• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰকৃততে গুৰুখুটি প্ৰকল্পৰ নামত চলিছে কি? অসম চৰকাৰৰ কৃষিভিত্তিক গুৰুখুটি প্ৰকল্পৰ নামত চলিছে নেকি ধাপ্পাবাজি?

প্ৰকৃততে গুৰুখুটি প্ৰকল্পৰ নামত চলিছে কি? অসম চৰকাৰৰ কৃষিভিত্তিক গুৰুখুটি প্ৰকল্পৰ নামত চলিছে নেকি ধাপ্পাবাজি?

3 years ago
EMI ত ফোন ক্ৰয় কৰিছে নেকি? ধন পৰিশোধ নকৰিলে হ’ব পাৰে লক!

EMI ত ফোন ক্ৰয় কৰিছে নেকি? ধন পৰিশোধ নকৰিলে হ’ব পাৰে লক!

8 minutes ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

১২ আগষ্টত বৃহস্পতি হ’ব উদয়, লাভৱান হ’ব নে সকলো হেৰুৱাব আপুনি?

32 minutes ago
চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

2 hours ago
ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

2 hours ago
বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

3 hours ago
বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

4 hours ago
ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

5 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

আজি ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, কিন্তু সন্মান হানিৰ আছে আশংকা!

6 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কেনে যাব আপোনাৰ ৮ আগষ্টৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

14 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? এই ঘৰুৱা পদ্ধতিৰে কৰক দূৰ

14 hours ago
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

সম্পৰ্কত ইজনে সিজনক দিয়ক এইকেইটা বস্তু, বঢ়িব বেছি মৰম!

15 hours ago
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

শনিবাৰে কৰক শনিৰ পূজা, ভুলতো ব্যৱহাৰ নকৰিব এইবোৰ বস্তু!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

প্ৰকৃততে গুৰুখুটি প্ৰকল্পৰ নামত চলিছে কি? অসম চৰকাৰৰ কৃষিভিত্তিক গুৰুখুটি প্ৰকল্পৰ নামত চলিছে নেকি ধাপ্পাবাজি?

editor by editor
September 22, 2023
in অসম, ভাৰত
0
প্ৰকৃততে গুৰুখুটি প্ৰকল্পৰ নামত চলিছে কি? অসম চৰকাৰৰ কৃষিভিত্তিক গুৰুখুটি প্ৰকল্পৰ নামত চলিছে নেকি ধাপ্পাবাজি?
0
SHARES
842
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অসম চৰকাৰৰ কৃষিভিত্তিক গুৰুখুটি প্ৰকল্পৰ নামত চলিছে নেকি ধাপ্পাবাজি? প্ৰ্শ্ন উঠিছে, এই অভিলাষী প্ৰকল্প হৈ পৰিছে নেকি কোনো বিশেষ ৰাজনৈতিক নেতাৰ অনৈতিক সম্পদ গঢ়াৰ আহিলা নেকি? তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে উদঘাটিত তথ্যই উদঙাই দিছে প্ৰকৃততে গুৰুখুটি প্ৰকল্পৰ নামত চলিছে কি?

কেনে আছে গুৰুখুটি প্ৰকল্প? ঘোষিত লক্ষ্য সাধন কৰিবলৈ সক্ষম হৈছেনে গৰুখুটি প্ৰকল্পই? কোটি কোটি টকা বিনিয়োগেৰে গৰুখুটিত আৰম্ভ হৈছিল অসম চৰকাৰৰ এই অভিলাষী প্ৰকল্প৷ কিন্তু গৰুখুটি প্ৰকল্প আজি কিমান সফল? প্ৰশ্ন উঠিছে এই প্ৰকল্প হৈ পৰিব নেকি বগা হাতী সদৃশ? তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে উদঘাটিত তথ্যই উদঙাই দিছে গুৰুখুটি প্ৰকল্পৰ কেতবোৰ উদ্বেগজনক সত্য৷ যি সত্য জানিলে হয়তো আপুনিও হৈ পৰিব উদ্বিগ্ন৷ উদাহাৰণ স্বৰুপে প্ৰথম বছৰত ২ কোটি ৫২ লাখ টকাৰ হিচাবৰ বিপৰীতে পোহৰলৈ আহিছে গাখীৰ উৎপাদত হোৱা বৃহৎ লোকচানৰ তথ্য৷ তথ্য অনুসৰি, গুজৰাটৰ পৰা অনা ৩০০ জনী গীৰ গাইৰ পৰা এবছৰত উৎপাদন হৈছে মুঠ ৫৮,৪৩৩ লিটাৰ গাখীৰ। এই পৰিমাণ যদি দৈনিক হিচাব কৰা যায় তেনেহলে দেখা যাব যে ৩০০ গীৰ গাইয়ে দিছে দৈনিক প্ৰায় ১৪২ লিটাৰ গাখীৰ। সেই হিচাবত প্ৰায় ৮০ হাজাৰ টকীয়া এজনী গীৰ গাইৰ পৰা এদিনত গাখীৰ আহৰণ হৈছে মাত্ৰ ৫৪ মিলিলিটাৰ।

কেৱল সেয়াই নহয়, গীৰ গাই একোজনীৰ দামক লৈ সৃষ্টি হৈছে আন এক প্ৰশ্ন৷কিয়নো ৮৯৬৬০/- (প্ৰায় ৯০ হাজাৰ) টকাৰে কিনি অনা গীৰ গাইৰ বীমা কৰা হৈছে প্ৰতিজনীৰ বিপৰীতে ৫৯ হাজাৰ টকাকৈ। কেৱল এয়াই নহয়৷ এনেকুৱা অনেক বিসংগতি ধৰা পৰিছে চৰকাৰী তথ্যতে৷ এই পৰিপ্ৰেক্ষিতত প্ৰকল্পটোত সংঘটিত কোটি কোটি টকাৰ অনিয়ম-দুৰ্নীতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ওচৰত CID তদন্তৰো দাবী তোলে আৰ টি আই আবেদনকাৰী দিলীপ নাথে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা
অসম

চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

August 8, 2026
বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!
অসম

বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

August 8, 2026
প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য
প্ৰযুক্তি

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

August 7, 2026
এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?
বাণিজ্য

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

August 7, 2026
Next Post
পতিতালয়ৰ মাটি অবিহনে দুৰ্গাৰ প্ৰতিমা নহয়! পতিতালয়ৰ মাটি লাগিলে চুক্তি মানিব লাগিব, সোনাগাছিৰ পুজাৰ থিমক লৈ আৰম্ভ হৈছে বিতৰ্ক

পতিতালয়ৰ মাটি অবিহনে দুৰ্গাৰ প্ৰতিমা নহয়! পতিতালয়ৰ মাটি লাগিলে চুক্তি মানিব লাগিব, সোনাগাছিৰ পুজাৰ থিমক লৈ আৰম্ভ হৈছে বিতৰ্ক

সকলোতকৈ ভাগ্যৱান এই ৫ ৰাশি, বয়স ৩০ পাৰ হ’লেই কোটিপতি হোৱাৰ যোগ আছে এইকেইটা ৰাশিৰ

সকলোতকৈ ভাগ্যৱান এই ৫ ৰাশি, বয়স ৩০ পাৰ হ’লেই কোটিপতি হোৱাৰ যোগ আছে এইকেইটা ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.