• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিক্ৰম আৰু লেণ্ডাৰৰ কলকব্জা ঠিকে আছেনে? চন্দ্ৰত আজি সুৰ্যোদয়, কি আশাৰ বতৰা দিলে ইছৰোৰ বিজ্ঞানীয়ে?

বিক্ৰম আৰু লেণ্ডাৰৰ কলকব্জা ঠিকে আছেনে? চন্দ্ৰত আজি সুৰ্যোদয়, কি আশাৰ বতৰা দিলে ইছৰোৰ বিজ্ঞানীয়ে?

3 years ago
বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

19 minutes ago
বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

2 hours ago
দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

3 hours ago
পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

3 hours ago
ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, ঠেং দাঙি আপুনিও নকৰিব কামটো!

ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, ঠেং দাঙি আপুনিও নকৰিব কামটো!

4 hours ago
মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

6 hours ago
গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

8 hours ago
বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

8 hours ago
সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

9 hours ago
সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

9 hours ago
শৰীৰত শক্তি বঢ়োৱাৰ পৰা কিডনি ষ্ট’নৰ সমস্যা দূৰ কৰালৈকে! প্ৰতিদিনে এগিলাচকৈ খাওক এই জুছ, দূৰ হ’ব শৰীৰৰ ৫ সমস্যা

শৰীৰত শক্তি বঢ়োৱাৰ পৰা কিডনি ষ্ট’নৰ সমস্যা দূৰ কৰালৈকে! প্ৰতিদিনে এগিলাচকৈ খাওক এই জুছ, দূৰ হ’ব শৰীৰৰ ৫ সমস্যা

10 hours ago
শৰীৰত এই ৬ সমস্যা আছে নেকি? দৈনিক কণী খালেই সমাধান হ’ব এইকেইটা সমস্যা

শৰীৰত এই ৬ সমস্যা আছে নেকি? দৈনিক কণী খালেই সমাধান হ’ব এইকেইটা সমস্যা

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

বিক্ৰম আৰু লেণ্ডাৰৰ কলকব্জা ঠিকে আছেনে? চন্দ্ৰত আজি সুৰ্যোদয়, কি আশাৰ বতৰা দিলে ইছৰোৰ বিজ্ঞানীয়ে?

editor by editor
September 22, 2023
in প্ৰযুক্তি, ভাৰত
0
বিক্ৰম আৰু লেণ্ডাৰৰ কলকব্জা ঠিকে আছেনে? চন্দ্ৰত আজি সুৰ্যোদয়, কি আশাৰ বতৰা দিলে ইছৰোৰ বিজ্ঞানীয়ে?
0
SHARES
5.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২৩ আগষ্ঠ ২০২৩ৰ দিনটো ভাৰতে পাহৰিব নোৱাৰে। বিশ্ববাসীয়েও এই দিনটো মনত ৰাখিব। কাৰণ সেই দিনটোতেই ভাৰতৰ মহাকাশ সংস্থা ইছৰোৱে চন্দ্ৰৰ দক্ষিণে মেৰুত চন্দ্ৰযান-৩ৰ সফল অৱতৰণ কৰাইছিল। ভাৰতৰ মহাকাশ গৱেষণা ইতিহাসত এই নতুন ইতিহাস ৰচিলে ইছৰোৱে। আজি চন্দ্ৰত সুৰ্যোদয় হৈছে। সূৰ্যৰ পোহৰ পৰাৰ লগে লগেই ব্যস্ত হৈ পৰিছে ইছৰোৰ দল।

চন্দ্ৰযান-৩ৰ বিক্ৰম আৰু প্ৰজ্ঞানক জগাবলৈ আজিৰে পৰা চেষ্টা চলাব ইছৰোৰ দলে। ইছৰোৰ তৰফৰ পৰা জনোৱা অনুসৰি চন্দ্ৰৰ দক্ষিণ মেৰুত সূৰ্যোদয় হৈছে। ১৪ দিনলৈ সূৰ্যৰ পোহৰে আলোকিত কৰি ৰাখিব চন্দ্ৰপৃষ্ঠক। সূৰ্যৰ পোহৰত যদি চন্দ্ৰযান-৩ ৰ যন্ত্ৰপাতি সমূহ চাৰ্জ হয় তেন্তে বিক্ৰম আৰু প্ৰজ্ঞানক জগাবলৈ চেষ্টা কৰা হ’ব। লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞানৰ সৈতে সম্পৰ্ক স্থাপনৰ চেষ্টা চলাইছে ইছৰোৰ দলে।

বিক্ৰম আৰু প্ৰজ্ঞানক জগাই তুলিব পৰা যাবনে?

ইছৰোৰ প্ৰাক্তন চেয়াৰমেন জি মাধবন নায়াৰে জনোৱা অনুসৰি, ‘প্ৰায় দুসপ্তাহ ধৰি কৰ্মবিহীন হৈ আছে বিক্ৰম আৰু প্ৰজ্ঞান। বহু সময় ধৰি ফ্ৰীজত ৰখা সামগ্ৰীৰ দৰে বিক্ৰম আৰু প্ৰজ্ঞান এতিয়া জঠৰ হৈ আছে। চন্দ্ৰপৃষ্ঠত তাপমাত্ৰা প্ৰায় মাইনাছ ১৫০ ডিগ্ৰী চেলছিয়াছৰ তললৈকে নামি যায়। ইমান কম তাপমাত্ৰাৰ বেটেৰী, যন্ত্ৰপাতিসমূহ কৰ্মক্ষম হৈ থাকিব নে নাই সেই বিষয়ত কিন্তু সন্দেহ আছে। তীব্ৰ ঠাণ্ডা সহ্য কৰি যন্ত্ৰপাতিসমূহ কেনে অৱস্থাত আছে সেই বিষয়ে বিজ্ঞানীসকলে আৰম্ভ কৰিছে পৰীক্ষা-নিৰীক্ষা। আমি আশা কৰিছো যে চন্দ্ৰযান-৩ ৰ যন্ত্ৰপাতি কৰ্মক্ষম হৈ উঠিব। সূৰ্যৰ তাপত যন্ত্ৰপাতি আৰু বেটেৰীসমূহ চাৰ্জ হ’ব। যদি সঠিক কৈ চাৰ্জ লয় তেন্তে বিক্ৰম আৰু প্ৰজ্ঞান জাগি উঠাৰ সম্ভাৱনা আছে।

যদি জীৱিত হৈ উঠে তেন্তে চন্দ্ৰযান-৩য়ে ১৪ দিনত আকৌ পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰিব। চন্দ্ৰৰ দক্ষিণ মেৰুৰ অজানা তথ্য উদঘাটন কৰিবলৈ যত্ন কৰিব বিক্ৰম আৰু প্ৰজ্ঞানে। এই পৰীক্ষা নিৰীক্ষাৰ মাধ্যমেৰে নতুন তথ্য উদঘাটন কৰিবলৈ যত্ন কৰিব প্ৰজ্ঞানে। যদি এই ঠাণ্ডাত বাচি থাকে তেন্তে বিক্ৰম আৰু প্ৰজ্ঞান চিৰকালৰ বাবে ভাৰতৰ চন্দ্ৰদূত হৈ চন্দ্ৰৰ বুকুতেই থাকি যাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Best Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, ঠেং দাঙি আপুনিও নকৰিব কামটো!
ভাৰত

ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, ঠেং দাঙি আপুনিও নকৰিব কামটো!

May 8, 2026
সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক
জীৱনশৈলী

সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

May 8, 2026
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?
জীৱনশৈলী

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

May 7, 2026
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?
জীৱনশৈলী

মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

May 7, 2026
Next Post
কাইলৈ ৰাধা অষ্টমী, ৰাধা অষ্টমীত এই কাম কৰক, সংসাৰলৈ সুখ অহাৰ লগতে লাভ কৰিব বিচৰা ধৰণৰ জীৱনসংগী

কাইলৈ ৰাধা অষ্টমী, ৰাধা অষ্টমীত এই কাম কৰক, সংসাৰলৈ সুখ অহাৰ লগতে লাভ কৰিব বিচৰা ধৰণৰ জীৱনসংগী

প্ৰকৃততে গুৰুখুটি প্ৰকল্পৰ নামত চলিছে কি? অসম চৰকাৰৰ কৃষিভিত্তিক গুৰুখুটি প্ৰকল্পৰ নামত চলিছে নেকি ধাপ্পাবাজি?

প্ৰকৃততে গুৰুখুটি প্ৰকল্পৰ নামত চলিছে কি? অসম চৰকাৰৰ কৃষিভিত্তিক গুৰুখুটি প্ৰকল্পৰ নামত চলিছে নেকি ধাপ্পাবাজি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.