• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গণেশ চতুৰ্থীত ৰিলায়েন্সে মুকলি কৰিলে জিঅ’ এয়াৰ ফাইবাৰ, কি এই জিঅ’ এয়াৰ ফাইবাৰ? ইয়াৰ পৰা কি লাভ হ’ব ব্যৱহাৰকাৰীৰ?

গণেশ চতুৰ্থীত ৰিলায়েন্সে মুকলি কৰিলে জিঅ’ এয়াৰ ফাইবাৰ, কি এই জিঅ’ এয়াৰ ফাইবাৰ? ইয়াৰ পৰা কি লাভ হ’ব ব্যৱহাৰকাৰীৰ?

3 years ago
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

4 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

5 hours ago
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

5 hours ago
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

6 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

6 hours ago
ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

6 hours ago
‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

8 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

ভাগ্যৰ পাকচক্ৰত পৰিব আপুনি, সলনি হ’ব জীৱন!

9 hours ago
নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

9 hours ago
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

9 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

10 hours ago
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গণেশ চতুৰ্থীত ৰিলায়েন্সে মুকলি কৰিলে জিঅ’ এয়াৰ ফাইবাৰ, কি এই জিঅ’ এয়াৰ ফাইবাৰ? ইয়াৰ পৰা কি লাভ হ’ব ব্যৱহাৰকাৰীৰ?

editor by editor
September 21, 2023
in জীৱনশৈলী, প্ৰযুক্তি, ভাৰত
0
গণেশ চতুৰ্থীত ৰিলায়েন্সে মুকলি কৰিলে জিঅ’ এয়াৰ ফাইবাৰ, কি এই জিঅ’ এয়াৰ ফাইবাৰ? ইয়াৰ পৰা কি লাভ হ’ব ব্যৱহাৰকাৰীৰ?
0
SHARES
835
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১৯ ছেপ্টেম্বৰত গণেশ চতুৰ্থীৰ দিনাই জিঅ’ এয়াৰ ফাইবাৰ লঞ্চ কৰিছে ৰিলায়েন্সে৷ উচ্চ গতিসম্পন্ন ৱায়াৰলেছ ইণ্টাৰনেট পৰিসেৱা মুকলি কৰিবলৈ সক্ষম হৈছে জিঅ’ ফাইবাৰ৷ সংস্থাৰ দাবী অনুসৰি1Gbps স্পীডত চলিব ইণ্টাৰনেট৷ এই স্পীড জিঅ’ ফাইবাৰৰ তুলনাত কেইবাগুণো বেছি৷ নতুন ডিভাইছ লঞ্চ কৰিছে যদিও ইনষ্টলেছন খৰচ কিমান সেই কথা এতিয়াও আম্বানীৰ সংস্থাই জনোৱা নাই৷ বিশেষকৈ যিসকলে নিজা বাসগৃহত এই ডিভাইছ বহুৱাব বিচাৰিছে তেওঁলোকে এই দাম সম্পৰ্কে জানিবলৈ আগ্ৰহী হৈ উঠিছে৷ জিঅ’ ফাইবাৰ ইনষ্টলেছনত কিমান খৰচ হ’ব সেই সম্পৰ্কে আম্বানীৰ এক ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰিছে বিশেষ তথ্য৷

জিঅ’ এয়াৰ ফাইবাৰ ইনষ্টলেছনত কিমান ধন খৰচ হ’ব?

জিঅ’ৰ অফিচিয়েল ৱেবচাইটৰ তথ্য অনুসৰি আল্ট্ৰা ফাষ্ট কানেকছন লাভ কৰিবৰ বাবে গ্ৰাহকসকলৰ ঘৰত ছাদ বা বাহিৰৰ কোনো আউটডৰ ইউনিট চেটআপ কৰা হ’ব৷ এই ইনষ্টলেছনৰ বাবদ ১০০০ টকা খৰচ হ’ব৷ এই টকা কেৱল কানেকছন ল’বৰ বাবেহে৷ বাৰ্ষিক প্লেন তাৰ পাছত এক্টিভ কৰাব পাৰে, ছমহীয়া, মাহেকীয়া, তিনিমহীয়া প্লেনৰ সুবিধাও থাকিব পাৰে৷ জিঅ’ ক্ৰেডিট কাৰ্ড বা ডেভিট কাৰ্ডৰ মাধ্যমেৰে EMIতো ধন দিব পাৰে৷ এই ডিভাইছ ঘৰলৈ আনিবলৈ হ’লে গ্ৰাহকে জিঅ’ৰ অফিচিয়েল ৱেবচাইট অথবা নিকটবৰ্তী জিঅ’ ষ্টোৰত ভিজিট কৰিব পাৰে৷

৫৯৯ ৰ পৰা আৰম্ভ হ’ব প্লেন
জিঅ’ এয়াৰ ফাইবাৰৰ এণ্ট্ৰী লেভেল প্লেন আছে ৫৯৯টকাৰ পৰা৷ য’ত 30Mbps স্পীড থাকিব৷ ইয়াৰ পাছতেই আছে 899 টকাৰ এটা প্লেন, ১১৯৯ টকা, ১৪৯৯ টকা, ২৪৯৯টকা, ৩৯৯৯ টকাৰো প্লেন আছে বুলি জনাইছে ঘনিষ্ঠ সূত্ৰটোৱে৷ প্ৰত্যেকটো প্লেনতেই আনলিমিটেড ডাটা পোৱা যাব বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে৷

১৬টা অটিটি আৰু ৫৫০ টা ডিজিটেল টিভি চেনেল
জিঅ’ এয়াৰ ফাইবাৰৰ সৈতে নেটফ্লিক্স, আমাজন প্ৰাইম, জিঅ’ চিনেমাসহ মুঠ ১৬টা অটিটি প্লেটফৰ্মৰ ছাবস্ক্ৰিপছন আৰু ৫৫০তকৈয়ে বেছি ডিজিটেল চেনেল এক্সেছ সম্পূৰ্ণ ফ্ৰীকৈ পাব গ্ৰাহকে৷ বৰ্তমান দেশৰ ৪খন চহৰত আৰম্ভ হৈছে এই সেৱা৷

জিঅ’ ফাইবাৰৰ পৰা জিঅ’ এয়াৰ ফাইবাৰ?
যিসকলৰ গ্ৰাহকে পূৰ্বে জিঅ’ ফাইবাৰ লৈছে তেওঁলোকে জিঅ’ এয়াৰ ফাইবাৰলৈ এয়া স্থানান্তৰ কৰিব পাৰিবনে? এই বিষয়টোক লৈ বহুতেই প্রশ্ন কৰিছে৷ সংস্থাৰ তৰফৰ পৰা জনোৱা অনুসৰি জিঅ’ ফাইবাৰৰ হাই স্পীড আৰু বঢ়াই দিয়া হ’ব৷ কিন্তু গ্ৰাহকে অত্যাধিক হাই স্পীড বিচাৰিলে এয়াৰ ফাইবাৰৰ বেকআপ ল’ব পাৰিব৷ তাৰবাবে তেওঁলোকে এক সীমিত পৰিমানৰ ধন ব্যয় কৰিব লাগিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক
স্বাস্থ্য

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

September 7, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

September 7, 2026
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ
জীৱনশৈলী

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

September 7, 2026
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!
জীৱনশৈলী

ভাগ্যৰ পাকচক্ৰত পৰিব আপুনি, সলনি হ’ব জীৱন!

September 7, 2026
Next Post
বিক্ৰম আৰু লেণ্ডাৰৰ কলকব্জা ঠিকে আছেনে? চন্দ্ৰত আজি সুৰ্যোদয়, কি আশাৰ বতৰা দিলে ইছৰোৰ বিজ্ঞানীয়ে?

বিক্ৰম আৰু লেণ্ডাৰৰ কলকব্জা ঠিকে আছেনে? চন্দ্ৰত আজি সুৰ্যোদয়, কি আশাৰ বতৰা দিলে ইছৰোৰ বিজ্ঞানীয়ে?

কাইলৈ ৰাধা অষ্টমী, ৰাধা অষ্টমীত এই কাম কৰক, সংসাৰলৈ সুখ অহাৰ লগতে লাভ কৰিব বিচৰা ধৰণৰ জীৱনসংগী

কাইলৈ ৰাধা অষ্টমী, ৰাধা অষ্টমীত এই কাম কৰক, সংসাৰলৈ সুখ অহাৰ লগতে লাভ কৰিব বিচৰা ধৰণৰ জীৱনসংগী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.