• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

1 year ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

28 minutes ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

2 hours ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

2 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

3 hours ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

3 hours ago
কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

4 hours ago
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

5 hours ago
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

6 hours ago
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

7 hours ago
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

8 hours ago
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

8 hours ago
কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

editor by editor
April 8, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত
0
SHARES
915
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জীৱনত মা লক্ষ্মীৰ আশীৰ্বাদ থাকিলে কেতিয়াও অৰ্থকষ্টৰ মাজত নপৰে৷ সমৃদ্ধিৰ দেৱীৰ কৃপা থাকিলে সকলো কামেই সহজে সম্পন্ন হয়৷ কিন্তু বহু সময়ত আমি হঠাৎ আৰ্থিক সংকটৰ মুখত পৰো তেতিয়া পৰিয়ালত অশান্তিৰ পৰিবেশ বাঢ়ে৷ যেতিয়া লক্ষ্মী ৰুষ্ট হয় তেতিয়া বিদায় লয় ঘৰৰ পৰা৷ সমৃদ্ধিৰ দেৱীৰ বিদায় লোৱাৰ ইংগিত দিয়ে এইসমূহ ঘটনাই৷  জানি থওক কি কি ঘটনা দেখিলে বুজিব যে লক্ষ্মী আপোনাৰ ওপৰত ৰুষ্ট হৈছে৷

তুলসী গছ শুকাই যোৱা

গৃহস্থৰ ঘৰৰ তুলসী গছ শুকাই যোৱাটো অত্যন্ত অশুভ লক্ষণ৷ তুলসী গছ শুকাই গলেই বুজিব যে মা লক্ষ্মী আসন্তুষ্ট হৈ আপোনাৰ সংসাৰ এৰিবলৈ সাজু হৈছে৷ লক্ষ্মীক প্ৰসন্ন কৰিবলৈ গছৰ ডালত এটি ৰঙা সুঁতা বান্ধি ৰাখক আৰু প্ৰতি সন্ধিয়া তুলসী গছৰ সন্মুখত প্ৰদীপ জ্বলাওক৷

টিউবেল বা পানীৰ টেপৰ পৰা পানী পৰা

পানীৰ টেপৰ পৰা যদি এফুট দুফুটকৈ পানী পৰি থাকে তেন্তে সেয়া বাস্তুমতে অত্যন্ত অশুভ৷ এই ঘটনা লক্ষ্মীৰ বিদায় আৰু অলক্ষ্মীৰ আগমনৰ ইংগিত দিয়ে৷ ইয়াৰ ফলত ডাঙৰ আৰ্থিক ক্ষতি হব পাৰে৷ আপোনাৰ ঘৰৰ কোনো টেপৰ পৰা যদি এফুট দুফুটকৈ পানী পৰি থাকে সোনকালেই ঠিক কৰাওক৷

গহনা হেৰুওৱা

মা লক্ষ্মী হৈছে সম্পদৰ দেৱী৷ সেয়ে টকা বা গহনাৰ দৰে দামী কোনো সম্পদ হেৰাই গলে সেয়া লক্ষ্মীৰ বিদায়ৰ ইংগিত৷
আপোনাৰ সংসাৰত লক্ষ্মী আৰু থাকিব খোজা নাই তাৰেই ইংগিত এই ঘটনা৷ ইয়াৰ পৰা মুক্তি পাবলৈ প্ৰতি শুকুৰবাৰে মা লক্ষ্মীক ক্ষীৰ নিবেদন কৰক৷
টকা হেৰুওৱা সপোন

যদি সপোনত বাৰে বাৰে টকা হেৰুওৱা দেখে তেন্তে সতৰ্ক হওক, এয়া অশুভ লক্ষণ৷ মা লক্ষ্মী কোনো কাৰণত আপোনাৰ ওপৰত ৰুষ্ট হৈ আছে এই সপোন তাৰেই ইংগিত৷ এই পৰিস্থিতিত লক্ষ্মী নাৰায়ণৰ পূজা কৰিলেই কিছু ৰেহাই পাব পাৰে৷

ৰুপৰ মুদ্ৰা হেৰুওৱা

ৰূপৰ মুদ্ৰা মা লক্ষ্মীৰ বাস বুলি কোৱা হয়৷ সেয়ে অক্ষয় তৃতীয়া আৰু ধনতেৰছত ৰূপৰ মুদ্ৰা ক্ৰয় কৰাৰ ৰীতি প্ৰচলিত আছে৷ কিন্তু ৰূপৰ মুদ্ৰা হেৰাই যোৱাটো অত্যন্ত অশুভ৷ ইয়াৰ অৰ্থ মা লক্ষ্মীয়ে খং কৰি বিদায় লৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা
বাণিজ্য

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

June 20, 2026
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট
বিনোদন

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

June 20, 2026
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!
বিশ্ব

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

June 20, 2026
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক
বিজ্ঞান

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

June 20, 2026
Next Post
চৰকাৰী ধন লুণ্ঠন কৰিবলৈ কি নকৰে চৰকাৰী কৰ্মীয়ে!  আঢ়ৈ বছৰত ২৫ বাৰ সন্তান প্ৰসৱ, ৫ বাৰ বন্ধ্যাত্বকৰণৰ ৰিপৰ্ট দি ধন সৰকালে চিকিৎসা কৰ্মীয়ে, কেনেকৈ পোহৰলৈ আহিল তথ্য?

চৰকাৰী ধন লুণ্ঠন কৰিবলৈ কি নকৰে চৰকাৰী কৰ্মীয়ে! আঢ়ৈ বছৰত ২৫ বাৰ সন্তান প্ৰসৱ, ৫ বাৰ বন্ধ্যাত্বকৰণৰ ৰিপৰ্ট দি ধন সৰকালে চিকিৎসা কৰ্মীয়ে, কেনেকৈ পোহৰলৈ আহিল তথ্য?

ইয়াকেই প্ৰেম বোলে নেকি? ৩ সন্তানক এৰি কিশোৰৰ সৈতে পলাল বোৱাৰী, আইনী বিবাহ কেনেকৈ হ’ব?

ইয়াকেই প্ৰেম বোলে নেকি? ৩ সন্তানক এৰি কিশোৰৰ সৈতে পলাল বোৱাৰী, আইনী বিবাহ কেনেকৈ হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.