• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘কংগ্ৰেছ ডাঙৰ নে গান্ধী পৰিয়াল ডাঙৰ? বুকু থপৰিয়াই বিজেপিৰ সদস্যই ক’ব ভাৰত মাতা কি জয়’, কোনে ক’ত কিয় এনেদৰে ক’লে গান্ধী পৰিয়ালক?

‘কংগ্ৰেছ ডাঙৰ নে গান্ধী পৰিয়াল ডাঙৰ? বুকু থপৰিয়াই বিজেপিৰ সদস্যই ক’ব ভাৰত মাতা কি জয়’, কোনে ক’ত কিয় এনেদৰে ক’লে গান্ধী পৰিয়ালক?

3 years ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

55 minutes ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

1 hour ago
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

4 hours ago
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

4 hours ago
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

5 hours ago
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

5 hours ago
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

7 hours ago
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

7 hours ago
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

8 hours ago
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

9 hours ago
পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

9 hours ago
ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘কংগ্ৰেছ ডাঙৰ নে গান্ধী পৰিয়াল ডাঙৰ? বুকু থপৰিয়াই বিজেপিৰ সদস্যই ক’ব ভাৰত মাতা কি জয়’, কোনে ক’ত কিয় এনেদৰে ক’লে গান্ধী পৰিয়ালক?

editor by editor
September 21, 2023
in ভাৰত, ৰাজনীতি
0
‘কংগ্ৰেছ ডাঙৰ নে গান্ধী পৰিয়াল ডাঙৰ? বুকু থপৰিয়াই বিজেপিৰ সদস্যই ক’ব ভাৰত মাতা কি জয়’, কোনে ক’ত কিয় এনেদৰে ক’লে গান্ধী পৰিয়ালক?
0
SHARES
201
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গান্ধী পৰিয়ালক লৈ মন্তব্য কৰি চমন পায়ো থমকি ৰোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আকৌ এবাৰ গান্ধী পৰিয়ালক লৈ আক্ৰমণাত্মক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ‘কংগ্ৰেছ ডাঙৰ নে গান্ধী পৰিয়াল ডাঙৰ? কংগ্ৰেছে এই প্ৰশ্নৰ উত্তৰ দিবলৈ চিন্তা কৰিব লাগে। কিন্তু বিজেপিক এবাৰ প্ৰশ্ন কৰক।’

ভাৰত ডাঙৰ নে বিজেপি দল ডাঙৰ? বুকু থপৰিয়াই বিজেপিৰ সদস্যই কয় ‘ভাৰত মাতা কি জয়’৷ আমি কওঁ পাৰ্টী পাছত, দেশ আগত৷ কিন্তু কংগ্ৰেছৰ কৰ্মকৰ্তাক শিকোৱা হয়, ৰাম, লক্ষ্মণ, শিৱ নহয়৷ নেহৰুৰ নাম আগতে লওক৷ তাৰপিছত ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী৷ তাৰপিছত প্ৰিয়ংকা গান্ধী আৰু ৰাহুলৰ নাম লওক৷ ৰবাৰ্ট ভাদ্ৰাকো এৰি নিদিয়ে গান্ধী পৰিয়ালে৷ গান্ধী ফেমিলি কি আচৰিত বস্তু৷ বাৰে বাৰে ফেমিলিৰ চৰ্চা লাগে৷ দেশৰ কথা কওক, জনতাৰ কথা কওক৷ নাই তেওঁলোকে দেশৰ কথা তেওঁলোকে একদমেই নকয়৷’

ৰাজস্থানৰ কুটাত নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছক টাৰ্গেট কৰি এটাৰ পাছত আনটো উদাত্ত ভাষণ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ কংগ্ৰেছৰ ওপৰিও গান্ধী পৰিয়ালক আকৌ এবাৰ টাৰ্গেট কৰি এতিয়া এক্স হেণ্ডেলত বিশেষ চৰ্চাত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’
অসম

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

September 12, 2026
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা
বিনোদন

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

September 12, 2026
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?
ভাৰত

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

September 12, 2026
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক
ভাৰত

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

September 12, 2026
Next Post
গণেশ চতুৰ্থীত ৰিলায়েন্সে মুকলি কৰিলে জিঅ’ এয়াৰ ফাইবাৰ, কি এই জিঅ’ এয়াৰ ফাইবাৰ? ইয়াৰ পৰা কি লাভ হ’ব ব্যৱহাৰকাৰীৰ?

গণেশ চতুৰ্থীত ৰিলায়েন্সে মুকলি কৰিলে জিঅ’ এয়াৰ ফাইবাৰ, কি এই জিঅ’ এয়াৰ ফাইবাৰ? ইয়াৰ পৰা কি লাভ হ’ব ব্যৱহাৰকাৰীৰ?

বিক্ৰম আৰু লেণ্ডাৰৰ কলকব্জা ঠিকে আছেনে? চন্দ্ৰত আজি সুৰ্যোদয়, কি আশাৰ বতৰা দিলে ইছৰোৰ বিজ্ঞানীয়ে?

বিক্ৰম আৰু লেণ্ডাৰৰ কলকব্জা ঠিকে আছেনে? চন্দ্ৰত আজি সুৰ্যোদয়, কি আশাৰ বতৰা দিলে ইছৰোৰ বিজ্ঞানীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.