• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

43 minutes ago
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

20 minutes ago
ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

1 hour ago
অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

2 hours ago
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

3 hours ago
নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

4 hours ago
দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

5 hours ago
২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

7 hours ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

7 hours ago
অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

8 hours ago
‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

9 hours ago
ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

10 hours ago
২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

বিদেশত চাকৰি কৰিব বিচৰাসকলৰ বাবে সুৱৰ্ণ সুযোগ

editor by editor
August 11, 2026
in অসম, নিয়োগ, বিবিধ, লেখা
0
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?
0
SHARES
76
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম চৰকাৰৰ কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। বিশেষকৈ বিদেশী ভাষা শিকি বিদেশত চাকৰি কৰিবলৈ আগ্ৰহী যুৱক-যুৱতী, নতুনকৈ চৰকাৰী চাকৰি লাভ কৰা প্ৰাৰ্থী আৰু পঞ্চায়তসমূহক লৈ কেইবাটাও নতুন সিদ্ধান্তৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

বিদেশত চাকৰিৰ বাবে যুৱক-যুৱতীক ১.৫০ লাখ টকাৰ সহায়

বিদেশী ভাষা শিকি বিদেশলৈ গৈ চাকৰি কৰিব বিচৰা অসমৰ যুৱক-যুৱতীসকলৰ বাবে চৰকাৰে বিশেষ আৰ্থিক সহায় আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এই আঁচনিৰ অধীনত যোগ্য যুৱক-যুৱতীয়ে মুঠ ১ লাখ ৫০ হাজাৰ টকা পৰ্যন্ত লাভ কৰিব পাৰিব। ঘোষণা অনুসৰি, এই ধন কেইবাটাও পৰ্যায়ত প্ৰদান কৰা হ’ব। প্ৰথম পৰ্যায়ত তিনিমাহৰ বাবে ৩০ হাজাৰ টকা দিয়া হ’ব। ইয়াৰ পিছত ছয় মাহ সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ ৩০ হাজাৰ টকা লাভ কৰিব। বিদেশী ভাষাৰ প্ৰশিক্ষণত উত্তীৰ্ণ হোৱাৰ পাছত ৪০ হাজাৰ টকা আৰু চাকৰি লাভ কৰি বিদেশলৈ যোৱাৰ সময়ত ৫০ হাজাৰ টকা প্ৰদান কৰা হ’ব। অৰ্থাৎ বিদেশী ভাষা শিকি আন্তঃৰাষ্ট্ৰীয় চাকৰিৰ বজাৰত প্ৰৱেশ কৰিব বিচৰা ৰাজ্যৰ যুৱক-যুৱতীৰ বাবে এই সিদ্ধান্ত যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

চৰকাৰী চাকৰিৰ নিযুক্তিক লৈ চৰকাৰৰ নতুন সিদ্ধান্ত

এতিয়াৰে পৰা বাধ্যতামূলক হ’ব পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট। নিযুক্তি পোৱাৰ ৬ মাহৰ ভিতৰত দাখিল কৰিব লাগিব PVC। PVC বিচাৰি প্ৰাৰ্থীয়ে যাব নালাগে আৰক্ষী চকীলৈ। প্ৰাৰ্থীক PVC দিয়াৰ দায়িত্ব লব লাগিব আৰক্ষীয়ে। PVC জমা নিদিয়া পৰ্যন্ত চাকৰিক নিয়মীয়া কৰণ বুলি ধৰা নহ’ব। পূৰ্বে কেৱল আদালতৰ পৰা জমা দিব লাগিছিল ক’ৰ্ট এফিডেভিট। SCৰ সিদ্ধান্ত মৰ্মে পুনৰ প্ৰয়োজন হ’ব PVC। ৰাজ্যিক কেবিনেটত ঘোষণা মুখ্য়মন্ত্ৰীৰ। চৰকাৰী চাকৰিত নিযুক্তিৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ তথ্য আৰু পটভূমি পৰীক্ষণ অধিক সুশৃংখল কৰাৰ লক্ষ্যৰে এই নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে বুলি জানিব পৰা গৈছে।

পঞ্চায়তৰ কামতো নতুন নিয়ম

কেবিনেট বৈঠকৰ পাছত ৰাজ্যৰ পঞ্চায়তসমূহক লৈও নতুন নিয়মৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। ৰাজ্য চৰকাৰে প্ৰতিখন পঞ্চায়তৰ বাবে নিৰ্দিষ্ট কামৰ তালিকা নিৰ্ধাৰণ কৰিছে। নতুন নিয়ম অনুসৰি, পঞ্চায়তসমূহে পাঁচটা কাম চৰকাৰৰ পৰা পৃথক অনুমোদন নোলোৱাকৈ স্বাধীনভাৱে কৰিব পাৰিব। ইয়াৰ ভিতৰত গ্ৰামাঞ্চলৰ পথ নিৰ্মাণ, বজাৰ-হাট নিৰ্মাণ, শ্মশানৰ উন্নয়ন বা নিৰ্মাণ, বিদ্যালয়ৰ বাউণ্ডাৰী নিৰ্মাণ আৰু জীম নিৰ্মাণ। উল্লেখ্য যে সংবাদমেলত এতিয়াৰে পৰা প্ৰতিখন গাঁৱতেই চৰকাৰী GYM, ৱেলনেছ চেণ্টাৰ হব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

অৱশ্যে নিৰ্ধাৰিত পাঁচটা কামৰ বাহিৰে আন কোনো উন্নয়নমূলক কাম পঞ্চায়তে নিজাববীয়াকৈ কৰিব নোৱাৰিব। তেনে কামৰ বাবে চৰকাৰৰ অনুমোদন ল’ব লাগিব।

এইক্ষেত্ৰত সংশ্লিষ্ট পঞ্চায়তক অনুমোদন প্ৰদান কৰিব জিলাখনৰ জিলা আয়ুক্তই। ৰাজ্য চৰকাৰৰ এই নতুন ব্যৱস্থাৰ জৰিয়তে পঞ্চায়তৰ কাম-কাজ অধিক স্পষ্ট কৰাৰ লগতে কোনবোৰ কাম স্থানীয়ভাৱে কৰিব পাৰিব আৰু কোনবোৰ কামৰ বাবে প্ৰশাসনৰ অনুমোদন প্ৰয়োজন হ’ব, সেই বিষয়ে এক নিৰ্দিষ্ট কাঠামো প্ৰস্তুত কৰাৰ চেষ্টা কৰা হৈছে। কেবিনেট বৈঠকৰ পাছত মুখ্যমন্ত্ৰীৰ এই ঘোষণাসমূহে ৰাজ্যৰ যুৱসমাজ, চৰকাৰী চাকৰিপ্ৰত্যাশী আৰু পঞ্চায়ত ব্যৱস্থাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও জাগীৰোডত এখন পঞ্চতাৰকা হোটেল নিৰ্মাণৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24cm himanta biswa sarma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!
বিনোদন

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

August 11, 2026
ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!
প্ৰযুক্তি

ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

August 11, 2026
অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?
বিনোদন

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

August 11, 2026
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ
বিনোদন

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

August 11, 2026
Next Post
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.