ক’ৰোনাকালত উচ্চশিক্ষা প্ৰতিষ্ঠানৰ স্পৰ্ধা। চৰকাৰী নীতি-নিৰ্দেশনা উলংঘা আছাম ডনবস্ক’ ইউনিভাৰ্ছিটীৰ। ডনবস্ক’ত নীতি বৰ্হিভূতভাৱে আৰম্ভ শৈক্ষিক কাৰ্যসূচী।