• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘কাষ্টমাইজড ক্ৰেচ ক’ৰ্ছ’ৰ অধীনত ১ লাখ ফ্ৰণ্টলাইন কৰ্মীক প্ৰশিক্ষণ

5 years ago
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

23 minutes ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

1 hour ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

2 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

3 hours ago
বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

14 hours ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘কাষ্টমাইজড ক্ৰেচ ক’ৰ্ছ’ৰ অধীনত ১ লাখ ফ্ৰণ্টলাইন কৰ্মীক প্ৰশিক্ষণ

editor by editor
June 19, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত, স্বাস্থ্য
0
‘কাষ্টমাইজড ক্ৰেচ ক’ৰ্ছ’ৰ অধীনত ১ লাখ ফ্ৰণ্টলাইন কৰ্মীক প্ৰশিক্ষণ
0
SHARES
47
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ প্ৰধানমন্ত্ৰীৰ ‘কাষ্টমাইজড ক্ৰেচ ক’ৰ্ছ’ৰ জৰিয়তে নতুন ফ্ৰণ্টলাইন ৱৰ্কাৰ্চ সাজু কৰিব দেশে। অহা ৩ মাহৰ ভিতৰত ১ লাখ নতুন কোভিড যোদ্ধাক বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰি সাজু কৰি তুলিব। ‘কাষ্টমাইজড ক্ৰেচ ক’ৰ্ছ’ৰ অধীনত ২৬ খন ৰাজ্যত ১১১ টা কেন্দ্ৰত প্ৰশিক্ষণ প্ৰদান কৰিব যুৱক-যুৱতীক। প্ৰধানমন্ত্ৰীৰ দক্ষতা বিকাশ যোজনাৰ অধীনত ৬ টা বিষয়ৰ পাঠ্যক্ৰমত প্ৰশিক্ষণ প্ৰদান কৰিব। শুকুৰবাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে এই আঁচনিৰ। ঘৰুৱা সেৱাৰ সহায়ক, প্ৰাথমিক সেৱাৰ সহায়ক, উন্নত সেৱা সহায়ক, জৰুৰীকালীন সেৱা সহায়ক, নমুনা সংগ্ৰহৰ সহায়ক, মেডিকেল ইকুইউপমেণ্ট চাপ’ৰ্ট এইকেইটা বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰিব ‘কাষ্টমাইজড ক্ৰেচ ক’ৰ্ছ’ৰ অধীনত। এই পাঠ্যক্ৰমৰ অধীনত দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে পূৰ্বৰে পৰা এই ক্ষেত্ৰখনত জড়িত লোকসকলক উন্নত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। ভৱিষ্যতে কোভিড আক্ৰান্ত লোকৰ সহায় হোৱাকৈ এই আঁচনি গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। উল্লেখ্য, অনাগত ৬ৰ পৰা ৮ সপ্তাহৰ ভিতৰত পুনৰ কোভিডৰ তৃতীয় ঢৌৰ আশংকা প্ৰকাশ কৰা হৈছে। এই সন্দৰ্ভত সতৰ্কবাণী দিছে এইমচৰ মুৰব্বী ডাঃ ৰণদ্বীপ গোলেৰিয়াই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24customized crash course programmenarendra-modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

March 20, 2026
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ
ভাৰত

March 19, 2026
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?
অসম

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

March 19, 2026
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ
অসম

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

March 19, 2026
Next Post
ঐতিহাসিক ক্ষণৰ সাক্ষী এখন ফিয়েট গাড়ী

ঐতিহাসিক ক্ষণৰ সাক্ষী এখন ফিয়েট গাড়ী

ধনকুবেৰ হিট, মোদী ফ্লপ

ধনকুবেৰ হিট, মোদী ফ্লপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন