• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হীৰা, সোণ, ৰূপ একেলগেই আহিল… ইউটিউবত চেনেল খুলি এটাৰ পাছত আনটো ৰেকৰ্ড ৰোনাল্ডোৰ

হীৰা, সোণ, ৰূপ একেলগেই আহিল… ইউটিউবত চেনেল খুলি এটাৰ পাছত আনটো ৰেকৰ্ড ৰোনাল্ডোৰ

2 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

1 hour ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

1 hour ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

2 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

3 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

4 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

5 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

5 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

5 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

6 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

7 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

7 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হীৰা, সোণ, ৰূপ একেলগেই আহিল… ইউটিউবত চেনেল খুলি এটাৰ পাছত আনটো ৰেকৰ্ড ৰোনাল্ডোৰ

হীৰা, সোণ, ৰূপ একেলগেই আহিল... ইউটিউবত চেনেল খুলি এটাৰ পাছত আনটো ৰেকৰ্ড ৰোনাল্ডোৰ

editor by editor
August 23, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
হীৰা, সোণ, ৰূপ একেলগেই আহিল… ইউটিউবত চেনেল খুলি এটাৰ পাছত আনটো ৰেকৰ্ড ৰোনাল্ডোৰ
0
SHARES
524
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফিল্ডত  ক্ৰিষ্টিয়ানো ৰোনাল্ডোয়ে একাধিক ৰেকৰ্ড গঢ়িছে৷ এইবাৰ সামাজিক মাধ্যমত এইবাৰ অভিনৱ ৰেকৰ্ড গঢ়িছে ছিআৰ ছেভেনে৷ মঙলবাৰে অৰ্থাৎ ২০ আগষ্টত ইউটিউব চেনেল খুলিছে পৰ্তুগীজ ছুপাৰষ্টাৰজনে৷ মাত্ৰ ১ঘণ্টাৰ ভিতৰত ইউটিউব চেনেলৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হৈ পৰিছে ১ মিলিয়নৰ অধিক৷ এখন ফুটবল মেচ হয় ৯০ মিনিটৰ, খেলত যদি কোনোৱে গল দিব নোৱাৰে তেন্তে অতিৰিক্ত কিছু সময় বঢ়াই দিয়া হয়৷

এখন ফুটবল মেচত যিমান সময় লাগে সিমান সময়ৰ ভিতৰত ছিলভাৰ প্লে বাটন লাভ কৰিছে ৰোনাল্ডোৱে৷ কেৱল ৰূপেই নহয় ৰোনাল্ডো এদিনৰ ভিতৰত গল্ডেন প্লে বাটন পোৱাৰো যোগ্যতা অৰ্জন কৰিছে৷ তাৰপাছতেই হীৰাও লাভ কৰাৰ যোগ্যতা অৰ্জন কৰিছে ৰোনাল্ডোয়ে৷

ইউটিউবৰ নিয়ম অনুসৰি ১লাখ ছাৱস্ক্ৰাইবাৰ হ’লে ছিলভাৰ প্লে বাটন পায় কনটেণ্ট ক্ৰিয়েটৰে৷ ১০ লাখ ছাবস্ক্ৰাইবাৰ হ’লে গোল্ড প্লে বাটন দিয়া হয়৷ আৰু ১ কোটি ছাবস্ক্ৰাইবাৰ হ’লে ডায়মণ্ড প্লে বাটন দিয়া হয়৷ ২১ আগষ্টত ৰোনাল্ডোয়ে নিজৰ ইউটিউব চেনেল খুলিছে৷ আজি ২৩ আগষ্ট৷ ইতিমধ্যেই তেওঁৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইবাৰৰ সংখ্যা ৩১.৫ মিলিয়ন৷

তেওঁ এই সময় সীমাৰ মাজত আপলোড কৰিছে ১৯টা ভিডিঅ’৷ ২২ আগষ্টত ভাৰতীয় সময় অনুসৰি পুৱতি নিশা ৩.৪৭ মিনিটত ৰোনাল্ডোৱে তেওঁৰ এক্স হেণ্ডেলত এটা ভিডিঅ’ পোষ্ট কৰিছে৷ তাতেই দেখা গৈছে যে তেওঁ আৰু তেওঁৰ সন্তানে মিলি ইউটিউবৰ গোল্ডেন প্লে বাটন খুলিছে৷ তেওঁৰ পৰিয়ালৰ সকলো লোকেই এই প্লে বাটন লৈ সুখ প্ৰকাশ কৰিছে৷ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইবাৰৰ সংখ্যা বাঢ়িছে৷ ফলত একাধিক ৰেকৰ্ডো গঢ়ি তুলিছে তেওঁ৷ দ্ৰুত ১০ মিলিয়ন ছাবস্ক্ৰাইবাৰ হোৱা চেনেল হিচাপে পৰিগণিত হৈছে UR · Cristianoৰ ইউটিউব চেনেল৷

উল্লেখ্য যে সামাজিক মাধ্যমত ৰোনাল্ডো জনপ্ৰিয়৷ এক্স হেণ্ডেলত তেওঁৰ ফলোৱাৰ্ছৰ সংখ্যা ১১২.৬ মিলিয়ন৷ ফেছবুকত তেওঁ ফলোৱাৰ্ছ ১৭০ মিলিয়ন৷ আৰু ইনষ্টাগ্ৰামত ৰোনাল্ডোৰ ফলোৱাৰ্ছ ৬৩৬ মিলিয়ন৷ বৰ্তমানলৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইবাৰৰ সংখ্যা হৈছেগৈ ৩১. ৭ মিলিয়ন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Next Post
জেলেনস্কিৰ কান্ধত হাত কৈ কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে? কিয় হঠাৎ ইউক্ৰেইন ভ্ৰমণ মোদীৰ?

জেলেনস্কিৰ কান্ধত হাত কৈ কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে? কিয় হঠাৎ ইউক্ৰেইন ভ্ৰমণ মোদীৰ?

ভয়তে নিচ্ছুপ হৈ আছিল এখন চহৰ! ৩২ বছৰ পূৰ্বৰ এই ঘটনাক লৈ আজিও কিয় কঁপি উঠে অজমেৰবাসী?

ভয়তে নিচ্ছুপ হৈ আছিল এখন চহৰ! ৩২ বছৰ পূৰ্বৰ এই ঘটনাক লৈ আজিও কিয় কঁপি উঠে অজমেৰবাসী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.