• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আবেলিৰ ভাগত দিল্লীলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী, ৰাষ্ট্ৰীয় মৰ্যাদাৰে জুবিনক শেষ বিদায় দিয়াৰ বাবে কেন্দ্ৰৰ সৈতে বিশেষ আলোচনাত বহিব মুখ্যমন্ত্ৰী

আবেলিৰ ভাগত দিল্লীলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী, ৰাষ্ট্ৰীয় মৰ্যাদাৰে জুবিনক শেষ বিদায় দিয়াৰ বাবে কেন্দ্ৰৰ সৈতে বিশেষ আলোচনাত বহিব মুখ্যমন্ত্ৰী

1 year ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

1 hour ago
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

3 hours ago
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

3 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

4 hours ago
‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

4 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

5 hours ago
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

5 hours ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

10 hours ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

11 hours ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

12 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

13 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আবেলিৰ ভাগত দিল্লীলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী, ৰাষ্ট্ৰীয় মৰ্যাদাৰে জুবিনক শেষ বিদায় দিয়াৰ বাবে কেন্দ্ৰৰ সৈতে বিশেষ আলোচনাত বহিব মুখ্যমন্ত্ৰী

আবেলিৰ ভাগত দিল্লীলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী, ৰাষ্ট্ৰীয় মৰ্যাদাৰে জুবিনক শেষ বিদায় দিয়াৰ বাবে কেন্দ্ৰৰ সৈতে বিশেষ আলোচনাত বহিব মুখ্যমন্ত্ৰী

editor by editor
September 20, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আবেলিৰ ভাগত দিল্লীলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী, ৰাষ্ট্ৰীয় মৰ্যাদাৰে জুবিনক শেষ বিদায় দিয়াৰ বাবে কেন্দ্ৰৰ সৈতে বিশেষ আলোচনাত বহিব মুখ্যমন্ত্ৰী
0
SHARES
203
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুখ্যমন্ত্ৰীৰ উপস্থিতিত হাৰ্টথ্ৰৱৰ দেহ লৈ অনা হ’ব অসমলৈ!

৩ বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিল্লীলৈ ৰাওনা হ’ব।

নিশাৰ ভাগত ছিংগাপুৰৰ পৰা নশ্বৰ দেহ আহি পাব দিল্লী।

দিল্লীৰ পৰা পুৱতি নিশা গুৱাহাটী বিমানবন্দৰত বিশেষ বিমানেৰে লৈ অহা হ’ব জুবিনৰ পাৰ্থিৱ দেহ৷

তাৰ পৰা বাহিৰে বাহিৰে কাহিলিপাৰা বাসগৃহলৈ নিয়া হ’ব জুবিনৰ দেহ৷

তাত পৰিয়ালে শ্ৰদ্ধা জনোৱাৰ পাছত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে সৰুসজাইত ৰখা হ’ব পাৰ্থিৱ শৰীৰ৷

অন্তেষ্টিক্ৰিয়া লৈ যোৰহাটৰ ৰাইজৰ লগত আলোচনা কৰা হৈছে।

এতিয়ালৈ ঠিক হোৱা নাই কোন ঠাইত কৰা হ’ব অন্তেষ্টিক্ৰিয়া৷

আজি দিনৰ ১ বজাত অসম সাহিত্য সভাই সংবাদমেলৰ আয়োজন কৰিছে৷

আছুকে ধৰি সকলো দল সংগঠনৰ সৈতে আলোচনা চলিছে চৰকাৰৰ৷

বিয়লিৰ ভাগত জুবিন গাৰ্গৰ শেষকৃত ক’ত কৰা হব সেই কথা মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ জনাব।

লগতে দিল্লীত গৈ মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় মৰ্যাদা দিয়া বিষয়টোও উত্থাপন কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ
জীৱনশৈলী

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

October 10, 2026
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?
জীৱনশৈলী

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

October 10, 2026
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস
জীৱনশৈলী

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

October 10, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

October 10, 2026
Next Post
গণেশগুৰিত থকা গৰিমাৰ মাতৃ অসুস্থ, গণেশগুৰিত থকা মাতৃৰ কাষলৈ আহিছে গৰিমা শইকীয়া গাৰ্গ

গণেশগুৰিত থকা গৰিমাৰ মাতৃ অসুস্থ, গণেশগুৰিত থকা মাতৃৰ কাষলৈ আহিছে গৰিমা শইকীয়া গাৰ্গ

আজি নিশা ১১ বজাত এয়াৰ ইণ্ডিয়াৰ বিমানেৰে দিল্লী পাবহি জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ, মুখ্যমন্ত্ৰীয়ে দিল্লীত চমজি ল’ব জুবিনৰ পাৰ্থিৱ দেহ

আজি নিশা ১১ বজাত এয়াৰ ইণ্ডিয়াৰ বিমানেৰে দিল্লী পাবহি জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ, মুখ্যমন্ত্ৰীয়ে দিল্লীত চমজি ল’ব জুবিনৰ পাৰ্থিৱ দেহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.