• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
SIP ত ৫ বছৰ বিনিয়োগ কৰিয়েই কোটিপতি হ’ব পাৰিব আপুনি, কেনেকৈ? জানি থওক সবিশেষ

SIP ত ৫ বছৰ বিনিয়োগ কৰিয়েই কোটিপতি হ’ব পাৰিব আপুনি, কেনেকৈ? জানি থওক সবিশেষ

2 years ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

3 hours ago
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

4 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

4 hours ago
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

5 hours ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

5 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

6 hours ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

7 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

8 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

8 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

9 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

10 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

SIP ত ৫ বছৰ বিনিয়োগ কৰিয়েই কোটিপতি হ’ব পাৰিব আপুনি, কেনেকৈ? জানি থওক সবিশেষ

SIP ত ৫ বছৰ বিনিয়োগ কৰিয়েই কোটিপতি হ’ব পাৰিব আপুনি, কেনেকৈ? জানি থওক সবিশেষ

editor by editor
April 8, 2025
in জীৱনশৈলী
0
SIP ত ৫ বছৰ বিনিয়োগ কৰিয়েই কোটিপতি হ’ব পাৰিব আপুনি, কেনেকৈ? জানি থওক সবিশেষ
0
SHARES
100
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

SIP ত যদি সঠিকভাৱে বিনিয়োগ কৰিব পাৰে তেন্তে এক নিৰ্দিষ্ট সময়ৰ পাছতেই তাৰ পৰা ভাল ৰিটাৰ্ণ আহিবই৷ কিন্তু বিনিয়োগ আপুনি হিচাপমতে কৰিব লাগিব৷ যদি মাহিলী ১৫ হাজাৰ টকাকৈ এছ আই পিত বিনিয়োগ কৰে তেন্তে তাৰ পৰা এক নিৰ্দিষ্ট সময়ৰ পাছত বিৰাট অংকৰ টকা পাব পাৰে৷ তাত মাত্ৰ ৫ বছৰৰ ভিতৰত আপুনি পাব ২ কোটি ২৬ লাখ টকা? জানি থওক আপুনি কেনেকৈ এই ধন লাভ কৰিব?

আপুনি বিষয়টো দুই ধৰণে চাব পাৰে৷ যদি মাহিলী ২০ হাজাৰ টকাকৈ SIPত বিনিয়োগ কৰে আৰু যদি ৫ বছৰৰ পাছত সেয়া বন্ধ কৰি দিয়ে তেন্তে সেই টকা বাঢ়িবলৈ মুঠ সময় লাগিব ২৫ বছৰ৷ অন্যহাতে আপুনি ২০ হাজাৰ টতা যদি ৩০ বছৰ ধৰি বিনিয়োগ কৰিব পাৰে তেন্তে আপুনি বছৰি ১২ শতাংশ হাৰত সুদ পাবই৷

৫ বছৰত আপোনাৰ মুঠ বিনিয়োগ হব ১২ লাখ টকা৷ কেপিটেল গেইন হব ৪লাখ ২২ হাজাৰ ৭২ টকা৷ মুঠ কৰপাছ হব ১৬ লাখ ২২ হাজাৰ ৭২ টকা৷ যদি এই টকা ২৫ বছৰ ধৰি জমা ৰাখে তেন্তে কেপিটেল গেইন হব ২ কোটি ৫৯ লাখ ৫৩ হাজাৰ ২৫৬ টকা৷ মুঠ কৰপাছ হব ২ কোটি ৭৫ লাখ ৭৫ হাজাৰ ৩২৮ টকা৷

হিচাপ অনুসৰি ১৫ হাজাৰ টকা মাহিলী যদি বিনিয়োগ কৰে তেন্তে ৫ বছৰত সুদ পাব ১২শতাংশকৈ৷ যদি ৫শতাংশ অতিৰিক্ত সুদ পাব খোজে তেন্তে মুঠ SIP হব ৯লাখ ৯৪ হাজাৰ ৬১৪ টকা৷ মুঠ কৰপাছ হব ১৩ লাখ ২৯হাজাৰ ৭০৪টকা৷ যদি ১৪ শতাংশকৈ আপুনি সুদ পায় তেন্তে এই ১৩ লাখ ২৯ হাজাৰ ৭০৪ টকা যদি আকৌ ২৫ বছৰৰ বাবে বিনিয়োগ কৰে তেন্তে কেপিটেল গেইন হব ২ কোটি ১২ লাখ ৭৫ হাজাৰ ৩৫০ টকা৷ মুঠ কৰপাছ হব ২ কোটি ২৬ লাখ ৫ হাজাৰ ৫৪টকা৷

SIPত বিনিয়োগ কৰাৰ পূৰ্বে ভালকৈ সকলোবোৰ জানি থোৱা প্ৰয়োজন৷ যদি কোনো ক্ষতিৰ মুখত পৰে তেন্তে তাৰবাবে দায়ী অসম লাইভ ২৪ নহয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক
জীৱনশৈলী

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

October 16, 2026
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!
জীৱনশৈলী

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

October 16, 2026
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস
জীৱনশৈলী

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

October 16, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

October 16, 2026
Next Post
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

চৰকাৰী ধন লুণ্ঠন কৰিবলৈ কি নকৰে চৰকাৰী কৰ্মীয়ে!  আঢ়ৈ বছৰত ২৫ বাৰ সন্তান প্ৰসৱ, ৫ বাৰ বন্ধ্যাত্বকৰণৰ ৰিপৰ্ট দি ধন সৰকালে চিকিৎসা কৰ্মীয়ে, কেনেকৈ পোহৰলৈ আহিল তথ্য?

চৰকাৰী ধন লুণ্ঠন কৰিবলৈ কি নকৰে চৰকাৰী কৰ্মীয়ে! আঢ়ৈ বছৰত ২৫ বাৰ সন্তান প্ৰসৱ, ৫ বাৰ বন্ধ্যাত্বকৰণৰ ৰিপৰ্ট দি ধন সৰকালে চিকিৎসা কৰ্মীয়ে, কেনেকৈ পোহৰলৈ আহিল তথ্য?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.