কেনে বিধায়কক লৈ বিজেপিৰ চৰকাৰ গঠনৰ পৰিকল্পনা? বিজেপিৰ প্ৰাৰ্থী তালিকাত অপৰাধৰ গোচৰত অভিযুক্ত এদল। কেইবাগৰাকীও বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ। বিজেপিৰ প্ৰথম তালিকাতে ভয়ংকৰ ছবি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ