অসম লাইভ ২৪ঃ শীঘ্ৰেই উপলব্ধ হ’ব ভাৰতৰ চতুৰ্থটো কোভিড ভেকচিন ZyCoV-D। ভেকচিন নিৰ্মাতা প্ৰতিষ্ঠান Zydus Cadilaয়ে ১২-১৮ বছৰ বয়সৰ কিশোৰৰ বাবে তৈয়াৰ কৰিছে কোভিড ভেকচিন ZyCoV-D। চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰা উপলব্ধ হ’ব এই কোভিড ভেকচিন। NTAGIৰ চেয়াৰমেন ডাঃ এন কে আৰোৰাৰ মতে, জুলাইৰ শেষত অন্ত পৰিব পৰীক্ষামূলক ভেকচিনেচন প্ৰক্ৰিয়া। কোভাক্সিন, কোভিশ্বিল্ড, স্পুটনিক- ভিৰ পাছত ড্ৰাগ কণ্ট্ৰ’ল জেনেৰেল অৱ ইণ্ডিয়াই অনুমোদন জনায় কোভিড ভেকচিন ZyCoV-Dক। ZyCoV-D হ’ল বিশ্বৰ প্ৰথমটো ‘ডি এন এ প্লাজমিড’ ভিত্তিক টীকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















