• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিঠিত মলৰ বেগ লৈয়েই জয় কৰিব লাগিব এভাৰেষ্ট! পৰ্বতাৰোহীৰ বাবে নতুন নিয়ম প্ৰশাসনৰ

পিঠিত মলৰ বেগ লৈয়েই জয় কৰিব লাগিব এভাৰেষ্ট! পৰ্বতাৰোহীৰ বাবে নতুন নিয়ম প্ৰশাসনৰ

2 years ago
খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

9 minutes ago
মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

1 hour ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

1 hour ago
এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

1 hour ago
বিবাহিত পুৰুষ পাৰস্পৰিক সন্মতিত লিভ-ইন সম্পৰ্কত থাকিলে সেয়া অপৰাধ নহয়, পৰ্যবেক্ষণ এলাহাবাদ হাইকৰ্টৰ

বিবাহিত পুৰুষ পাৰস্পৰিক সন্মতিত লিভ-ইন সম্পৰ্কত থাকিলে সেয়া অপৰাধ নহয়, পৰ্যবেক্ষণ এলাহাবাদ হাইকৰ্টৰ

2 hours ago
কামদা একাদশীত আনফা যোগ, দেওবাৰে সকলোকে হৰুৱাই জয়ী হ’ব এই ৫ৰাশি

কামদা একাদশীত আনফা যোগ, দেওবাৰে সকলোকে হৰুৱাই জয়ী হ’ব এই ৫ৰাশি

2 hours ago
ৰেমণ্ডৰ প্ৰাক্তন চেয়াৰমেন বিজয়পত সিংহানিয়াৰ মৃত্যু, মৃত্যুৰ সময়ত কিমান সম্পত্তি এৰি থৈ গৈছে উদ্যোগপতি বিজয়পত সিংহানিয়াই?

ৰেমণ্ডৰ প্ৰাক্তন চেয়াৰমেন বিজয়পত সিংহানিয়াৰ মৃত্যু, মৃত্যুৰ সময়ত কিমান সম্পত্তি এৰি থৈ গৈছে উদ্যোগপতি বিজয়পত সিংহানিয়াই?

3 hours ago
IPL ২০২৬ৰ মাজতে ৰিংকু সিঙলৈ ভাল খবৰ, ৰিংকুৱে লাভ কৰিলে চৰকাৰী চাকৰি, দৰমহা কিমান জানেনে?

IPL ২০২৬ৰ মাজতে ৰিংকু সিঙলৈ ভাল খবৰ, ৰিংকুৱে লাভ কৰিলে চৰকাৰী চাকৰি, দৰমহা কিমান জানেনে?

3 hours ago
খাদ্য অপচয় ভুলতো নকৰিব, অন্যথা ৮১ লাখ জৰিমনা…খাদ্য অপচয় ৰোধক লৈ কোন দেশত এই কঠোৰ আইন?

খাদ্য অপচয় ভুলতো নকৰিব, অন্যথা ৮১ লাখ জৰিমনা…খাদ্য অপচয় ৰোধক লৈ কোন দেশত এই কঠোৰ আইন?

3 hours ago
IPLত চেম্পিয়নৰ দৰেই আৰম্ভণি বাংগালুৰুৰ, ২০২ ৰানত অনায়াসে জয় হায়দৰাবাদৰ বিৰুদ্ধে

IPLত চেম্পিয়নৰ দৰেই আৰম্ভণি বাংগালুৰুৰ, ২০২ ৰানত অনায়াসে জয় হায়দৰাবাদৰ বিৰুদ্ধে

3 hours ago
ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

11 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পিঠিত মলৰ বেগ লৈয়েই জয় কৰিব লাগিব এভাৰেষ্ট! পৰ্বতাৰোহীৰ বাবে নতুন নিয়ম প্ৰশাসনৰ

editor by editor
February 9, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
পিঠিত মলৰ বেগ লৈয়েই জয় কৰিব লাগিব এভাৰেষ্ট! পৰ্বতাৰোহীৰ বাবে নতুন নিয়ম প্ৰশাসনৰ
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পৰ্বতাৰোগীসকলৰ বাবে এভাৰেষ্ট জয় কৰাটো এক সপোন। সেই সপোনক সঁচা কৰিবলৈকে প্ৰাণৰ সংশয় নেওচি সেই দুৰ্গম গিৰিপথত যাত্ৰা কৰে দেশী-বিদেশী পৰ্বতাৰোহীয়ে। মানুহৰ অবাধ বিচৰণ এতিয়া এভাৰেষ্টত। মানুহৰ আহযাহ বঢ়াৰ বাবেই পাহাৰৰ পৰিবেশ নষ্ট হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এভাৰেষ্ট আৰু লোৎস পৰ্বতত অভিযানলৈ গ’লে দেশ বিদেশৰ পৰ্বতাৰোহীয়ে লগত বৰ্জ্য সংগ্ৰহ কৰিবলৈ বেগ লৈ যাব লাগিব। পৰিবেশৰ কথা মনত ৰাখি নতুনকৈ এই নিয়ম আৰম্ভ কৰিছে স্থানীয় পাছাং লামু গ্ৰামীণ পৌৰসভাই।

বিগত বৰ্ষৰ তুলনাত এইবাৰ এভাৰেষ্ট আৰোহীৰ সংখ্যা বহুপৰিমাণে বৃদ্ধি পাইছে। বৃদ্ধি পাইছে আৱৰ্জনাও। এই সকলোবোৰ বৰ্জ্য পদাৰ্থৰ বাবে ক্ৰমশ দুৰ্গন্ধময় হৈ পৰিছে এভাৰেষ্ট। প্ৰশাসনৰ ওচৰত এয়া সঁচাকৈয়ে চিন্তাৰ বিষয়। সেয়ে পাহাৰৰ পৰিবেশ ৰক্ষা কৰিবৰ বাবেই এই সিদ্ধান্ত লৈছে স্থানীয় পৌৰসভাই। পৌৰসভাৰ চেয়াৰমেন মিঙ্গামা শেৰপাই এক সাক্ষাৎকাৰত কয়, ‘পাহাৰত নানান বৰ্জ্য পদাৰ্থ পেলাই থৈ আহিছে যাৰবাবে এভাৰেষ্ট লেতেৰা হৈ পৰিছে। এই বিষয়টোক লৈ পৰ্বতাৰোহীসকলৰ মাজতো অসুবিধাই দেখা দিছে। তেওঁলোকৰ স্বাস্থ্যৰ কথা চিন্তা কৰিয়েই পৰ্বতাৰোহীসকলৰ সৈতে বৰ্জ্য জমা ৰখা বেগ লৈ যাবলৈকো আহ্বান জনোৱা হৈছে।

যাত্ৰাপথত মল, মূত্ৰসহ যাৱতীয় বৰ্জ্য জমা ৰাখিবলৈ সেই বেগ লৈ যাবলৈ আহ্বান জনোৱা হৈছে। অভিযানৰ শেষত বেছকেম্পত উভতি আহিহে সেই বেগ পেলাব পাৰিব পৰ্বতাৰোহীয়ে। ওভতি অহাৰ সময়ত প্ৰত্যেক অভিযাত্ৰীসকলৰ বেগ নিৰীক্ষণ কৰা হ’ব বুলিও জনোৱ হৈছে প্ৰশাসনৰ পৰা। বেছকেম্পৰ পৰা এভাৰেষ্টলৈ যাত্ৰা কৰাৰ পথত আকৌ উভতি আহি মলমূত্ৰ ত্যাগ কৰা সম্ভৱ নহয়, সেয়ে যাত্ৰাপথতেই মলমূত্ৰ ত্যাগ কৰে পৰ্বতাৰোহীয়ে। কিন্তু এতিয়াৰে পৰা যাত্ৰাপথত মলমূত্ৰ ত্যাগ কৰিব নোৱাৰিব কোনো পৰ্বতাৰোহীয়ে। লগত লৈ যোৱা বিশেষ বেগতহে মল মূত্ৰ ত্যাগ কৰিব লাগিব পৰ্বতাৰোহীয়ে। এভাৰেষ্টৰ তাপমাত্ৰাৰ কাৰণে সেই সকলো বৰ্জ্য পদাৰ্থ মাটিৰ সৈতে মিহলি হৈ নাযায়। বৰফত পানীৰ সৈতে গলি সেই পদাৰ্থ চৌদিশে বিয়পি পৰি দুৰ্গন্ধ বিয়পায়। যাৰ ফলত বিদেশৰ পৰ্বতাৰোহীৰ ওচৰত ভাৰতীয়ৰ ভাৱমূৰ্তিও নষ্ট হৈ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?
খাদ্য

খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

March 29, 2026
মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য
জীৱনশৈলী

মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

March 29, 2026
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ
জীৱনশৈলী

এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

March 29, 2026
এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত
জীৱনশৈলী

এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

March 29, 2026
Next Post
অত্যাধিক আৱেগপ্ৰৱণ, আশাবাদী! সংগী হিচাপে কেনে হয় কৰ্কট ৰাশিৰ জাতক?

অত্যাধিক আৱেগপ্ৰৱণ, আশাবাদী! সংগী হিচাপে কেনে হয় কৰ্কট ৰাশিৰ জাতক?

পেৰিছ অলিম্পিকত পদক জিকিলেই পাব এটুকুৰা আইফেল টাৱাৰ, কিন্তু এয়া কেনেকৈ সম্ভৱ?

পেৰিছ অলিম্পিকত পদক জিকিলেই পাব এটুকুৰা আইফেল টাৱাৰ, কিন্তু এয়া কেনেকৈ সম্ভৱ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.