• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এফালে কংগ্ৰেছ এৰাৰ কথা বতৰা, আনফালে বিজেপি নেতাৰ সৈতে ছেলফী

11 months ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

1 hour ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

2 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

3 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

20 hours ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

21 hours ago
কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

22 hours ago
মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

23 hours ago
১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এফালে কংগ্ৰেছ এৰাৰ কথা বতৰা, আনফালে বিজেপি নেতাৰ সৈতে ছেলফী

editor by editor
February 25, 2025
in ভাৰত, ৰাজনীতি
0
এফালে কংগ্ৰেছ এৰাৰ কথা বতৰা, আনফালে বিজেপি নেতাৰ সৈতে ছেলফী
0
SHARES
820
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এফালে কংগ্ৰেছ এৰাৰ কথা বতৰা, আনফালে বিজেপি নেতাৰ সৈতে ছেলফী

কংগ্ৰেছৰ বিৰুদ্ধে ক্ৰমাৎ ক্ষোভৰ মাজতে তিৰুৱনন্তপুৰমৰ সাংসদ তথা দলটোৰ জনপ্ৰিয় নেতা শশী থাৰুৰে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা পীয়ুষ গোৱালৰ সৈতে এখন ফটো পোষ্ট কৰিছে। ফটোখন ভাৰত-ব্ৰিটেইনৰ বাণিজ্যিক চুক্তিৰ আলোচনাৰ পিছতে উঠা।

এই চেলফিত কংগ্ৰেছ নেতা শশী থাৰুৰক কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱাল আৰু ব্ৰিটিছ বাণিজ্য বিভাগৰ বিদেশ সচিব জনাথন ৰেইনল্ডছৰ সৈতে দেখা গৈছে। থাৰুৰৰ এই ছবিখনৰ পিছত পুনৰবাৰ কংগ্ৰেছত তেওঁৰ ভৱিষ্যত উপস্থিতি সন্দৰ্ভত আলোচনা তীব্ৰতৰ হৈ পৰিছে।

কংগ্ৰেছৰ সাংসদগৰাকীয়ে নিজৰ ফটোখন ইনষ্টাগ্ৰামত পোষ্ট কৰি কেপচনত লিখিছে, “বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱালৰ উপস্থিতিত ব্ৰিটেইনৰ বাণিজ্য আৰু বাণিজ্য বিভাগৰ অধীনস্থ সচিব জনাথন ৰেইনল্ডছৰ সৈতে মত বিনিময় কৰাটো ভাল। বহুদিনৰ পৰা স্থবিৰ হৈ থকা এফটিএ আলোচনা পুনৰ আৰম্ভ হৈছে, যিটো অতি আদৰণীয়।”

https://x.com/ShashiTharoor/status/1894225091149664308

কেৰালা চৰকাৰৰ নীতিক প্ৰশংসা কৰাৰ পিছত কংগ্ৰেছ দলৰ সৈতে থাৰুৰৰ সম্পৰ্কত ফাঁট মেলাৰ পিছতে এক্সত এই পোষ্টটো লিখিছে শশী থাৰুৰে। ইয়াৰ পিছত আকৌ এবাৰ দলত থাৰুৰৰ ভৱিষ্যতক লৈ চৰ্চা তীব্ৰতৰ হৈ পৰিছে।

উল্লেখ্য যে, কিছুদিনৰ পৰা কংগ্ৰেছৰ সাংসদ তথা দলটোৰ পুৰণি নেতা শশী থাৰুৰ কংগ্ৰেছ দলৰ ওপৰত ক্ষুব্ধ হোৱা দেখা গৈছে। শেহতীয়াকৈ থাৰুৰে এই সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীকো সাক্ষাৎ কৰিছিল আৰু নিজৰ অসন্তুষ্টিও প্ৰকাশ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CongressCongress LeaderIndian Politicssashi tharur
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?
জীৱনশৈলী

January 15, 2026
উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ
বিবিধ

উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

January 15, 2026
মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ
জীৱনশৈলী

মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

January 15, 2026
১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ
বিবিধ

১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

January 15, 2026
Next Post
আজি মহাশিৱৰাত্ৰী, লগতে মহাকুম্ভৰ অন্তিম স্নান, পুৱাতেই ৪১ লাখ লোকে কৰিলে স্নান

মহাশিৱৰাত্ৰিত শিৱ যোগত ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিব কোন কেইটা ৰাশিয়ে, পঢ়ক আজিৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন