে ED আৰু CBIক শিৱসেনা আৰু NCPৰ দৰে ৰাজনৈতিক দল ভাঙিবলৈ ব্যৱহাৰ কৰা হৈছিল। দেশৰ ডাঙৰ প্ৰতিষ্ঠানসমূহৰ দায়িত্ব আছিল গণতন্ত্ৰক জীয়াই ৰখা, এজন ব্যক্তিৰ একনায়কত্ববাদ প্ৰতিষ্ঠা কৰাত সহায় কৰা নহয়। কিন্তু সেয়া তেওঁলোকে হ’বলৈ দিলে। ইয়াক ৰোধ কৰিবলৈ কেৱল বিৰোধী দলেই নহয়, সাধাৰণ জনতাও একত্ৰিত হ’ব লাগিব।”

দীপকেই ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছত প্ৰহ্লাদ যোশীক নতুন কেন্দ্ৰীয় শিক্ষামন্ত্ৰী হিচাপে নিযুক্তি দিয়াকো সমালোচনা কৰে। তেওঁ কয়, “যদি দেশৰ শিক্ষামন্ত্ৰীয়ে ধৰ্ষণকাৰীক প্ৰশংসা কৰে, তেন্তে ইয়াৰ অৰ্থ হ’ল ধৰ্মেন্দ্ৰ প্ৰধানক আঁতৰাই আন এজন অদ্ভুত ব্যক্তিক আনি বহুওৱা হৈছে। ইয়াৰ জৰিয়তে দেশবাসীক কি বাৰ্তা দিব বিচৰা হৈছে? তেওঁলোকৰ দলে গুণ্ডাৰে ভৰি আছে, সেয়েহে ইয়াতকৈ বেলেগ একো কৰিব নোৱাৰে। ৰাম ৰহিমৰ দৰে লোকসকলেও তেওঁলোকৰ শাসনকালত পেৰ’লত জেলৰ পৰা ওলাই আহে। “

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24CJPHome Minister Amit Shah
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!
জীৱনশৈলী

কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

August 21, 2026
‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’
বিনোদন

‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

August 21, 2026
অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…
অপৰাধ

অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

August 21, 2026
বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা
বিনোদন

বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

August 21, 2026
Next Post
বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.