• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গ্ৰেপ্তাৰী পাৰোৱানা জাৰি মালাইকাৰ বিৰুদ্ধে! সোঁশৰীৰে আদালতত হাজিৰৰ চমন পঠিয়ালে বোম্বে আদালতে, অভিযোগ কি?

1 year ago
অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

15 minutes ago
স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

2 hours ago
অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

3 hours ago
১১ এপ্ৰিলৰ পৰা বুধ-গুৰুৰ নীচভঙ্গ ৰাজযোগ, ৩ৰাশিৰ সৌভাগ্য উজলি উঠিব

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

4 hours ago
তামৰ পাত্ৰত পানী খাই? কেতিয়া মাৰাত্মক হ’ব পাৰে? কি ৰোগত তামৰ পাত্ৰত পানী নাখাব?

5 hours ago
শনিৰ ৰত্ন নীলম আশীৰ্বাদ ৪ৰাশিৰ জীৱনত, ধাৰণ কৰিলেই দেখিব মেজিক

পাকিস্তান ছুপাৰ লিগৰ মাজতে অষ্ট্ৰেলিয়াত গ্ৰেপ্তাৰ ৱাৰ্নাৰ! জামিনত মুক্তি পালেও হাজিৰ হ’ব লাগিব আদালতত

6 hours ago
২ সপ্তাহৰ যুদ্ধবিৰতিত সন্মতি ইৰান আৰু আমেৰিকাৰ, খোলা হৈছে হৰমুজ প্ৰণালী

7 hours ago
ভুলতো কাৰোপৰা এই ৫ সামগ্ৰী নল’ব, দাৰিদ্ৰতাত ডুবিব পাৰে, হেৰুৱাব পাৰে সম্পদ

মন্দিৰৰ পৰা ওলাই অহাৰ সময়ত ভুলতো নবজাব ঘণ্টা, কি ক্ষতি হয়? কি কৈছে বাস্তুশাস্ত্ৰই?

8 hours ago
SBI ৰ পৰা ১০ বছৰৰ বাবে ২২ লাখ টকা ঋণ ল’ব খোজে? মাহত কিমান টকা EMI দিব লাগিব?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গ্ৰেপ্তাৰী পাৰোৱানা জাৰি মালাইকাৰ বিৰুদ্ধে! সোঁশৰীৰে আদালতত হাজিৰৰ চমন পঠিয়ালে বোম্বে আদালতে, অভিযোগ কি?

গ্ৰেপ্তাৰী পাৰোৱানা জাৰি মালাইকাৰ বিৰুদ্ধে! সোঁশৰীৰে আদালতত হাজিৰৰ চমন পঠিয়ালে বোম্বে আদালতে, অভিযোগ কি?

editor by editor
April 8, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
গ্ৰেপ্তাৰী পাৰোৱানা জাৰি মালাইকাৰ বিৰুদ্ধে! সোঁশৰীৰে আদালতত হাজিৰৰ চমন পঠিয়ালে বোম্বে আদালতে, অভিযোগ কি?
0
SHARES
424
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অভিনেত্ৰী মালাইকা আৰোৰাৰ বিৰুদ্ধে জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পাৰোৱানা৷ জনা গৈছে ২০১২ চনৰ এক গোচৰত প্ৰত্যক্ষদৰ্শী হিচাপে তেওঁ হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল যদিও তেওঁ হাজিৰ হোৱা নাছিল৷ যাৰবাবে মুম্বাইৰ মেজিষ্ট্ৰেট আদালতে জামিনযোগ্য ধাৰাত গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছে তেওঁৰ বিৰুদ্ধে৷

ঘটনাৰ সূত্ৰপাত ২০১২ চনৰ ২১ ফেব্ৰুৱাৰীত৷ মুম্বাইৰ কোলাবা এলেকাত এখন পঞ্চতাৰকা হোটেলত এন আৰ আই শিল্পপতি ইকবাল শৰ্মাৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উঠিছিল ছেইফ আলি খান, উদ্যোগী বিলাল আমৰোহি আৰু মালাইকাৰ ভগ্নীপতি ছাহিল লাডাখৰ বিৰুদ্ধে৷ সেই ঘটনাৰেই প্ৰত্যক্ষদৰ্শী হিচাপে হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল মালাইকাক৷

সংবাদসংস্থা পিটিআইৰ সূত্ৰৰ পৰা জনা গৈছে যে চলিত গোচৰত মুখ্য বিচাৰক মেজিষ্ট্ৰেট কে এছ জানৱাৰে ঘটনাৰ সাক্ষীসকলৰ সাক্ষ্য গ্ৰহণ কৰিছিল৷ মালাইকা আৰোৰাকো সাক্ষ্য প্ৰদানৰ বাবে বিগত ১৫ ফেব্ৰুৱাৰীত জামিনযোগ্য চমন পঠিওৱা হৈছিল৷ কিন্তু অভিনেত্ৰীগৰাকী আদালতত উপস্থিত নহয়৷ সেয়ে অভিনেত্ৰীক পুনৰায় আদালতত হাজিৰ হোৱাৰ বিষয়ে জামিনযোগ্য পাৰোৱানা জাৰি কৰে আদালতে৷ গোচৰত আগন্তুক শুনানিৰ দিন ২৯ এপ্ৰিল৷

উল্লেখ্য এই ঘটনাত ছেইফ আলি খান, ছাকিল লাডাখ আৰু বিলাল আমৰোহিক গ্ৰেপ্তাৰ কৰা হয়৷ পাছলৈ তেওঁলোকে জামিনত মুক্ত হয়৷ তেওঁলোকৰ বিৰুদ্ধে ৩২৫ ধাৰাত চাৰ্জশ্বিট দাখিল কৰা হৈছে৷ এই পৰিপ্ৰেক্ষিতত ছাফাই দি ছেইফে দাবি কৰিছে যে ইকবাল আৰু তেওঁৰ সৈতে থকা মহিলাসকলক উদ্দেশ্যি কটুক্তি কৰাক লৈ ঘটনাৰ সূত্ৰপাত হৈছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

April 8, 2026
স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?
জীৱনশৈলী

স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

April 8, 2026
অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ
জীৱনশৈলী

অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

April 8, 2026
১১ এপ্ৰিলৰ পৰা বুধ-গুৰুৰ নীচভঙ্গ ৰাজযোগ, ৩ৰাশিৰ সৌভাগ্য উজলি উঠিব
জীৱনশৈলী

১১ এপ্ৰিলৰ পৰা বুধ-গুৰুৰ নীচভঙ্গ ৰাজযোগ, ৩ৰাশিৰ সৌভাগ্য উজলি উঠিব

April 8, 2026
Next Post
সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মঙলবাৰে এই ৫ৰাশিক সহায় কৰিব বজৰংবলীয়ে

SIP ত ৫ বছৰ বিনিয়োগ কৰিয়েই কোটিপতি হ’ব পাৰিব আপুনি, কেনেকৈ? জানি থওক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন