• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰধানমন্ত্ৰী মোদীয়ে নিজকে OBC বুলি আভুৱা ভাৰিছে, মোদী কিয় OBC নহয় প্ৰমাণ দাঙি ধৰিলে ৰাহুল গান্ধীয়ে

প্ৰধানমন্ত্ৰী মোদীয়ে নিজকে OBC বুলি আভুৱা ভাৰিছে, মোদী কিয় OBC নহয় প্ৰমাণ দাঙি ধৰিলে ৰাহুল গান্ধীয়ে

2 years ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

6 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

7 hours ago
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

8 hours ago
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

9 hours ago
হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

9 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

10 hours ago
এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

10 hours ago
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

11 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

12 hours ago
IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

12 hours ago
Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

13 hours ago
খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

প্ৰধানমন্ত্ৰী মোদীয়ে নিজকে OBC বুলি আভুৱা ভাৰিছে, মোদী কিয় OBC নহয় প্ৰমাণ দাঙি ধৰিলে ৰাহুল গান্ধীয়ে

editor by editor
February 8, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
প্ৰধানমন্ত্ৰী মোদীয়ে নিজকে OBC বুলি আভুৱা ভাৰিছে, মোদী কিয় OBC নহয় প্ৰমাণ দাঙি ধৰিলে ৰাহুল গান্ধীয়ে
0
SHARES
663
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মোদী উপাধিৰ সকলো ব্যক্তিয়েই কিয় চোৰ বুলি কৈ সাংসদ পদ হেৰুৱাইছিল ৰাহুলে। বহু যুঁজ বাগৰৰ অন্তত সাংসদ পদ উভতাই পোৱাৰ পাছতেই ৰাহুলে দ্বিতীয়বাৰৰ বাবে আৰম্ভ কৰিছে ভাৰত জোড়ো ন্যায় যাত্ৰা। ভাৰত জোড়ো ন্যায় যাত্ৰাত ৰাহুলে আকৌ এবাৰ মোদীক টাৰ্গেট কৰি কৰিছে বিশেষ মন্তব্য। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে জাতিগত পৰিচয় ভুৱা বুলি মন্তব্য কৰিছে।

ওড়িশাৰ ঝাড়ছুগুৰাত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ এখন সভাত ৰাহুলে বৃহস্পতিবাৰে কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ জাতিগত পৰিচয়ক লৈ ইমান দিনে মিছা তথ্য দি আহিছে। মোদী প্ৰকৃততে অবিচি নহয়। সাধাৰণ শ্ৰেণীৰহে লোক মোদী।’ ইয়াৰপাছতেই মোদী সম্পৰ্কে তেওঁ কিয় এই অভিযোগ আনিছে সেই সম্পৰ্কেও বুজাই কয়। প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুলে কয়, ‘মোদীয়ে অন্যান্য অনগ্ৰসৰ গোষ্ঠীৰ ঘৰত জন্মগ্ৰহণ কৰা নাই। গুজৰাটৰ সাধাৰণ শ্ৰেণীভুক্ত তেলি পৰিয়ালত মোদীৰ জন্ম। ২০০০ চনত গুজৰাটৰ বিজেপি চৰকাৰে সেই জনগোষ্ঠীক অবিচি শ্ৰেণীভুক্ত কৰিছিল।’

ৰাহুলৰ এই মন্তব্যৰ পাছতেই বিজেপি দলৰ একাংশই সমালোচনা কৰিলেও ৰাজনৈতিক বিশেষজ্ঞসকলৰ দাবী যে ৰাহুলে এই তথ্য ভুলকৈ দিয়া নাই। মোদী যি মোধ ঘান্সি তেলি জাতিৰ অন্তৰ্ভূক্ত সেই জাতিটোৱে বিজেপিৰ দিনতেই অবিচিৰ প্ৰমাণপত্ৰ লাভ কৰিছ। ঘটনাচক্ৰত এক দশক ধৰি মোদীয়ে ৰাজনৈতিক ময়দানৰ নিজকে প্ৰান্তীয় জাতি বুলি পৰিচয় দি আহিছে।

২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰত মোদীৰ বিৰুদ্ধে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও এই অভিযোগ আনিছিল। প্ৰিয়ংকাই কৈছিল ক্ষুদ্ৰ মানসিকতাৰে ৰাজনীতি কৰিছে মোদীয়ে। তেতিয়াই সেই আক্ৰমণৰ উত্তৰত মোদীয়ে কৈছিল যে প্ৰিয়ংকাই তেওঁক তল জাতৰ মানুহ বুলি উপলুঙা কৰিছে। কংগ্ৰেছক তল জাতিৰ মানুহক উপলুঙা কৰাৰ অধিকাৰ কোনে দিলে বুলিও কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল প্রধানমন্ত্ৰী মোদীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24best news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ
জীৱনশৈলী

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

March 29, 2026
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

March 29, 2026
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!
প্ৰযুক্তি

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

March 29, 2026
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!
বিশ্ব

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

March 29, 2026
Next Post
কাইলৈৰ পৰা আৰম্ভ মাঘ গুপ্ত নৱৰাত্ৰি! মা দুৰ্গাৰ আশীৰ্বাদত ভাগ্যোদয় হ’ব ৫ৰাশিৰ জাতকৰ

কাইলৈৰ পৰা আৰম্ভ মাঘ গুপ্ত নৱৰাত্ৰি! মা দুৰ্গাৰ আশীৰ্বাদত ভাগ্যোদয় হ’ব ৫ৰাশিৰ জাতকৰ

১৪ঘণ্টাই ভক্তক দৰ্শন দি দি ভাগৰি পৰিছে ৰামলালা! ৰামলালাৰ বিশ্ৰামৰ খুবেই প্ৰয়োজন, অচিৰেই ভক্তৰ দৰ্শনৰ বাবে সময় কমাই দিয়াৰ পৰিকল্পনা নেকি ট্ৰাষ্টৰ?

১৪ঘণ্টাই ভক্তক দৰ্শন দি দি ভাগৰি পৰিছে ৰামলালা! ৰামলালাৰ বিশ্ৰামৰ খুবেই প্ৰয়োজন, অচিৰেই ভক্তৰ দৰ্শনৰ বাবে সময় কমাই দিয়াৰ পৰিকল্পনা নেকি ট্ৰাষ্টৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.