• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ ৰাধা অষ্টমী, ৰাধা অষ্টমীত এই কাম কৰক, সংসাৰলৈ সুখ অহাৰ লগতে লাভ কৰিব বিচৰা ধৰণৰ জীৱনসংগী

কাইলৈ ৰাধা অষ্টমী, ৰাধা অষ্টমীত এই কাম কৰক, সংসাৰলৈ সুখ অহাৰ লগতে লাভ কৰিব বিচৰা ধৰণৰ জীৱনসংগী

3 years ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজপথত মৃত্যুৰ কিৰিলি! কাজিৰঙাৰ ৰাজপথত পৰি ৰৈছে শাৰী শাৰীকৈ মৃতদেহ, কাজিৰঙাৰ দুৰ্ঘটনাস্থলীত ভয়ংকৰ পৰিৱেশ

34 minutes ago
নতুনকৈ কিনা কুকাৰত নিসিজে ভাত-দাইল, মাহিলাই কাষ চাপিলে আদালতৰ

নতুনকৈ কিনা কুকাৰত নিসিজে ভাত-দাইল, মাহিলাই কাষ চাপিলে আদালতৰ

3 hours ago
পকেটত ৰাখক এই ৫টা বস্তু! দূৰ হ’ব নেতিবাচক আৰু কুচক্ষুৰ প্ৰভাৱ

পকেটত ৰাখক এই ৫টা বস্তু! দূৰ হ’ব নেতিবাচক আৰু কুচক্ষুৰ প্ৰভাৱ

3 hours ago
‘মোৰ ফোন টেপ কৰা হৈছে’ ৰাহুল গান্ধীৰ বিস্ফোৰক দাবী

‘মোৰ ফোন টেপ কৰা হৈছে’ ৰাহুল গান্ধীৰ বিস্ফোৰক দাবী

4 hours ago
নৃ*শংস, ভয়ংকৰ ঘটনা, ২ ভাতৃক হত্যা, পিতৃ-মাতৃকো হত্যাৰ অপচেষ্টা

নৃ*শংস, ভয়ংকৰ ঘটনা, ২ ভাতৃক হত্যা, পিতৃ-মাতৃকো হত্যাৰ অপচেষ্টা

4 hours ago
অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতি, একেটা পৰিয়ালৰ ৪জনৰ মৃত্যু

অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতি, একেটা পৰিয়ালৰ ৪জনৰ মৃত্যু

5 hours ago
এই ২ ৰাশিৰ ওপৰত পৰিব শনিৰ প্ৰভাৱ!

এই ২ ৰাশিৰ ওপৰত পৰিব শনিৰ প্ৰভাৱ!

6 hours ago
কাৰাগাৰত এইবোৰ চলিছে কি? যুৱকৰ সৈতে দলবদ্ধ অপকৰ্ম!

কাৰাগাৰত এইবোৰ চলিছে কি? যুৱকৰ সৈতে দলবদ্ধ অপকৰ্ম!

7 hours ago
‘গোলাম নহয়, বাদশ্বাহ হ’বলৈ চেষ্টা কৰক মুছলমানেঃ লিয়াছ হুছেইন আনছাৰী

‘গোলাম নহয়, বাদশ্বাহ হ’বলৈ চেষ্টা কৰক মুছলমানেঃ লিয়াছ হুছেইন আনছাৰী

7 hours ago
সন্তানহীনতা! ছুৰিকাঘাত কৰি স্বামীক হত্যা পত্নীৰ

সন্তানহীনতা! ছুৰিকাঘাত কৰি স্বামীক হত্যা পত্নীৰ

8 hours ago
ৰহস্যজনক ৰোগ নে আন কিবা? ৰক্তক্ষৰণ হৈ একেটা পৰিয়ালৰ ৩ শিশুৰ মৃত্যু

ৰহস্যজনক ৰোগ নে আন কিবা? ৰক্তক্ষৰণ হৈ একেটা পৰিয়ালৰ ৩ শিশুৰ মৃত্যু

9 hours ago
এই ৪টা ৰাশিৰ আজি হ’ব ভাগ্যোদয়!

এই ৪টা ৰাশিৰ আজি হ’ব ভাগ্যোদয়!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, November 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কাইলৈ ৰাধা অষ্টমী, ৰাধা অষ্টমীত এই কাম কৰক, সংসাৰলৈ সুখ অহাৰ লগতে লাভ কৰিব বিচৰা ধৰণৰ জীৱনসংগী

editor by editor
September 22, 2023
in বিবিধ, ভাৰত
0
কাইলৈ ৰাধা অষ্টমী, ৰাধা অষ্টমীত এই কাম কৰক, সংসাৰলৈ সুখ অহাৰ লগতে লাভ কৰিব বিচৰা ধৰণৰ জীৱনসংগী
0
SHARES
499
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাদ মাহৰ শুক্লপক্ষৰ অষ্টমী তিথিত পালিত হয় ৰাধা অষ্টমী। উত্তৰ প্ৰদেশৰ বাৰসানা গাঁওত এই দিনটোতেই ৰাধাৰ জন্ম হৈছিল বুলি লোককথা প্ৰচলিত হৈ আছে। শ্ৰী কৃষ্ণৰ প্ৰাণপ্ৰিয়া ৰাধাক লক্ষ্মীৰ অৱতাৰ বুলিও কোৱা হয়। হিন্দু ধৰ্মত ৰাধাৰ জন্মদিনটোৰ বিশেষ মাহাত্ম্য আছে। ৰাধাষ্টমীত উপবাসে থাকি ৰাধাক আৰাধনা কৰিলে ধন প্ৰাপ্তি হয় বুলি এক লোকবিশ্বাস আছে।

জ্যোতিষশাস্ত্ৰত উল্লেখ থকা অনুযায়ী বিবাহৰ পথত বাধা আহিলে ৰাধাষ্টমীত কেইটামান উপায় মানি চলিলে এই সমস্যা সমাধান হয়। ৰাধা অষ্টমীত কি কি কাম কৰিলে সুফল পাব?

আপোনাৰ যদি বিয়াত বাধা আছে তেন্তে ৰাধা অষ্টমীত ৰাধা ৰাণীক গোলাপ ফুল নিবেদন কৰক।

ৰাধা অষ্টমীত ৰাধা কৃষ্ণৰ যুগল মূৰ্তিৰ আৰাধনা কৰক। ইয়াৰ ফলত জীৱনৰ সকলো অশান্তিৰ পৰা মুক্তি লাভ কৰিব।

ৰাধা অষ্টমীৰ দিনটোত বিবাহিত সকলে স্বামীৰ সৈতে উপাস্য দেৱতাক পূজা কৰক। আপুনি মহাদেৱক ভক্ত হ’লে সেই দিনটোত শিৱ পাৰ্বতীৰ পূজা কৰক। বা আপুনি যদি মা লক্ষ্মীৰ ভক্ত হয় তেন্তে লক্ষ্মীক নাৰায়ণৰ সৈতে একেলগে আৰাধনা কৰক।

বিয়াৰ সম্পৰ্ক যদি বাৰে বাৰে ভাঙি যায় তেন্তে ৰাধা অষ্টমীত কলা তিল দান কৰাটো জৰুৰী। ইয়াৰ ফলত আপোনাৰ বিবাহৰত পথত থকা সকলো বাধা দূৰ হ’ব।

ৰাধা অষ্টমীত এই বৰ্ষৰ শনিবাৰে লোহাৰ সামগ্ৰী, কলা কাপোৰ আদি দান কৰিব পাৰে।

ৰাধাৰাণীৰ জন্মদিনত বিবাহিত মহিলাসকলে অইন মহিলাক সাজ সজ্জাৰ উপকৰণ দান কৰক। কোনো কুমাৰী ছোৱালীকো এই উপহাৰ দিব পাৰে।

ৰাধা অষ্টমীত হালধীয়া ৰঙৰ পোছাক পৰিধান কৰক। ইয়াৰ ফলত ৰাধা ৰাণীৰ আশীৰ্বাদ আপুনি লাভ কৰিব।

ব্ৰহ্ম পুৱাতে শ্ৰী বিষ্ণু আৰু লক্ষ্মীৰ মুৰ্তীক তামৰ পাত্ৰৰে পানী ঢালক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

ৰাজপথত মৃত্যুৰ কিৰিলি! কাজিৰঙাৰ ৰাজপথত পৰি ৰৈছে শাৰী শাৰীকৈ মৃতদেহ, কাজিৰঙাৰ দুৰ্ঘটনাস্থলীত ভয়ংকৰ পৰিৱেশ

November 13, 2026
নতুনকৈ কিনা কুকাৰত নিসিজে ভাত-দাইল, মাহিলাই কাষ চাপিলে আদালতৰ
জীৱনশৈলী

নতুনকৈ কিনা কুকাৰত নিসিজে ভাত-দাইল, মাহিলাই কাষ চাপিলে আদালতৰ

November 13, 2026
পকেটত ৰাখক এই ৫টা বস্তু! দূৰ হ’ব নেতিবাচক আৰু কুচক্ষুৰ প্ৰভাৱ
জীৱনশৈলী

পকেটত ৰাখক এই ৫টা বস্তু! দূৰ হ’ব নেতিবাচক আৰু কুচক্ষুৰ প্ৰভাৱ

November 13, 2026
‘মোৰ ফোন টেপ কৰা হৈছে’ ৰাহুল গান্ধীৰ বিস্ফোৰক দাবী
ৰাজনীতি

‘মোৰ ফোন টেপ কৰা হৈছে’ ৰাহুল গান্ধীৰ বিস্ফোৰক দাবী

November 13, 2026
Next Post
প্ৰকৃততে গুৰুখুটি প্ৰকল্পৰ নামত চলিছে কি? অসম চৰকাৰৰ কৃষিভিত্তিক গুৰুখুটি প্ৰকল্পৰ নামত চলিছে নেকি ধাপ্পাবাজি?

প্ৰকৃততে গুৰুখুটি প্ৰকল্পৰ নামত চলিছে কি? অসম চৰকাৰৰ কৃষিভিত্তিক গুৰুখুটি প্ৰকল্পৰ নামত চলিছে নেকি ধাপ্পাবাজি?

পতিতালয়ৰ মাটি অবিহনে দুৰ্গাৰ প্ৰতিমা নহয়! পতিতালয়ৰ মাটি লাগিলে চুক্তি মানিব লাগিব, সোনাগাছিৰ পুজাৰ থিমক লৈ আৰম্ভ হৈছে বিতৰ্ক

পতিতালয়ৰ মাটি অবিহনে দুৰ্গাৰ প্ৰতিমা নহয়! পতিতালয়ৰ মাটি লাগিলে চুক্তি মানিব লাগিব, সোনাগাছিৰ পুজাৰ থিমক লৈ আৰম্ভ হৈছে বিতৰ্ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.