• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৪ঘণ্টাই ভক্তক দৰ্শন দি দি ভাগৰি পৰিছে ৰামলালা! ৰামলালাৰ বিশ্ৰামৰ খুবেই প্ৰয়োজন, অচিৰেই ভক্তৰ দৰ্শনৰ বাবে সময় কমাই দিয়াৰ পৰিকল্পনা নেকি ট্ৰাষ্টৰ?

১৪ঘণ্টাই ভক্তক দৰ্শন দি দি ভাগৰি পৰিছে ৰামলালা! ৰামলালাৰ বিশ্ৰামৰ খুবেই প্ৰয়োজন, অচিৰেই ভক্তৰ দৰ্শনৰ বাবে সময় কমাই দিয়াৰ পৰিকল্পনা নেকি ট্ৰাষ্টৰ?

3 years ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

4 minutes ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

27 minutes ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

3 hours ago
মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

3 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?

বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?

3 hours ago
কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত

কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত

4 hours ago
বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

4 hours ago
নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

5 hours ago
পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

6 hours ago
দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

7 hours ago
প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

8 hours ago
অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৪ঘণ্টাই ভক্তক দৰ্শন দি দি ভাগৰি পৰিছে ৰামলালা! ৰামলালাৰ বিশ্ৰামৰ খুবেই প্ৰয়োজন, অচিৰেই ভক্তৰ দৰ্শনৰ বাবে সময় কমাই দিয়াৰ পৰিকল্পনা নেকি ট্ৰাষ্টৰ?

editor by editor
February 9, 2024
in জীৱনশৈলী, ভাৰত
0
১৪ঘণ্টাই ভক্তক দৰ্শন দি দি ভাগৰি পৰিছে ৰামলালা! ৰামলালাৰ বিশ্ৰামৰ খুবেই প্ৰয়োজন, অচিৰেই ভক্তৰ দৰ্শনৰ বাবে সময় কমাই দিয়াৰ পৰিকল্পনা নেকি ট্ৰাষ্টৰ?
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২২ জানুৱাৰীত ৰাম মন্দিৰৰ উদ্বোধন হৈছে। ২৩ জানুৱাৰীৰ পৰা সাধাৰণ ভক্তৰ বাবে খুলি দিয়া হৈছে মন্দিৰৰ দুৱাৰ। ২৩ তাৰিখৰ পৰা প্ৰতিদিনেই লাখ লাখ ভক্তই ভিৰ কৰিছে ৰাম মন্দিৰত। ভক্তৰ সুবিধাৰ্থে ৰামৰ দৰ্শনৰ সময়ো বঢ়াই দিয়া হৈছে। প্ৰতিদিনেই ১৪ঘণ্টা ৰামলালাৰ দৰ্শনৰ সুযোগ ভক্তক দিয়া হৈছে। অযোধ্যাত ৰাম মন্দিৰত পাঁচ বছৰীয়া শিশু ৰামক পূজা কৰা হয়? তেওঁৰ নাম দিয়া হৈছে বালক ৰাম। বাল্যকালৰ ৰামক কল্পনা কৰিয়েই তৈয়াৰ কৰা হৈছে বিগ্ৰহ।

এজন শিশুক টোপনিৰ পৰা উঠাই টোপনি অনাৰ পৰা টোপনি অনালৈকে সকলোবোৰ নিয়ম অনুসৰণ কৰি ৰামলালাৰ পূজা কৰা হয়। ইমানদিনে মন্দিৰ খোলা ৰখাৰ বাবে ৰামলালাৰ বিশ্ৰাম মুঠেও হোৱা নাই বুলি ব্যক্ত কৰিছে ৰাম মন্দিৰ ট্ৰাষ্টৰ সচিব তথা বিশ্ব হিন্দু পৰিষদৰ ভাইছ প্ৰেছিডেণ্ট চম্পত ৰায়ে। তেওঁ কয়, শাস্ত্ৰমতে ভগৱানৰ পুজাৰ পাছতেই তেওঁক কিছু বিশ্ৰাম দিয়াটো খুবেই প্ৰয়োজন। যিহেতু ৰাম মন্দিৰত শিশু ৰামৰ পূজা কৰা হয় গতিকে এটি শিশুক যিমান বিশ্ৰাম দিব লাগে সেই হিচাপেই শিশু ৰামক বিশ্ৰাম দিয়াৰ প্ৰয়োজন আছে। কিন্তু অতিৰিক্ত ভিৰৰ বাবেই বেছিসময় মন্দিৰ খোলা ৰাখিব লগা হৈছে। এটা শিশুৰ পক্ষে ১৪ঘণ্টা সাৰে থকাটো খুবেই কষ্টকৰ। শিশুৰূপী ভগৱানক ১৪ঘণ্টা সাৰে ৰাখি মঙ্গল সাধনো সম্ভৱ নহয়।

উল্লেখ্য যে, বৰ্তমানলৈকে ৰাম মন্দিৰ সম্পূৰ্ণকৈ নিৰ্মাণ হৈ উঠা নাই। আশা কৰা হৈছে যে ২০২৫ চনৰ শেষ পৰ্যন্ত মন্দিৰৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব। ৰাম মন্দিৰ উদ্বোধনৰ কথা মূৰত ৰাখিয়েই কিছুদিনৰ বাবে মন্দিৰৰ নিৰ্মাণৰ কাম স্থগিত ৰখা হৈছিল। সেই কাম আকৌ আৰম্ভ হ’ব। নিৰ্মাণৰ কাম চলিলেও ভক্তসকলৰ বাবে মন্দিৰ দৰ্শনত কোনো বাধা নাহে বুলিও স্পষ্টকৈ জনাই দিছে মন্দিৰ ট্ৰাষ্টে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

September 5, 2026
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত
ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

September 5, 2026
মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ
জীৱনশৈলী

মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

September 5, 2026
কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত
বিনোদন

কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত

September 5, 2026
Next Post
আদৱানীৰ পাছতেই দুগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীলৈ ভাৰত ৰত্ন ঘোষণা, তালিকাত এগৰাকী বিজ্ঞানীও

আদৱানীৰ পাছতেই দুগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীলৈ ভাৰত ৰত্ন ঘোষণা, তালিকাত এগৰাকী বিজ্ঞানীও

পিঠিত মলৰ বেগ লৈয়েই জয় কৰিব লাগিব এভাৰেষ্ট! পৰ্বতাৰোহীৰ বাবে নতুন নিয়ম প্ৰশাসনৰ

পিঠিত মলৰ বেগ লৈয়েই জয় কৰিব লাগিব এভাৰেষ্ট! পৰ্বতাৰোহীৰ বাবে নতুন নিয়ম প্ৰশাসনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.