• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মঙলবাৰে এই ৫ৰাশিক সহায় কৰিব বজৰংবলীয়ে

সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মঙলবাৰে এই ৫ৰাশিক সহায় কৰিব বজৰংবলীয়ে

1 year ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

1 hour ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

2 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

2 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

2 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

3 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

3 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

4 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

4 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

6 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

7 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

7 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মঙলবাৰে এই ৫ৰাশিক সহায় কৰিব বজৰংবলীয়ে

সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মঙলবাৰে এই ৫ৰাশিক সহায় কৰিব বজৰংবলীয়ে

editor by editor
April 8, 2025
in জীৱনশৈলী
0
সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মঙলবাৰে এই ৫ৰাশিক সহায় কৰিব বজৰংবলীয়ে
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৮ এপ্ৰিল ২০২৫ মঙলবাৰে চন্দ্ৰই কৰ্কট ৰাশি এৰি সিংহ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি আজি চ’তৰ শুক্লা একাদশী তিথি৷ আজি পালিত হৈছে কামদা একাদশী৷ নিশা ৯ বাজি ১২ মিনিট পৰ্যন্ত শুক্লা একাদশী তিথি থকাৰ পাছতেই দ্বাদশী পৰিব৷ জ্যোতিষ গণনা অনুসৰি আজি শূল যোগ আৰু গণ্ড যোগৰ প্ৰভাৱ থাকিব৷ আজি থাকিব প্ৰথমে অশ্লেষা নক্ষত্ৰ আৰু পাছত মঘা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত আজি দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ৷ হিন্দু ধৰ্মত মঙলবাৰ বজৰংবলীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি আজি কেইটামান ৰাশিয়ে সুখ সাফল্য লাভ কৰাৰ দিন৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মিথুন ৰাশি

আজি ৮ এপ্ৰিল শুভ মিথুন ৰাশিৰ জাতকৰ৷ আপোনাৰ মন সাহস আৰু আত্মবিশ্বাসেৰে পূৰ্ণ থাকিব৷ নিজ সাহসেৰে আজি আপুনি সকলো কামেই সাফল্যৰ সৈতে সম্পূৰ্ণ কৰিব পাৰিব৷ আজি মঙ্গলবাৰৰ দিনটো আপুনি আনন্দেৰে কটাব৷ পৰিয়ালৰ সৈতে শ্বপিঙলৈকো যাব পাৰে৷ ব্যৱসায়ীসকলে ভাল লাভ কৰাৰ সম্ভাৱনা আছে৷ সমাজত জনপ্ৰিয়তা বাঢ়িব মিথুন ৰাশিৰ জাতকৰ৷

কন্যা ৰাশি

শূল যোগৰ প্ৰভাৱত কন্যা ৰাশিৰ জাতকে আজি কোনো ভাল খবৰ পাব পাৰে৷ আজিৰ দিনটো আপুনি পৰিয়ালৰ সৈতে সুখেৰে কটাব৷ পেছাগত জীৱনত আপোনাৰ আত্মবিশ্বাস আৰু এনাৰ্জি বেছি থাকিব৷ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লব পাৰে৷ নিজৰ কেৰিয়াৰত উন্নতি কৰাৰ বৃহৎ সুযোগ লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷

বৃশ্চিক ৰাশি

আজি সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ ফল লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ পৰিয়ালৰ সকলোৰে সৈতে বেছ আনন্দ কৰি দিনটো কটাব৷ ৰেস্তোৰাত বন্ধুৰ সৈতে খোৱা বোৱা কৰিবলৈ যাব পাৰে৷ আজিৰ দিনটো আপোনাৰ পেছাগত জীৱনৰ বাবে শুভ ফলদায়ী হব৷ প্ৰভাৱশালী ব্যক্তিৰ সৈতে আলাপ হব পাৰে তুলা ৰাশিৰ জাতকৰ৷ বিনিয়োগৰ পৰাও আজি লাভৱান হব পাৰে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকে আজি আৰ্থিকভাৱে লাভৱান হব পাৰে৷ কোনো আইনী জটিলতাৰ পৰা আজি মুক্তি পাব পাৰে৷ অশ্লেষা নক্ষত্ৰৰ প্রভাৱত শত্ৰুক আজি আপুনি পৰাজিত কৰিব পাৰিব৷ ডাঙৰ আৰ্থিক সিদ্ধান্ত আজি ল’ব পাৰে৷ ৰবি যোগৰ শুভ প্ৰভাৱত আজি নিজৰ সকলো সমস্যাৰ পৰা মুক্ত হব পাৰিব মকৰ ৰাশিৰ জাতকৰ৷ ব্যৱসায়তো সাফল্য লাভ কৰিব৷ পৰিয়ালৰ সৈতে সুখ শান্তিৰ পৰিবেশ থাকিব৷

মীন ৰাশি

৮ এপ্ৰিল লাভজনক দিন হব মীন ৰাশিৰ জাতকৰ বাবে৷ স্বাস্থ্যৰো আজি উল্লেখযোগ্য উন্নতি হব আপোনাৰ৷ সন্ধিয়াৰ সময় ভালকৈ কটাব৷ যি সাফল্য লাভৰ বাবে আপুনি দীৰ্ঘদিন চেষ্টা কৰি আছে কাইলৈ সেয়া সম্ভৱ হৈ উঠিব৷ সংগীৰ সৈতে বুজাপৰা থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

September 6, 2026
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ
জীৱনশৈলী

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

September 5, 2026
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন
জীৱনশৈলী

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

September 5, 2026
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ
জীৱনশৈলী

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

September 5, 2026
Next Post
SIP ত ৫ বছৰ বিনিয়োগ কৰিয়েই কোটিপতি হ’ব পাৰিব আপুনি, কেনেকৈ? জানি থওক সবিশেষ

SIP ত ৫ বছৰ বিনিয়োগ কৰিয়েই কোটিপতি হ’ব পাৰিব আপুনি, কেনেকৈ? জানি থওক সবিশেষ

ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.